ছোৱালী অপহৰণ, ৰেপ গেঙ সক্ৰিয় হৈ থকা বুলি অসম পুলিচে কোনো সতৰ্কবাণী দিয়া নাই

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা বিশেষ মেচেজ ফ’ৰৱাৰ্ড কৰা হৈছিল। মেচেজটো আছিল এনেধৰণৰ -“কলেজ বা অফিচলৈ যোৱা প্ৰতিগৰাকী ছোৱালীৰ বাবে বাৰ্তা।যদি আপুনি ৰাস্তাত কোনো শিশুৱে ঠিকনা দেখুৱাই কান্দি থকা দেখিছে আৰু আপোনাক সেই ঠাইলৈ লৈ যাবলৈ কয়, তেন্তে সেই শিশুটিক পোনে পোনে থানালৈ লৈ যাওক আৰু অনুগ্ৰহ কৰি তেওঁলোকক সেই ঠিকনালৈ নিনিব। ছোৱালীক চুৰি, ৰেপ […]

Continue Reading

অসমত কোনো সোপাধৰা ওলোৱা নাই

শেহতীয়াকৈ অসমৰ বিভিন্ন চ’চিয়েল মেডিয়াত এক বিশেষ বাতৰি বিয়পি পৰিছে। অসমৰ বিভিন্ন প্ৰান্তত “সোপাধৰা” / শিশু অপহৰণকাৰী চক্ৰ সক্ৰিয় হৈ থকা বুলি বিভিন্নজনে চ’চিয়েল মেডিয়াত পোষ্ট শ্বেয়াৰ কৰা দেখা গৈছে। Facebook Link | Archived Link এনেধৰণৰ পোষ্ট ইয়াত আৰু, ইয়াতো দেখিবলৈ পাব।  তদুপৰি সোপাধৰা সন্দেহত অসমৰ বিভিন্ন ঠাইত বিভিন্ন বিক্ষিপ্ত ঘটনাৰ বাতৰিও দেখিবলৈ পোৱা গ’ল।  […]

Continue Reading

এইখন অসমৰ জয়মালা নামৰ হাতীটোৰ ফটো নহয়!

অসমৰ পৰা নিয়া জয়মালা নামৰ এটা হাতীক তামিলনাডুত নিৰ্মমভাৱে প্ৰহাৰ কৰা বুলি দাবীৰে কিছু ভিডিঅ’ শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে ।  সৰৱ হৈ পৰিছে প্ৰকৃতিপ্ৰেমী তথা অসমৰ ৰাইজ । ফেচবুকত এই বিষয়ে বিভিন্ন ফটো, ভিডিঅ’ সম্বলিত পোষ্ট আপলোড তথা শ্বেয়াৰ কৰা হৈছে । এনে সময়তে এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে এইয়া […]

Continue Reading

ভাইৰেল ফটোখনত থকা তৰোৱালবোৰ অসমৰ কোনো মাদ্ৰাছাৰ পৰা উদ্ধাৰ হোৱা নাই

অলপতে ফেচবুকত এখন বিশেষ ফটো ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত দেখা গৈছে উদ্ধাৰ হোৱা বহুতো তৰোৱালৰ সৈতে কেইগৰাকীমান আৰক্ষীক। “অসমীয়া পেজ” নামৰ ফেচবুক পেজ এটাৰ পৰা এই ফটোখন আপলোড কৰি দাবী কৰা হৈছে যে এই তৰোৱাল সমূহ জনিয়াৰ এখন মাদ্ৰাছাৰ পৰা বৰপেটা আৰক্ষীয়ে উদ্ধাৰ কৰিছে। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই […]

Continue Reading

নদীবান্ধৰ পৰা তীব্ৰ সোঁতত পানী এৰি দিয়া ভিডিঅ’টো ভূটানৰ নহয়

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা ভিডিঅ’ লিংক ফ’ৰৱাৰ্ড কৰা হৈছিল। ভিডিঅ’টোত দেখুওৱা হৈছিল যে কোনো নদীবান্ধৰ পৰা তীব্ৰ সোঁতত পানী এৰি দিয়া হৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’টো ভূটানৰ নদীবান্ধৰ।  Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। অনুসন্ধানৰ পাছত আমি জানিব পাৰিলোঁ যে এই ভিডিঅ’টো ভূটানৰ নদীবান্ধৰ নহয়। সত্যতা […]

