FACT CHECK: নিৰ্বাচনৰ সময়ত ফেচবুকত অসমৰ টাইম৮ পে’জটো ‘ভিডিঅ’ ভিউজ’ৰ ভিত্তিত বিশ্বৰ ভিতৰত প্ৰথম স্থানত নাছিল

শেহতীয়াকৈ অসমৰ ছ’চিয়েল মিডিয়াত বিশেষকৈ ফেচবুকত এখন বিশেষ ফটো বা পোষ্টাৰ ভাইৰেল হৈ পৰিছে । উক্ত পোষ্টাৰ খনত দাবী কৰা হৈছে যে টাইম৮ নামৰ ফেচবুক পেজটো শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনত বিশ্বৰ ভিতৰত প্ৰথম স্থানত আছিল আৰু ফেচবুকত মানুহে সেই সময়ত কেৱল টাইম৮ৰ বাতৰিহে চালে । উক্ত লিষ্টখনত অসমৰ চেটেলাইট চেনেল সমূহৰ উপৰিও ‘চিএনএন’, […]

Continue Reading

FACT CHECK: অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী বিজেপি বিধায়ক গণেশ লিম্বু বুলি ভূৱা স্ক্ৰিনশ্বট ভাইৰেল!

শেহতীয়াকৈ অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে আৰু পৰবৰ্তী চৰকাৰ গঠন হবলৈ গৈ আছে । এনে সময়তে পৰবৰ্তী মুখ্যমন্ত্ৰী কোন হব সেই সম্পৰ্কে যথেষ্ট গুণাগুথা চলা দেখা গৈছে আৰু এই সম্পৰ্কে বিভিন্ন পোষ্ট ছোচিয়েল মিডিয়াৰ যোগেদি ভাইৰেল হৈ পৰা দেখা গৈছে ।  এই ধৰণৰ এখন ফটো বা নিউজৰ স্ক্ৰিনশ্বট   হোৱাটছএপৰ যোগেদি বহুল ভাৱে প্ৰচাৰ […]

Continue Reading

FACT CHECK: এই ভাইৰেল ভিডিঅ’টো অসমৰ শিৱসাগৰৰ শেহতীয়া ভিডিঅ’ নহয়

শিৱৰাত্ৰী উৎসৱ দেশৰ অন্য প্ৰান্তৰ দৰে অসমতো অতি উলহ মালহেৰে পালন কৰা হৈছিল। বিশেষকৈ উজনিৰ শিৱসাগৰ জিলাৰ শিৱদ’লত লোকে লোকাৰণ্য হৈ পৰে এইবছৰ। তাৰ মাজতে অসমত হোৱাটছএপ আৰু আন ছোচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে এখন মেলাত আয়োজন কৰা ‘মৌত কা কুৱা’ত এটা দুৰ্ঘটনা হয় আৰু এজনী ছোৱালী পৰি যোৱাত […]

Continue Reading

Fact Check: অসমত বৰ্তমানলৈকে ব্ৰিটেইনৰ নতুন প্ৰজাতিৰ ক’ৰনা ভাইৰাছ ধৰা পৰা নাই!

যিসময়ত বিভিন্ন ৰাষ্ট্ৰত ক’ৰনা ভাইৰাছৰ নতুন ধল আৰম্ভ হোৱাৰ ফলত ৰাষ্ট্ৰসমুহত কঠোৰ ব্যৱস্থা গ্ৰহন কৰিছে, সেই সময়তে ছ’চিয়েল মিডিয়াত এই সম্পৰ্কত বিভিন্ন ধৰণৰ পোষ্টৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। সত্যতা নিৰূপনকাৰীসকলে তাৰে ভিতৰত  কিছুমান এনেকুৱা পোষ্ট ধৰা পেলাইছে, যিসমুহৰ সত্যতাৰ ক্ষেত্ৰত প্ৰশ্নৰ উদয় হৈছে আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ মাজত আতংকৰ এক পৰিবেশো সৃষ্টি কৰিছে ।  তেনেকুৱা […]

Continue Reading

FACT CHECK: এইগৰাকী হিন্দুৰ বিৰুদ্ধে হত্যাৰ ষড়যন্ত্ৰ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা কংগ্ৰেছ নেতা নহয়!

