FACT CHECK: এই চৰাইবোৰ 5G ৰেডিয়েছনৰ ফলত মৃত্যুমুখত পৰা নাই!

বহুকেইটা মৃত চৰাইৰ ফটো বিভিন্ন প্ৰোফাইলৰ পৰা আপলোড কৰা হৈছে আৰু ভাইৰেল হৈ পৰিছে, য’ত লিখা হৈছে যে সেই চৰাইসমুহ ৫জি ৰেডিয়েছনৰ বিৰূপ প্ৰভাৱৰ ফলত মৃত্যুমুখত পৰিছে। ফটোত দেখা গৈছে যে এডল মানুহে মাটিত প্ৰানহীন হৈ পৰি থকা কেইটামান চৰাইক পৰ্যবেক্ষন কৰি আছে। তেনেকুৱা পোষ্ট কেইটামান হ’ল: Original Link- Facebook | Archived Link Original Link- […]

Continue Reading

FACT CHECK: এয়া ছৌদি আৰৱৰ পৰা অহা অক্সিজেন টেংকাৰৰ ভিডিঅ’ নহয়।

এখন ৰেলগাড়ীত অক্সিজেন কঢ়িয়াই অনা টেংকাৰৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছোচিয়েল মিডিয়াত আৰু তাত লিখা হৈছে যে এইসমুহ ছৌদি আৰৱৰ পৰা ভাৰতলৈ অনা হৈছে । Original Link- Facebook | Archived Link আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই আমাৰ চৌব্বিশ ঘন্টীয়া ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০লৈ ইয়াৰ সত্যতা নিৰূপনৰ আবেদন লাভ কৰিলো। Archived Link  কিন্তু আমি যেতিয়া সত্যতা নিৰূপন কৰিলো,আমি […]

Continue Reading

FACT CHECK: নষ্ট্ৰাডামূৰ বিষয়ত অস্পষ্ট লিখনি এটা জম্বিৰ আক্ৰমনৰ ভৱিষ্যদ্বানী বুলি শ্বেয়াৰ কৰি থকা হৈছে!

কৰ’ণাভাইৰাছ মহামাৰীৰ আতংক অব্যাহত থকা সময়তে ছোছিয়েল মিডিয়াত কিছুমান পোষ্ট ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে ২০২১চনত জম্বীৰ আৱিৰ্ভাৱ ঘটিব বুলি নষ্ট্ৰাডামুৱে ভৱিষ্যতবাণী কৰি থৈ গৈছে।  ভিডিঅ’ ৰূপত পোষ্টবোৰ অসমত বহুলভাৱে শ্বেয়াৰ কৰা হৈছে ফেচবুক ব্যৱহাৰকাৰীৰ মাজত। ভিডিঅ’ৰ ধাৰাভাষ্যত কোৱা হৈছে,” ১৬শতিকাতেই ফৰাছী জ্যোতিষী নষ্ট্ৰাডামুৱে ভৱিষ্যতবাণী কৰিছিল যে ২০২১চনত জম্বীৰ আৱিৰ্ভাৱ ঘটিব।” ধাৰাভাষ্যকাৰে সকলোকে […]

Continue Reading

FACT CHECK: অসমত শুকুৰবাৰে ভূমিকম্পৰ আগজাননী দিয়া ভাইৰেল স্ক্ৰিনশ্বটটো ২০০৬ চনৰে হয়!

শেহতীয়াভাৱে অসমৰ ছোচিয়েল মিডিয়াত হিন্দুস্তান টাইমছৰ এটা বাতৰিৰ স্ক্ৰিনশ্বট ভাইৰেল হৈ পৰিছে। সেই স্ক্ৰিনশ্বটটোত নীলা ৰঙেৰে হাইলাইট কৰা এটা শাৰি আছে য’ত লিখা হৈছে,” এটা ৭/৮ প্ৰাবল্যৰ ভূমিকম্পই শুকুৰবাৰে পুৱা পুৱা ৮বাজি ২১মিনিটত অসমক কঁপাই যোৱা ৭০ শতাংশ সম্ভাৱনা আছে।” ২৮এপ্ৰিলত ৬.৪ প্ৰাবল্যৰ এটা ভূইকঁপে অসম কঁপাই যোৱাৰ পিছত স্বাভাৱিকতে এই ভাইৰেল স্ক্ৰিনশ্বটটোৱে ৰাইজক বহুলভাৱে […]

Continue Reading

FACT CHECK: এই উক্তিটোৰ সৈতে সুন্দৰ পিছাইৰ নাম মিছাতে সাঙোৰা হৈছে।

গুগলৰ চিইও সুন্দৰ পিছাইৰ নামটো ভুৱা বাতৰিৰ জগতখনৰ বাবে নতুন নহয়। এইবাৰ ৰাজনীতি আৰু নিৰ্বাচন প্ৰসংগত এটা উক্তিৰ সৈতে পিছাইৰ নাম সাঙুৰি অসমৰ ছোচিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰ কৰা হৈ আছে।  সুন্দৰ পিছাইৰ ফেচবুক পেজৰ পৰা অক্টোবৰৰ ১৩ তাৰিখে সন্ধিয়া ৬বাজি ৪৩মিনিটত সেই পোষ্টটো দিয়া ধৰণৰ এটা স্ক্ৰিণশ্বটত এই উক্তিটো লিখা হৈছে।  উক্তিটো এনেকুৱা ধৰণৰ:  “এজন […]

Continue Reading

FACT CHECK: গুৱাহাটী বিশ্ববিদ্যালয়ে ইয়াৰ স্নাতক পৰ্যায়ৰ পৰীক্ষা বাতিল কৰিছে বুলি ভুৱা জাননী ভাইৰেল হৈছে!

