লকডাউনৰ সময়ত ১২০০ কিলোমিটাৰ চাইকেল চলাই জনপ্ৰিয় হোৱা ছোৱালীজনীৰ মৃত্যু হোৱা নাই!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ ছচিয়েল মিডিয়াত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোখনত এজনী ছোৱালীক মৃত অৱস্থাত মাটিত পৰি থকা দেখা গৈছে । দাবী কৰা হৈছে যে এই ছোৱালীজনী জ্যোতি কুমাৰী পাছৱান নামৰ বিহাৰৰ ছোৱালীজনী হয় যি দেশজোৰা লকডাউনৰ সময়ত ১২০০ কিলোমিটাৰ বাট চাইকেল চলাই তাইৰ বেমাৰী বাপেকক কঢ়িয়াই মাত্ৰ ৭ দিনত […]

Continue Reading

ভাইৰেল ফটোত ভাৰত বায়’টেকৰ উপ-সভাপতিয়ে ভাৰতত ক’ৰনা ভেকচিনৰ মানৱ দেহত পৰীক্ষণৰ শুভাৰম্ভনি নিজৰ দেহত ভেকচিনৰ বেজী লৈ কৰা নাই!

সংৰক্ষিত লিংক শেহতীয়াকৈ এক বাতৰি প্ৰকাশ পাইছে যে আইচিএমআৰ’ৰ (ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছ) তত্বাৱধানত ভাৰত বায়’টেক ইল্টাৰনেশ্যনেল লিমিটেডে ক’ৰনা ভাইৰাছৰ ভেকচিন অহা ১৫ আগষ্টত ৰাইজৰ বাবে আগবঢ়াব । বাতৰিটোত লগতে কোৱা হৈছে যে ভেকচিন বিধৰ ক্লিনিকেল ট্ৰায়েলৰ বাবে ব্যৱস্থা কৰা হৈছে আৰু মানৱ দেহত সফল পৰীক্ষণ হলেই, সাধাৰণ ৰাইজৰ বাবে এই ভেকচিন বিধ আগবঢ়াই […]

Continue Reading

ভাৰত চৰকাৰে প্ৰত্যেকজন নাগৰিকক ২০০০ টকা সাহায্য দিব বুলি প্ৰচাৰ হোৱা হোৱাটচ এপ্প বার্তাটো ভুৱা হয়!

সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে কেইবালাখ মানুহৰ মৃত্যু হৈছে আৰু বহু লাখ মানুহ এতিয়াও আক্রান্ত হৈ আছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ১৮ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে । অসমতো প্ৰায় ৯ হাজাৰতকৈ অধিক ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু ইয়াৰে ১৪জনৰ […]

Continue Reading

এইখন ভাৰতীয় টকাৰ হিচাপত বিভিন্ন দেশৰ পেট্ৰলৰ মূল্যৰ তালিকা নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ ভাৰতত পেট্ৰল আৰু ডিজেলৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে জনসাধাৰণক দুৰ্ভোগ ভোগাইছে আৰু বিভিন্নজনে এই বিষয়ত ছচিয়েল মিডিয়াত ক্ষোভ উজাৰিছে । এনে সময়তে এক বিশেষ ফেচবুক পোষ্ট ভাইৰেল হৈ পৰিছে । হিতেশ্বৰ লহকৰ নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা উক্ত পোষ্টটো ১৯ জুন, ২০২০ তাৰিখে আপলোড কৰা হৈছে ।  পোষ্টটোত এখন ফটো সংলগ্ন […]

Continue Reading

ভূটানে ভাৰতলৈ পানী যোগান বন্ধ কৰা নাই!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ ভূটানে অসমলৈ পানী বৈ অহাৰ পথ ৰুদ্ধ কৰিছে বুলি এক বাতৰি ভাইৰেল হৈ পৰিছে । ছচিয়েল মিডিয়াত এই বিষয়ে বিভিন্ন পোষ্ট শ্বেয়াৰ কৰা হৈছে আৰু বাতৰিটোৱে সমগ্ৰ দেশৰ লগতে অসমত খলকনিৰ সৃষ্টি কৰিছে । ইয়াকে লৈ আনকি যোৱা সোমবাৰে অসম-ভূটান সীমামূৰীয়া অঞ্চলৰ স্থানীয় কৃষক সকলে এক […]