 এজন মুছলমান লোকে অসমত হিন্দুলোকক গনহত্যা কৰাৰ পৰিকল্পনা কৰিছে বুলি দাবী কৰা দুখন ফটোৰে সৈতে এটা টুইটাৰ পোষ্টৰ স্ক্ৰিণশ্বট ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ হৈ আছে। একেই স্ক্ৰিণশ্বটটোৱেই আমাৰ ফেক্টলাইন নম্বৰলৈ এজন হোৱাটছএপ ব্যৱহাৰকাৰীয়ে সত্যতা নিৰূপনৰ বাবে প্ৰেৰণ কৰিছিল। এখন ফটোত হাতকেৰেয়া লগোৱা এজন লোকক দেখা গৈছে আৰু আনখন ফটোত গুলি আৰু গ্ৰেনেড এসোপামান দেখা দৈছে।  […]

Continue Reading

FACT CHECK: গণপ্ৰহাৰৰ এই ভিডিওটো অসমৰ নহয়!

Representative Image হাথৰাছ কাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা এগৰাকী মহিলাৰ ওপৰত চলোৱা যৌন নিৰ্যাতনৰ লগত সংগতি থকা বিভিন্ন পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অসমৰ বাহিৰত অন্য ভাষাত তেনেকুৱা এটা পোষ্ট শ্বেয়াৰ কৰি থকা হৈছে, যিটোৰ ভিডিঅ’ত এজন লোকক এটা দলে আক্ৰমন কৰি তেওঁৰ কাপোৰ কানি ফালি পেলোৱা দেখা গৈছে। ভিডিঅ’টোৰ কেপছনত লিখা হৈছে যে […]

Continue Reading

এই ভাইৰেল ফটোখন বোকাখাটৰ কাজিৰঙা অভয়াৰণ্যত থকা এখন চাহ বাগিছাৰ নহয়!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ অসমত ফেচবুকৰ জৰিয়তে এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোখনত এখন চাহ বাগানৰ মাজত এটুকুৰা মনমোহা মুকলি ঠাই দেখা গৈছে আৰু নাতি দূৰত এখন পাহাৰ দেখা গৈছে । দাবী কৰা হৈছে যে এই ফটোখন বোকাখাটৰ কাজিৰঙা অভয়াৰণ্যত থকা এখন চাহ বাগিছাৰ হয় ।  ‘আছামিজ অনলাইন’ নামৰ এক ফেচবুক […]

Continue Reading

ভূটানে ভাৰতলৈ পানী যোগান বন্ধ কৰা নাই!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ ভূটানে অসমলৈ পানী বৈ অহাৰ পথ ৰুদ্ধ কৰিছে বুলি এক বাতৰি ভাইৰেল হৈ পৰিছে । ছচিয়েল মিডিয়াত এই বিষয়ে বিভিন্ন পোষ্ট শ্বেয়াৰ কৰা হৈছে আৰু বাতৰিটোৱে সমগ্ৰ দেশৰ লগতে অসমত খলকনিৰ সৃষ্টি কৰিছে । ইয়াকে লৈ আনকি যোৱা সোমবাৰে অসম-ভূটান সীমামূৰীয়া অঞ্চলৰ স্থানীয় কৃষক সকলে এক […]

Continue Reading

এইখন অসমৰ গোৱালপাৰা জিলাৰ ফটো নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ এখন নান্দনিক ফটো ফেচবুকত ভাইৰেল হৈ পৰিছে । উক্ত ফটোখন অসমৰ গোৱালপাৰা জিলাৰ হয় বুলি দাবী কৰা হৈছে । ফটোখনত এটা পকা, চিধা ৰাস্তা এক হেলনীয়া সেউজীয়া পাহাৰৰ কাষেদি পাৰ হৈ যোৱা দেখা গৈছে ।  উক্ত ফটোখন ধীমান চিনহা নামৰ এজন লোকে ৬ জুন, ২০২০ তাৰিখে আপলোড কৰিছে আৰু […]

Continue Reading

ট্ৰেইনৰ চেইন টানি পলোৱা এই সকল বহি ৰাজ্যৰ পৰা অসমলৈ অহা লোক নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় তিনি লাখ ৪৫ হাজাৰ মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৫৪ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে এক লাখ ৩৯ হাজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ৪০২১ জনৰ মৃত্যু […]

Continue Reading