Fact Check: গুজৰাটৰ এক পাৰ্কিং লটত এটা সিংহই বিচৰণ কৰা দৃশ্য অসমৰ বুলি ভাইৰেল কৰা হৈছে!

যিমানেই মহানগৰসমুহ ডাঙৰ হৈ গৈ আছে, সিমানই বন্য জীৱজন্তুৱে জনবসতিপূৰ্ণ অঞ্চলত ঘুৰি ফুৰা দৃশ্য সঘনাই দেখিবলৈ পোৱা হৈছে, কেতিয়াবা ভিন্ন দাবীৰে সেই দৃশ্য ভাইৰেল হয়। তেনেকুৱায়ে এটা চিচিটিভি দৃশ্য,যত এটা মাইকী সিংহই সাধাৰণভাৱে খোজ কাঢ়ি থকা আৰু জাঁপ মাৰি দেৱাল পাৰ হৈ যোৱা দেখা গৈছে, অসমত হোৱাটছএপত ভাইৰেল হৈ পৰিছে।  ভাইৰেল মেছেজটোত লিখা হৈছে যে […]

Continue Reading

FACT CHECK: পুৰণি ৫টকীয়া, ১০টকীয়া আৰু ১০০টকীয়া নোট এই বছৰৰ মাৰ্চৰ পৰা অচল নহয়!

শেহতীয়াভাবে বহুকেইটা সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়াত এটা কথা বহুলভাৱে প্ৰচাৰ হৈছে যে এইবছৰৰ মাৰ্চৰ পৰা ভাৰতত পুৰণি ৫টকীয়া, ১০টকীয়া আৰু ১০০টকীয়া নোটসমুহ অচল হৈ পৰিব। অসমৰো বহুতো ফেচবুক একাউন্টৰ পৰা এইধৰণৰ পোষ্ট কৰা দেখা গৈছে।  এনডি২৪ নামৰ এক নিউজ পৰ্টেলৰ ফেচবুক পেজত এই বিষয়ে এক বাতৰি যোৱা ২৩ জানুৱাৰী, ২০২১ তাৰিখে প্ৰকাশ কৰা হৈছে […]

Continue Reading

FACT CHECK: ভাৰতৰ জাতীয় পতাকাখন ৰাজপথত ভৰিৰে গচকা ভাইৰেল ভিডিঅ’টো ভাৰতৰ নহয়

দুমাহ ধৰি দিল্লীত অব্যাহত থকা কৃষক বিদ্ৰোহে গণৰাজ্য দিৱসৰ দিনা হিংসাত্মক ৰূপ ধাৰণ কৰে। তাৰ পিছতেই ভাৰতৰ জাতীয় পতাকাখন ৰাজপথত পদদলিত হোৱা এটা ভিডিঅ’ ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে প্ৰতিবাদকাৰীয়ে ত্ৰিৰংগ পতাকাক চুড়ান্ত অপমান কৰিছে। ভাইৰেল ভিডিঅ’টো আৰু এটা মেছেজ আমাৰ ২৪/৭ ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০ প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সত্যতা জানিব […]

Continue Reading

FACT CHECK: বিভ্ৰান্তিকৰ পোষ্টত উল্লেখ কৰা হৈছে যে ১.২৪লাখ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় আৱেদন পত্ৰত নিজৰ ধৰ্মৰ উল্লেখ কৰা নাই।

ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা পোষ্টত দাবী কৰা হৈছে যে কেৰালাত প্ৰায় ১.২৪লাখ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ বিদ্যালয়ৰ নামভৰ্তিৰ আৱেদন পত্ৰখনৰ ধৰ্ম আৰু জাতিৰ স্থানটো উকা কৰি ৰাখিছে।  Original Link- Facebook | Archived Link Original Link- Facebook | Archived Link ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিছো যে সেই দাবী মিছা। তলত উল্লেখ কৰা হৈছে।  সত্যতা নিৰূপন পদ্ধতি  সৰ্ব […]

Continue Reading

Fact Check: কৰ্নাটকাৰ বাছ দুৰ্ঘটনাত ১৭গৰাকী মহিলা চিকিৎসক নিহত হোৱা বুলি ভাইৰেল হোৱা পোষ্ট বিভ্ৰান্তিকৰ।

অসমৰ ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যে কৰ্নাটকাৰ জেএমএম মেডিকেল কলেজৰ ১৭গৰাকী মহিলা অধ্যাপকে গোৱালৈ এক ভ্ৰমন কৰাৰ সময়ত বাংগালুৰু-পুনে ৰাষ্ট্ৰীয় ঘাইপথত কৰ্নাটকাৰ ডেভাংগেৰে জিলাত সংঘটিত এক ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত হৈছে।  Original Link- Facebook | Archived Link আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী হোৱাটছএপ ব্যৱহাৰকাৰীয়ে এটা লিংক প্ৰেৰণ কৰি এইকথাৰ সত্যাসত্য জনাৰ আগ্ৰহ প্ৰকাশ কৰিছে। […]

