FACT CHECK: গায়িকা দীপলিনা ডেকাই অসম জাতীয় পৰিষদ দলত যোগদান নকৰে।

অসম বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আৰু অসমত এতিয়া নিৰ্বাচনৰ বতাহ বাৰুকৈয়ে বলিছে। ছ’চিয়েল মিডিয়াত বিভিন্ন ৰাজনৈতিক নেতা আৰু তাৰকাই ৰাজনৈতিক দলত যোগদান কৰা আৰু দল সলনি কৰা বাতৰিয়ে ভৰি পৰিছে। শেহতীয়াভাৱে বিভিন্ন নিউজ চেনেল আৰু পোৰ্টেলে কৰা এক দাবী অনুসৰি অসমৰ জনপ্ৰিয় গায়িকা দীপলিনা ডেকাই অসমৰ পৰা গঠন হোৱা নতুন আঞ্চলিক দল অসম […]

Continue Reading

FACT CHECK: গুজৰাটৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰতৰ জাতীয় পতাকাখন নিষিদ্ধ কৰা খবৰটো ভুল আৰু বিভ্ৰান্তিকৰ

২০২১ চনৰ ২৪ফেব্ৰুৱাৰীত গুজৰাটৰ আহমেদাবাদৰ মটেৰাত নিৰ্মান কৰা বিশ্বৰ সৰ্ববৃহৎ খেলপথাৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামখন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে উদ্বোধন কৰে। শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত দাবী কৰিছে যে ক্ৰিকেট ষ্টেডিয়ামখনৰ ভিতৰলৈ ভাৰতৰ জাতীয় পতাকা লৈ যাবলৈ দিয়া হোৱা নাছিল। তেনেকুৱা এটা পোষ্টৰ কেপছন লিখা হৈছে “নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত “ভাৰতীয় পতাকা”ৰ নিষেধ- আহমদাবাদ ভাৰতৰ বাহিৰত নেকি?”  Original Post: Facebook […]

Continue Reading

FACT CHECK: অসম চৰকাৰে শেহতীয়াভাৱে ৩১ মাৰ্চলৈ অসমত লকডাউন ঘোষণা কৰা নাই।

দেশৰ ভিন্নপ্ৰান্তত হঠাৎ কোভিড আক্ৰান্ত হোৱা বহু লোকৰ খবৰ অহাৰ লগে লগে ছোচিয়েল মিডিয়াত কোভিড১৯ সম্পৰ্কত বিভ্ৰান্তিকৰ বহু তথ্যৰ জোৱাৰ উঠা দেখা গৈছে। তেনেকুৱা এটা ভাইৰেল তথ্য দেখা গৈছে অসমৰ এটা গুৱাহাটীস্থিত নিউজ পোৰ্টেলৰ এটা বাতৰিৰ স্ক্ৰিনশ্বট লৈ প্ৰচাৰ কৰা দেখা গৈছে। স্ক্ৰিনশ্বটটোত লিখা দেখা গৈছে যে অসমত ৩১মাৰ্চকৈ লকডাউন দিয়া হৈছে। স্বাস্থ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব […]

Continue Reading

FACT CHECK: আজিম প্ৰেমজীয়ে চৰকাৰে অনুমতি দিলে ৫০কোটি ভাৰতীয়ক দুই মাহৰ ভিতৰত কৰোণাভাইৰাছৰ ভেকচিন প্ৰদান কৰিব বুলি দাবী কৰা নাই ।

শেহতীয়াভাৱে অসমত এটা দাবী ভাইৰেল হৈ পৰিছে যে ৱিপ্ৰ’ৰ প্ৰতিস্থাপক তথা সমাজসেৱক আজিম প্ৰেমজীয়ে কৈছে যে যদি চৰকাৰে তেওঁক অনুমতি প্ৰদান কৰে তেনেহলে তেওঁ দুমাহৰ ভিতৰতেই ভাৰতৰ ৫০কোটী জনগনক কৰোণাভাইৰাছৰ ভেকচিন প্ৰদান কৰিব। হোৱাটছএপত বিয়পি পৰাৰ সমান্তৰালভাৱে এই পোষ্ট ফেচবুকতো ভাইৰেল হৈ পৰিছে।  Original Link- Facebook link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই আমাৰ […]

Continue Reading

FACT CHECK: ‘ইণ্ডিয়ান অইল’ক আদানী গ্ৰুপক বিক্ৰী কৰি দিয়া হোৱা নাই।

সঘনাই সলনি হৈ থকা ইন্ধনৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত, ছ’চিয়েল মিডিয়াত কোম্পানীসমুহৰ ব্যক্তিগতকৰণৰ বিভিন্ন বাতৰি প্ৰচাৰ হৈ আছে। তাৰে সৰহসংখ্যকেই বিভ্ৰান্তিকৰ। তেনেকুৱা এটা উদাহৰণ হৈছে ইণ্ডিয়ান অইল – আদানী গেছ নামৰ এটা তেল ডিপোৰ এখন ফটো অসমৰ ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।  Original Link- Facebook | Archived Link Original Link- Facebook | Archived Link Original Link- Facebook […]