Continue Reading

ৰাস্তাত সিঁচৰতি হৈ থকা মাছৰ এই ভাইৰেল ফটোখন গুৱাহাটীৰ নহয়

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এখন বিশেষ ফটো আহিছিল। ফটোখন আছিল কেইটামান বাতৰিৰ ক’লাজ। তাত লিখা আছিল এইকেইটা বাক্য: * ৩১ মে’ সন্ধিয়াৰ খবৰ * ভয়ংকৰ পথ দুৰ্ঘটনা এটা পৰিয়াল শেষ হ’ল * গুৱাহাটীত বৰষুণৰ সৈতে হৰি পৰিছে মাছএই বাক্যকেইশাৰীৰ লগতে দুখন ফটোও আছিল তাত ক’লাজ কৰা। এখন ফটো আছিল কোনো এক দুৰ্ঘটনাৰ আৰু আনখন ফটো […]

Continue Reading

জলমগ্ন ৰাজপথত ঘঁৰিয়াল ওলোৱা ভিডিঅ’টো অসমৰ নহয়!

মৌচুমী বায়ুৰ প্ৰভাৱত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ বিভিন্ন ঠাইত যোৱা কিছুদিন ধৰি বানপানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছে। এনে সময়তে বানপানী সম্বন্ধীয় কেতবোৰ ভিডিঅ’ চ’চিয়েল মেডিয়াযোগে ভাইৰেল হৈছে।  চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা তেনে এটা বিশেষ ভিডিঅ’ আমি লক্ষ্য কৰিছিলোঁ। ভিডিঅ’টোত দেখা গৈছে যে বানপানীৰ মাজত জলমগ্ন ৰাজপথৰ ওপৰত এটা ঘঁৰিয়াল ওলাইছে আৰু এন ডি আৰ এফ […]

Continue Reading

FACT CHECK: বাংলাদেশৰ ২০২০চনৰ ফেৰী দুৰ্ঘটনাৰ ফটো নিমাতীঘাটৰ নাওঁ দুৰ্ঘটনাৰ ফটো বুলি প্ৰচাৰ!

যোৱা বুধবাৰে, ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলীৰ কমলাবাৰীৰ পৰা যাত্ৰা কৰা এখন ফেৰী আৰু যোৰহাটৰ নিমাতীঘাটৰ পৰা যাত্ৰা কৰা এখন নাওৰ মাজত খুন্দা লগাৰ ফলত এক শোকাবহ নাওঁ দুৰ্ঘটনা ঘটে । উক্ত দূৰ্ঘটনাৰ পাছত ৮৭গৰাকী লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে আৰু বৰ্তমানলৈ চৰকাৰী তথ্যৰ মতে দুগৰাকী সন্ধানহীন হৈ থকাৰ লগতে পৰিমিতা দাস নামৰ এগৰাকী যুৱতীৰ কালি মৃত্যু […]

Continue Reading

FACT CHECK: ছ’চিয়েল মিডিয়াত শ্বেয়াৰ হৈ থকা ‘ব্লেক মেন’ৰ ভিডিঅ’টো অসমৰ নহয়!

ফেচবুকত এটা ভিডিঅ’ এই দাবীৰে ভাইৰেল হৈ পৰিছে যে নামনি অসমখন ‘ব্লেক মেন’ নামৰ এক বিশেষ জীৱৰ আতংকৰ মাজত সোমাই পৰিছে বুলি স্থানীয় লোকসকলে কৈছে। এই ভিডিঅ’টো ঈশান নিউজ নামৰ ফেচবুক পেজটোত আপলোড হোৱাৰ পিছত ভাইৰেল হৈ পৰে। পোষ্টটোত কেপচন লিখা হৈছিল:  “’ব্লেক মেন’ আতংক। কেমেৰাত বন্দী ভয়াৱহ দৃশ্য। মানুহ নে ভূত? ঈশান Exclusive” Original […]

Continue Reading

EXPLAINER: অসমত ৮ ৰিখটাৰ স্কেলতকৈ অধিক প্ৰাবল্যৰ ভূমিকম্পৰ ভাইৰেল আগজাননীৰ কোনো বৈজ্ঞানিক ভিত্তি নাই

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত বিশেষকৈ অসমৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মাজত এখন ফটো বা পোষ্ট ভাইৰেল হৈ পৰিছে য’ত দাবী কৰা যে বৈজ্ঞানিকৰ মতে অসমত ৮ ৰিখটাৰ স্কেলতকৈ অধিক প্ৰাবল্যৰ এক ভূমিকম্প হবলৈ গৈ আছে । এই দাবী ভাইৰেল হৈ পৰিছে আৰু স্বাভাৱিকতেই সাধাৰণ জনতাৰ মাজত আতংকৰ সৃষ্টি হৈছে ।  যিহেতু ভূমিকম্পৰ দৰে ভূগৰ্ভৰ বিষয় সম্বন্ধে গৱেষণা, […]

Continue Reading