FACT CHECK: এই ভিডিঅ’টোত দিল্লীত কৃষকৰ দ্বাৰা অজয় দেৱগনক প্ৰহাৰ কৰা দেখা যোৱা নাই

শেহতীয়াভাৱে দুটা দলৰ মাজৰ মাৰপিটৰ এটা দৃশ্যই বাতৰিৰ শীৰোনাম দখল কৰিছে। অসমৰ একাংশ ছোচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰিছে যে দিল্লীত একাংশ ক্ৰোধিত কৃষকে অভিনেতা অজয় দেৱগনক প্ৰহাৰ কৰিছে। ৫মিনিট দৈৰ্ঘ্যৰ এই ভিডিঅ’টোত দেখা পোৱা গৈছে যে লোকসকলে পৰস্পৰে পৰস্পৰক গালিগালাজ কৰিছে আৰু মাৰিছে। বাউন্সাৰসকলে পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ চেষ্টা কৰিছে কিন্তু কিছুসময়ৰ […]

Continue Reading

FACT CHECK: ভাইৰেল ভিডিঅ’ত দাবী কৰা হৈছে যে ভাৰতত ব্যৱহাৰ হোৱা ইভিএমত খেলিমেলি কৰিব পাৰি।

অসমত ফেচবুকত ভাইৰেল হোৱা এটা ভিডিঅ’ত দাবী কৰা হৈছে যে গোটেই দেশতে ব্যৱহাৰ হোৱা ইভিএম সমুহ বিশেষজ্ঞই টেম্পাৰিং কৰিব পাৰে। হিন্দী ভাষাত কথা কোৱা এজন লোকে ভিডিঅ’টোত  ইভিএমৰ দৰে এটা যন্ত্ৰ দেখুৱাই কৈছে যে ইভিএম টেম্পাৰিং ইমানো জটিল কাম নহয় আৰু তেওঁ সেয়া কৰিও দেখুৱাইছে। Original Link: Facebook | Archived Link কেচপনটোত দাবী কৰা হৈছে […]

Continue Reading

FACT CHECK: পুৰীৰ জগন্নাথ মন্দিৰৰ ৩৫০০০ একৰ ভূমি বিক্ৰী কৰি দিয়া হোৱা নাই!

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা পোষ্টে দাবী কৰিছে যে ওড়িশা চৰকাৰে পুৰীৰ জগন্নাথ মন্দিৰৰ অধিনৰ ৩৫,০০০ একৰ ভূমি বিক্ৰী কৰি দিয়াৰ পৰিকল্পনা কৰিছে।  অসমত ভাইৰেল হোৱা তেনেকুৱা কেইটামান পোষ্ট এয়া: Original Link: Facebook | Archived Link Original Link: Facebook | Archived Link Original Link: Facebook | Archived Link Original Link: Facebook | Archived Link Original […]

Continue Reading

FACT CHECK: এই ভাইৰেল ভিডিঅ’টো অসমৰ শিৱসাগৰৰ শেহতীয়া ভিডিঅ’ নহয়

শিৱৰাত্ৰী উৎসৱ দেশৰ অন্য প্ৰান্তৰ দৰে অসমতো অতি উলহ মালহেৰে পালন কৰা হৈছিল। বিশেষকৈ উজনিৰ শিৱসাগৰ জিলাৰ শিৱদ’লত লোকে লোকাৰণ্য হৈ পৰে এইবছৰ। তাৰ মাজতে অসমত হোৱাটছএপ আৰু আন ছোচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে এখন মেলাত আয়োজন কৰা ‘মৌত কা কুৱা’ত এটা দুৰ্ঘটনা হয় আৰু এজনী ছোৱালী পৰি যোৱাত […]

Continue Reading

FACT CHECK: এগৰাকী ব্যক্তিয়ে ৰুটীৰ ওপৰত থুৱাই থকা মিৰাটৰ এটা ভিডিঅ’ হাইদৰাবাদৰ বুলি ভাইৰেল হৈছে ।

ৰুটী বনাই থকোতেই এজন লোকে সেই ৰুটীৰ ওপৰত থুৱাই থকা এটা অস্বস্তিকৰ ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে এইটো হাইদৰাবাদৰ হয় । ভিডিঅ’টোত হিন্দীতে লিখা কথাখিনি হৈছে,”নাম্পেলীৰ ৰেড ৰ’জত এজন লোকে নান কি ৰোটী বনাই আছে আৰু প্ৰতিখন ৰুটীতে থুৱাই আছে।” ফেক্ট ক্ৰেছেণ্ডোৰ ফেক্টলাইন নম্বৰ 904 905 3770লৈ এই ভিডিঅ’টোৰ সত্যতা নিৰূপনৰ বাবে এজন […]

Continue Reading

FACT CHECK: গুজৰাটৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰতৰ জাতীয় পতাকাখন নিষিদ্ধ কৰা খবৰটো ভুল আৰু বিভ্ৰান্তিকৰ

