FACT CHECK: চীনা ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ ফলত কন্ঠস্বৰৰ লগতে শাৰীৰিক পৰিৱৰ্তন হৈছে বুলি কৰা দাবীটো মিছা!

বহু অপেক্ষাৰ অন্তত,অৱশেষত বিভিন্ন দেশত এতিয়া ক’ৰনা ভাইৰাছ ভেকচিন উপলব্ধ হৈ পৰিছে।চীন দেশেও ক’ৰনাভাইৰাছক প্ৰতিহত কৰিবলৈ তেওঁলোকৰ ভেকচিন প্ৰদান কৰা কাৰ্য আৰম্ভ কৰিছে। এইসময়ত বিভিন্ন ছোচিয়েল মিডিয়া পোষ্ট আৰু বিভিন্ন প্ৰতিস্থানৰ বাতৰি পোহৰলৈ আহিছে য’ত চীন দেশৰ ভেকচিনক মস্কৰা কৰা হৈছে আৰু কিছুমানে তো এখোপ ওপৰলৈ গৈ ইয়াকো কৈছে যে চীন দেশৰ ভেকচিন ব্যৱহাৰ কৰিলে […]

Continue Reading

FACT CHECK: পুৰণি ৫টকীয়া, ১০টকীয়া আৰু ১০০টকীয়া নোট এই বছৰৰ মাৰ্চৰ পৰা অচল নহয়!

শেহতীয়াভাবে বহুকেইটা সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়াত এটা কথা বহুলভাৱে প্ৰচাৰ হৈছে যে এইবছৰৰ মাৰ্চৰ পৰা ভাৰতত পুৰণি ৫টকীয়া, ১০টকীয়া আৰু ১০০টকীয়া নোটসমুহ অচল হৈ পৰিব। অসমৰো বহুতো ফেচবুক একাউন্টৰ পৰা এইধৰণৰ পোষ্ট কৰা দেখা গৈছে।  এনডি২৪ নামৰ এক নিউজ পৰ্টেলৰ ফেচবুক পেজত এই বিষয়ে এক বাতৰি যোৱা ২৩ জানুৱাৰী, ২০২১ তাৰিখে প্ৰকাশ কৰা হৈছে […]

Continue Reading

FACT CHECK: বিভ্ৰান্তিকৰ পোষ্টত উল্লেখ কৰা হৈছে যে ১.২৪লাখ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় আৱেদন পত্ৰত নিজৰ ধৰ্মৰ উল্লেখ কৰা নাই।

ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা পোষ্টত দাবী কৰা হৈছে যে কেৰালাত প্ৰায় ১.২৪লাখ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ বিদ্যালয়ৰ নামভৰ্তিৰ আৱেদন পত্ৰখনৰ ধৰ্ম আৰু জাতিৰ স্থানটো উকা কৰি ৰাখিছে।  Original Link- Facebook | Archived Link Original Link- Facebook | Archived Link ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিছো যে সেই দাবী মিছা। তলত উল্লেখ কৰা হৈছে।  সত্যতা নিৰূপন পদ্ধতি  সৰ্ব […]

Continue Reading

Fact Check: কৰ্নাটকাৰ বাছ দুৰ্ঘটনাত ১৭গৰাকী মহিলা চিকিৎসক নিহত হোৱা বুলি ভাইৰেল হোৱা পোষ্ট বিভ্ৰান্তিকৰ।

অসমৰ ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যে কৰ্নাটকাৰ জেএমএম মেডিকেল কলেজৰ ১৭গৰাকী মহিলা অধ্যাপকে গোৱালৈ এক ভ্ৰমন কৰাৰ সময়ত বাংগালুৰু-পুনে ৰাষ্ট্ৰীয় ঘাইপথত কৰ্নাটকাৰ ডেভাংগেৰে জিলাত সংঘটিত এক ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত হৈছে।  Original Link- Facebook | Archived Link আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী হোৱাটছএপ ব্যৱহাৰকাৰীয়ে এটা লিংক প্ৰেৰণ কৰি এইকথাৰ সত্যাসত্য জনাৰ আগ্ৰহ প্ৰকাশ কৰিছে। […]

Continue Reading

FACT CHECK: কাশ্মীৰ মূলীয় সমীৰা ফাজিলীক হোৱাইট হাউচৰ এনইচিৰ সঞ্চালক পদত নিযুক্তি দিয়া হোৱা নাই

অসমত কিছুমান এনেকুৱা ফেচবুক পোষ্ট ভাইৰেল হৈ আছে, য’ত দাবী কৰা হৈছে যে ভাৰতীয় মূলৰ এগৰাকী আমেৰিকানক হোৱাইট হাউচৰ  নেশ্বনেল ইকন’মিক কাউঞ্চিলৰ সঞ্চালক পদত নিযুক্তি দিয়া হৈছে ।  পোষ্টসমুহৰ মতে আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বিডেনে ভাৰতীয় মূলৰ আমেৰিকান তথা অৰ্থনৈতিক উন্নয়ন বিশেষজ্ঞ সমীৰা ফজিলিক হোৱাইট হাউচৰ এক অন্যতম পদবীত অধিস্থিত কৰিছে।  Original Link- Facebook […]

Continue Reading

Fact Check: ভাইৰেল ফটোত থকা মহিলাগৰাকী কানহায়া কুমাৰৰ ভনী নহয়!

কেমেৰাৰ ফালে চাই হাঁহি মাৰি থকা এগৰাকী মহিলাৰ এখন ফটো অসমত ফেচবুকত ভাইৰেল হৈ পৰিছে আৰু তাত দাবী কৰা হৈছে তেওঁ ছাত্ৰনেতা কানহায়া কুমাৰৰ ভনী আৰু তেওঁ এতিয়া ইছৰোৰ এগৰকী বিজ্ঞানী হৈ পৰিছে।  ২০২০ৰ ৩০ডিচেম্বৰত ৰাতিপুৱা ৯বাজি ৫১মিনিটত আব্দুল হাছিব নামৰ ফেচবুক ব্যৱহাৰকাৰী গৰাকীয়ে “বলিষ্ঠ ও সত্যবাদী ছাত্ৰ নেতা কানাইয়া কুমাৰৰ ভগ্নী ভাৰত বৈজ্ঞানীক সংস্হা […]

Continue Reading