Fact Check: ভাইৰেল হোৱা এই ফটোবোৰ চলি থকা কৃষক আন্দোলনৰ নহয়!
কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে প্ৰনয়ন কৰা কৃষক আন্দোলনত দেশৰ ভিন্ন প্ৰান্তৰ কৃষকে যোগদান কৰিছে। এই আন্দোলনসমুহে সকলোৰে দৃষ্টি আকৰ্শন কৰিছে আৰু ছোচিয়েল মিডিয়াতো ইয়াকে লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে। তেনেকুৱা এটা পোষ্ট ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে,য’ত পাগুৰী পিন্ধা একাংশ লোকে এখন দাগ লগা জাতীয় পতাকা হাতেৰে ধৰি জ্বলাই দিয়া দেখা যোৱা ফটো আছে আৰু তাত […]
Continue Reading