Continue Reading

FACT CHECK: লোকসভাৰ অধ্যক্ষৰ কন্যাই প্ৰকৃততেই ‘ইউপিএছচি’ত অৱতীৰ্ণ হৈছিল আৰু উত্তীৰ্ণও হৈছিল

ছ’চিয়েল মিডিয়াত কিছুমান পোষ্ট ভাইৰেল হৈছে যে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ কন্যা অঞ্জলী বিৰলাই ইউপিএছচি পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিল কিন্তু তেওঁৰ নাম তাৰ তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে। পোষ্টবোৰে ইয়াকে ক’ব বিচাৰিছে অঞ্জলী বিৰলাই নিজৰ প্ৰতিভা আৰু মেধাৰ সলনি লোকসভাত অধ্যক্ষৰ কন্যা হোৱাৰ সুবাদতেই ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈছে। ২০২১ চনৰ ৬ জানুৱাৰীত ইউপিএছচি’য়ে ৮৯ গৰাকী প্ৰাৰ্থীৰ […]

Continue Reading

Fact Check: ভাইৰেল ফটোত থকা মহিলাগৰাকী কানহায়া কুমাৰৰ ভনী নহয়!

কেমেৰাৰ ফালে চাই হাঁহি মাৰি থকা এগৰাকী মহিলাৰ এখন ফটো অসমত ফেচবুকত ভাইৰেল হৈ পৰিছে আৰু তাত দাবী কৰা হৈছে তেওঁ ছাত্ৰনেতা কানহায়া কুমাৰৰ ভনী আৰু তেওঁ এতিয়া ইছৰোৰ এগৰকী বিজ্ঞানী হৈ পৰিছে।  ২০২০ৰ ৩০ডিচেম্বৰত ৰাতিপুৱা ৯বাজি ৫১মিনিটত আব্দুল হাছিব নামৰ ফেচবুক ব্যৱহাৰকাৰী গৰাকীয়ে “বলিষ্ঠ ও সত্যবাদী ছাত্ৰ নেতা কানাইয়া কুমাৰৰ ভগ্নী ভাৰত বৈজ্ঞানীক সংস্হা […]

Continue Reading

FACT CHECK: ভাৰতীয় ৰেলৱেৰ নাম আদানীলৈ সলনি হ’ল বুলি দাবী কৰা ভুৱা পোষ্ট অসমত ভাইৰেল হৈ পৰিছে

এখন মালবাহী ৰেলৰ এটা ব’গিত আদানী বুলি লিখা এখন ফটো অসমত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে ভাৰতীয় ৰেলৱেৰ মালবাহী ৰেলৰ নাম সলনি কৰি আদানী কৰা হৈছে। দাবী কৰা মতে ব্যক্তিগতকৰণৰ হেতু ভাৰতীয় ৰেলৱেৰ নাম সলনি কৰি আদানী বুলি মালবাহী ৰেলত লিখা হৈছে।  Original post- Facebook | Archived Link Original post- Facebook | Archived […]

Continue Reading

FACT CHECK: অপৰাধী নেতাৰ মুখা খুলি দিয়া এই ভিডিঅ’টো আইপিএছ শৈলজাকান্ত মিশ্ৰৰ নহয়!

অসমৰ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত অপৰাধী নেতাই কিদৰে নিৰ্বাচনত জয়লাভ কৰে,সেয়া বৰ্ণনা কৰি দিয়া হৈছে। অপৰাধী নেতাৰ মুখা খুলি দিয়া এই ভিডিঅ’টো আইপিএছ বিষয়া শৈলজাকান্ত মিশ্ৰৰ বুলি অভিহিত কৰা হৈছে। তেনেকুৱা এটা পোষ্ট এয়া:  তেনেকুৱা এটা ভিডিঅ’ আমাৰ ফেক্টলাইন নম্বৰলৈ প্ৰেৰণ কৰি সচাকৈয়ে আইপিএছ বিষয়া হয় নে নহয় জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল […]

Continue Reading

FACT CHECK: ৰাজপথত শাক-পাচলি সিঁচৰিত হৈ পৰি থকা ভাইৰেল ফটোখন শেহতীয়া কৃষক আন্দোলনৰ সময়ৰ নহয়!

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে প্ৰনয়ন কৰা কৃষক আন্দোলনত দেশৰ ভিন্ন প্ৰান্তৰ কৃষকে যোগদান কৰিছে। এই আন্দোলনসমুহে সকলোৰে দৃষ্টি আকৰ্শন কৰিছে আৰু ছোচিয়েল মিডিয়াতো ইয়াকে লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে। ৰাজপথত বহুত পাচলি সিঁচৰিত হৈ পৰি থকা এখন ফটো ভাইৰেল হৈ পৰিছে আৰু সেই ফটোখনেৰে দাবী কৰা হৈছে যে নিজেই পাচলি ৰাজপথত পেলাই এই কাণ্ডটো আন্দোলন কৰা […]

Continue Reading