Continue Reading

বাঘ আৰু গৰুৰ নিবিড় সম্পৰ্কৰ এই ঘটনাটো বা ভাইৰেল ফটোকেইখন অসমৰ নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ বাঘ আৰু গৰুৰ একেলগে থকা কেইখনমান ফটোৱে ছচিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে । দাবী কৰা হৈছে যে এই ফটোকেইখন অসমৰ হয় আৰু উক্ত বাঘটোক সৰুতে এই গৰুজনীয়ে গাখীৰ খুৱাইছিল আৰু সেইবাবে বাঘটোৱে এতিয়া ডাঙৰ হৈ গৰুজনীৰ ওচৰলৈ আহে আৰু কোনো অপকাৰ নকৰে ।  এই সম্পৰ্কে হোৱাটচ এপ্পত আমাক কিছু […]

Continue Reading

চিপিআই(এম) নেতা সীতাৰাম য়েচুৰীয়ে ভাৰতীয় সৈন্যৰ বিৰুদ্ধে আৰু চীনৰ সমৰ্থনত শ্লোগান থকা বেনাৰ লৈ প্ৰতিবাদ কৰিছিল নেকি?

সংৰক্ষিত লিংক শেহতীয়াকৈ লাডাখৰ গলৱান উপত্যকাত চীনা আৰু ভাৰতীয় সৈন্যৰ মাজত হোৱা সংঘৰ্ষত ভাৰতৰ প্ৰায় ২০ গৰাকী সেনা জোৱানৰ মৃত্যু হৈছে । দুয়োখন দেশৰ মাজত পৰিস্থিতি যথেষ্ট উত্তেজনা পূৰ্ণ হৈ আছে আৰু ভাৰতত চীনৰ বিৰুদ্ধে এক জনজাগৰণ সৃষ্টি হোৱা দেখা গৈছে । এনে সময়তে এখন বিশেষ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ফটোখনত চিপিআই(এম) […]

Continue Reading

প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে ভাষণ দি থকা এই ফটোখন ‘গলৱান’ত তোলা নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ লাডাখৰ গলৱান উপত্যকাত চীনা আৰু ভাৰতীয় সৈন্যৰ মাজত হোৱা সংঘৰ্ষত ভাৰতৰ ২০ গৰাকী সেনা জোৱানৰ মৃত্যু হৈছে । দুয়োখন দেশৰ মাজত পৰিস্থিতি যথেষ্ট উত্তেজনা পূৰ্ণ হৈ আছে । এই ক্ষেত্ৰত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী বহুত সমালোচনাৰ সম্মুখীন হবলগীয়া হৈছে, বিশেষকৈ বিৰোধী দল কংগ্ৰেছে লাধাখৰ পৰিস্থিতিৰ বাবে মোডীক জগৰীয়া […]

Continue Reading

সুশান্ত সিং ৰাজপুতৰ পোহনীয়া ক’লা লেব্ৰেডৰ কুকুৰটোৰ মৃত্যু হোৱা নাই!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ দেশকে জোকাৰি গৈছে । উদীয়মান অভিনেতাজনে অনুৰাগীসকলক কেইবাখনো হিট চিনেমা উপহাৰ দি থৈ গৈছে । তেওঁৰ এটা পোহনীয়া ক’লা লেব্ৰেডৰ কুকুৰ আছিল যি তেওঁৰ খুব প্রিয় আছিল বুলি জনা যায় । দুয়োৰে একেলগে থকা কেইবাখনো ফটো আৰু কেইবাটাও ভিডিঅ’ সম্প্ৰতি ভাইৰেল […]

Continue Reading

এইখন শেহতীয়াকৈ লাডাখত চীন-ভাৰত সংঘৰ্ষত মৃত্যুবৰণ কৰা চীনা সৈন্যৰ তালিকা নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ লাডাখৰ গলৱান উপত্যকাত চীনা আৰু ভাৰতীয় সৈন্যৰ মাজত হোৱা সংঘৰ্ষত ভাৰতৰ ২০ গৰাকী সেনা জোৱানৰ মৃত্যু হৈছে । দুয়োখন দেশৰ মাজত পৰিস্থিতি যথেষ্ট উত্তেজনা পূৰ্ণ হৈ আছে । সংঘৰ্ষত চীনৰ ফালৰ সৈন্যৰ হতাহতিৰ বিষয়ে কোনো তথ্য বৰ্তমানলৈকে ৰাজহুৱা কৰা হোৱা নাই ।  এনে সময়তে ছচিয়েল মিডিয়াত এই বিষয়ে বিভিন্ন […]

Continue Reading