২০২১ চনৰ ২৪ফেব্ৰুৱাৰীত গুজৰাটৰ আহমেদাবাদৰ মটেৰাত নিৰ্মান কৰা বিশ্বৰ সৰ্ববৃহৎ খেলপথাৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামখন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে উদ্বোধন কৰে। শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত দাবী কৰিছে যে ক্ৰিকেট ষ্টেডিয়ামখনৰ ভিতৰলৈ ভাৰতৰ জাতীয় পতাকা লৈ যাবলৈ দিয়া হোৱা নাছিল। তেনেকুৱা এটা পোষ্টৰ কেপছন লিখা হৈছে “নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত “ভাৰতীয় পতাকা”ৰ নিষেধ- আহমদাবাদ ভাৰতৰ বাহিৰত নেকি?”  Original Post: Facebook […]

Continue Reading

FACT CHECK: অসম চৰকাৰে শেহতীয়াভাৱে ৩১ মাৰ্চলৈ অসমত লকডাউন ঘোষণা কৰা নাই।

দেশৰ ভিন্নপ্ৰান্তত হঠাৎ কোভিড আক্ৰান্ত হোৱা বহু লোকৰ খবৰ অহাৰ লগে লগে ছোচিয়েল মিডিয়াত কোভিড১৯ সম্পৰ্কত বিভ্ৰান্তিকৰ বহু তথ্যৰ জোৱাৰ উঠা দেখা গৈছে। তেনেকুৱা এটা ভাইৰেল তথ্য দেখা গৈছে অসমৰ এটা গুৱাহাটীস্থিত নিউজ পোৰ্টেলৰ এটা বাতৰিৰ স্ক্ৰিনশ্বট লৈ প্ৰচাৰ কৰা দেখা গৈছে। স্ক্ৰিনশ্বটটোত লিখা দেখা গৈছে যে অসমত ৩১মাৰ্চকৈ লকডাউন দিয়া হৈছে। স্বাস্থ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব […]

Continue Reading

FACT CHECK: আজিম প্ৰেমজীয়ে চৰকাৰে অনুমতি দিলে ৫০কোটি ভাৰতীয়ক দুই মাহৰ ভিতৰত কৰোণাভাইৰাছৰ ভেকচিন প্ৰদান কৰিব বুলি দাবী কৰা নাই ।

শেহতীয়াভাৱে অসমত এটা দাবী ভাইৰেল হৈ পৰিছে যে ৱিপ্ৰ’ৰ প্ৰতিস্থাপক তথা সমাজসেৱক আজিম প্ৰেমজীয়ে কৈছে যে যদি চৰকাৰে তেওঁক অনুমতি প্ৰদান কৰে তেনেহলে তেওঁ দুমাহৰ ভিতৰতেই ভাৰতৰ ৫০কোটী জনগনক কৰোণাভাইৰাছৰ ভেকচিন প্ৰদান কৰিব। হোৱাটছএপত বিয়পি পৰাৰ সমান্তৰালভাৱে এই পোষ্ট ফেচবুকতো ভাইৰেল হৈ পৰিছে।  Original Link- Facebook link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই আমাৰ […]

Continue Reading

FACT CHECK: মান্যা সিঙক ভিএলচিচি ফেমিনা মিছ ইণ্ডিয়া ২০২০ৰ খিতাপ প্ৰদান কৰা হোৱা নাই ।

শেহতীয়া মহামাৰীৰ পৰিবেশৰ পৰিপ্ৰেক্ষিতত ফেমিনা মিছ ইণ্ডিয়াৰ ইতিহাসত প্ৰথম বাৰৰ বাবে প্ৰতিযোগিতাখনৰ সমগ্ৰ প্ৰক্ৰিয়াটো ডিজিটেলী কৰা হৈছে। ফেমিনা মিছ ইণ্ডিয়া ২০২০ৰ এই প্ৰতিযোগিতাখন আছিল ৫৭সংখ্যক সংস্কৰণ। বিজয়ীসকলক অভিনন্দন জনাই ছোচিয়েল মিডিয়াত অসংখ্য পোষ্টৰ জোৱাৰ উঠা দেখা গৈছে। আৰু ফেক্ট ক্ৰেছেণ্ডোৱা মন কৰিলো যে কিছুমান ভাইৰেল পোষ্টে দাবী কৰিছে যে এইবাৰৰ বিজয়ী মান্যা সিং। কিছুমান ভাইৰেল […]

Continue Reading

FACT CHECK: ভগৎ সিং, সুখদেৱ আৰু ৰাজগুৰুক ১৪ ফেব্ৰুৱাৰীৰ দিনটোত মৃত্যুদণ্ড দিয়া হোৱা নাছিল।

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ১৪ফেব্ৰুৱাৰীৰ দিনটোত ভেলেন্টাইনছ ডে’ পালন কৰা হয় আৰু ছোচিয়েল মিডিয়াতো প্ৰেমৰ দিনটো সম্পৰ্কত অযস্ৰ পোষ্টৰ জোৱাৰ উঠিছিল। কিন্তু, ছোচিয়েল মিডিয়াত ভাইৰেল হোৱা পোষ্টে এই বুলি দাবী কৰে যে ১৯৩১ চনৰ এই দিনটোতেই লাহোৰত শ্বহীদ ভগৎ সিং,সুখদেৱ আৰু ৰাজগুৰুক মৃত্যুদণ্ড দিয়া হৈছিল আৰু সেইবাবেই এই দিনটো গুৰুত্বপূৰ্ণ। ভগৎ সিং,সুখদেৱ আৰু ৰাজগুৰুৰ ফটো […]

Continue Reading