ৰাজ্যখনত কোভিড পৰিস্থিতিৰ অৱনতি ঘটাৰ লগে লগে বিভিন্ন শিক্ষানুস্থানে তেওঁলোকৰ বিভিন্ন পৰীক্ষাসমুহ বাতিল কৰিছে বা পিছুৱাই দিছে। শেহতীয়াভাৱে এখন জাননী ছ’চিয়েল মিডিয়াত, বিশেষকৈ হোৱাটছএপত ভাইৰেল হৈ পৰিছে, য’ত কোৱা হৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতক পৰ্যায়ৰ প্ৰথম, তৃতীয় আৰু পঞ্চম সান্মাসিক পৰীক্ষা বাতিল কৰিছে পৰৱৰ্তী জাননী নহালৈকে। এই জাননীখন ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিপুলভাৱে প্ৰচাৰ হৈছে আৰু ইয়াৰ […]

Continue Reading

FACT CHECK: এই ফটোখন ২০২১ৰ কুম্ভমেলাৰ নহয়!

একাংশ সাধুৰ এখন ফটো অসমৰ ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই দাবীৰে যে এই ফটোখন ২০২১চনৰ কুম্ভমেলাৰ, যি চলিত বৰ্ষত কোভিডৰ ভয়াৱহতাৰ মাজতো চৰ্চিত হৈছে। ফটোখনৰ সৈতে থকা কেপছনত লিখা হৈছে যে প্ৰয়োজনীয় মাস্ক তেওঁলোকৰ নাই  আৰু মাস্ক গৈ তেওঁলোকৰ লেংটি হে হৈছেগৈ। লগতে সামাজিক দূৰত্ব ৰক্ষা নকৰাৰ বাবেও সমালোচিত হৈছে।  তেনেকুৱা কিছুমান পোষ্ট এয়া:  […]

Continue Reading

FACT CHECK: এমাজ’নে কোনোধৰণৰ বিনামূলীয়া উপহাৰৰ ব্যৱস্থা কৰা নাই, হোৱাটছএপ মেছেজটো ভুৱা!

হোৱাটছএপৰ যোগেদি বহুল ভাৱে প্ৰচাৰ হোৱা এটা লিংকত দাবী কৰা হৈছে যে বৃহৎ ই-কমাৰ্ছ প্ৰতিস্থান এমাজ’নৰ ৩০সংখ্যক বাৰ্ষিকীত যিকোনো ১০০গৰাকী  গ্ৰাহকক বিনামূলীয়া উপহাৰ প্ৰদান কৰা হব।   উললেখযোগ্য যে উক্ত ভাইৰেল লিংকটোত যেতিয়া এগৰাকী ব্যক্তিয়ে ক্লিক কৰে, তেতিয়া তেওঁ এমাজ’নৰ ৱেবপেজৰ দৰে পেজ খোলা দেখিব, য’ত দাবী কৰা হৈছে যে এটা সমীক্ষাত অংশ লোৱা ১০০গৰাকী যিকোনো […]

Continue Reading

FACT CHECK: এই ভাইৰেল ভিডিঅ’টো এইবাৰৰ অসম বিধানসভা নিৰ্বাচনৰ সময়ৰ নহয়!

শেহতীয়াকৈ অসমত ছ’চিয়েল মিডিয়াৰ যোগেদি এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । বিভিন্নজনে উক্ত ভিডিঅ’টো ফেচবুকত আপলোড কৰি দাবী কৰিছে যে এই ভিডিঅ’টো অসমৰ হয় বা আন কিছু লোকে উক্ত ভিডিঅ’টো অসমৰ হয় নেকি বুলি প্ৰশ্ন কৰিছে । উক্ত ভিডিঅ’টো অসমত হোৱাটছএপৰ যোগেদিও বহুল ভাৱে প্ৰচাৰ হৈছে আছে আৰু আমাৰ ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০লৈ ইয়াৰ সত্যতা […]

Continue Reading

FACT CHECK: অসমৰ নুমলীগড় ৰিফাইনাৰী ব্যক্তিগতকৰণ কৰা হোৱা নাই!

অসম চৰকাৰে অসমৰ নুমলীগড় ৰিফাইনাৰী লিমিটেড(এনআৰএল) বিক্ৰী কৰি দিয়া বুলি দাবী কৰি কেইবাটাও পোষ্ট ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াকো দাবী কৰা হৈছে যে শেহতীয়াভাৱে অসম চৰকাৰে বিপিচিএল, বা ভাৰত ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেডৰ অধিনত থকা সম্পূৰ্ণ ৬২ শতাংশ অংশীদাৰিত্ব বিক্ৰী কৰি দিছে। সৰহ সংখ্যক পোষ্টৰেই একেই কেপছন আৰু তাৰে বহুতেই গৌৰি লংকেশ নিউজ নামৰ […]

Continue Reading