Continue Reading

FACT CHECK: মান্যা সিঙক ভিএলচিচি ফেমিনা মিছ ইণ্ডিয়া ২০২০ৰ খিতাপ প্ৰদান কৰা হোৱা নাই ।

শেহতীয়া মহামাৰীৰ পৰিবেশৰ পৰিপ্ৰেক্ষিতত ফেমিনা মিছ ইণ্ডিয়াৰ ইতিহাসত প্ৰথম বাৰৰ বাবে প্ৰতিযোগিতাখনৰ সমগ্ৰ প্ৰক্ৰিয়াটো ডিজিটেলী কৰা হৈছে। ফেমিনা মিছ ইণ্ডিয়া ২০২০ৰ এই প্ৰতিযোগিতাখন আছিল ৫৭সংখ্যক সংস্কৰণ। বিজয়ীসকলক অভিনন্দন জনাই ছোচিয়েল মিডিয়াত অসংখ্য পোষ্টৰ জোৱাৰ উঠা দেখা গৈছে। আৰু ফেক্ট ক্ৰেছেণ্ডোৱা মন কৰিলো যে কিছুমান ভাইৰেল পোষ্টে দাবী কৰিছে যে এইবাৰৰ বিজয়ী মান্যা সিং। কিছুমান ভাইৰেল […]

Continue Reading

FACT CHECK: হাছান ছাহাৱীক হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হোৱা নাই

ছোচিয়েল মিডিয়াত অভিনন্দনমূলক কিছুমান পোষ্ট ভাইৰেল হৈ পৰিছে যত ওৰিয়েন্টেল ষ্টাডিজত ডক্টৰেট ডিগ্ৰীধাৰী তথা ইছলামিক আইনৰো ছাত্ৰ হাছান ছাহাৱীক হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যক্ষ নিযুক্ত কৰা বুলি দাবী কৰা হৈছে।  তেনেকুৱা কিছুমান পোষ্ট এয়া:  Original link- Facebook | Archived Link  Original link- Facebook | Archived Link ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে সেই দাবী বিভ্ৰান্তিকৰ। ছাহাৱীক হাৰ্ভাৰ্ড […]

Continue Reading

FACT CHECK: ভগৎ সিং, সুখদেৱ আৰু ৰাজগুৰুক ১৪ ফেব্ৰুৱাৰীৰ দিনটোত মৃত্যুদণ্ড দিয়া হোৱা নাছিল।

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ১৪ফেব্ৰুৱাৰীৰ দিনটোত ভেলেন্টাইনছ ডে’ পালন কৰা হয় আৰু ছোচিয়েল মিডিয়াতো প্ৰেমৰ দিনটো সম্পৰ্কত অযস্ৰ পোষ্টৰ জোৱাৰ উঠিছিল। কিন্তু, ছোচিয়েল মিডিয়াত ভাইৰেল হোৱা পোষ্টে এই বুলি দাবী কৰে যে ১৯৩১ চনৰ এই দিনটোতেই লাহোৰত শ্বহীদ ভগৎ সিং,সুখদেৱ আৰু ৰাজগুৰুক মৃত্যুদণ্ড দিয়া হৈছিল আৰু সেইবাবেই এই দিনটো গুৰুত্বপূৰ্ণ। ভগৎ সিং,সুখদেৱ আৰু ৰাজগুৰুৰ ফটো […]

Continue Reading

FACT CHECK: ভাৰতৰ কৃষক বিদ্ৰোহৰ সমৰ্থনত আণ্ডাৰটেকাৰে টুইট কৰা নাই!

আণ্ডাৰটেকাৰৰ ভেৰিফাইড টুইটাৰ হেণ্ডেলৰ পৰা কৃষক বিদ্ৰোহক সমৰ্থন কৰি লিখা যেন লগা এটা টুইটৰ স্ক্ৰিনশ্বট এতিয়া ছেচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে। ফটোত দেখা গৈছে যে মল্লযোদ্ধাগৰাকীয়ে এখন প্লেকাৰ্ড ডাঙি ধৰিছে, যত লিখা আছে “LET’S TEAM UP!”(আহা দল বান্ধো) সেই টুইটটোত লিখা আছে, “We cannot even think of our healthy body without the crops […]

Continue Reading

Fact Check: গুজৰাটৰ এক পাৰ্কিং লটত এটা সিংহই বিচৰণ কৰা দৃশ্য অসমৰ বুলি ভাইৰেল কৰা হৈছে!

যিমানেই মহানগৰসমুহ ডাঙৰ হৈ গৈ আছে, সিমানই বন্য জীৱজন্তুৱে জনবসতিপূৰ্ণ অঞ্চলত ঘুৰি ফুৰা দৃশ্য সঘনাই দেখিবলৈ পোৱা হৈছে, কেতিয়াবা ভিন্ন দাবীৰে সেই দৃশ্য ভাইৰেল হয়। তেনেকুৱায়ে এটা চিচিটিভি দৃশ্য,যত এটা মাইকী সিংহই সাধাৰণভাৱে খোজ কাঢ়ি থকা আৰু জাঁপ মাৰি দেৱাল পাৰ হৈ যোৱা দেখা গৈছে, অসমত হোৱাটছএপত ভাইৰেল হৈ পৰিছে।  ভাইৰেল মেছেজটোত লিখা হৈছে যে […]

Continue Reading