FACT CHECK: ইণ্ডোনেছিয়াৰ চিৰিয়াখানাৰ ক্ষীনকায় দুৰ্বল বাঘৰ ফটো গুৱাহাটীৰ বুলি প্ৰচাৰ কৰা হৈছে

শেহতীয়াভাৱে বাঘক গো-মাংস দিয়াত বাধা আৰোপ কৰি গুৱাহাটী ৰাজ্যিক চিৰিয়াখানাৰ সমুখত আন্দোলন কৰা কাৰ্যৰ পিছত এটা অতি ক্ষীনকায় দুৰ্বল বাঘৰ এখন ফটো অসম ৰাজ্যিক চিৰিয়াখানাৰ বাঘৰ ফটো বুলি ব্যাপক ৰূপত চোছিয়েল মিডিয়াত শ্বেয়াৰ কৰি থকা দেখা গৈছে ।  ফেক্ট ক্ৰেছচেণ্ডৰ ফেক্টলাইন নম্বৰ 9045053770ত এটা ফেচবুক পোষ্টৰ স্ক্ৰিণশ্বট প্ৰেৰণ কৰা হৈছিল। স্ক্ৰিণশ্বটটোত এটা ক্ষীন বাঘৰ এটা […]

Continue Reading

FACT CHECK: এই অ’বি ভেনখনৰ ক্ষতিসাধন শেহতীয়া ঘটনা নহয়

নিউজ১৮ৰ এখন আউট চাইড ব্ৰডকাষ্ট(অ’বি)ভেনৰ ক্ষতিসাধন কৰা এখন ফটো এই দাবীৰে অসমত ফেচবুকত ভাইৰেল কৰা হৈছে যে এই ভেনখনৰ ২০২০চনৰ ১২ অক্টোবৰত ক্ষতিসাধন কৰা হৈছে। তেনেকুৱা এটা পোষ্ট দিছিল আব্দুল হাচিব নামৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে। তেওঁ পোষ্টটোত লিখিছে-  “পৃথিৱীৰ সকলো সুখ এফালে,,,আৰু এই সুখতকৈও ডাঙৰ সুখ গোদি/দালাল মিডিয়াৰ গাড়ী ভাঙি চুৰমাৰ কৰা,, যোৱাকালি উত্তৰপ্ৰদেশৰ লক্ষৌত,,,অশেষ […]

Continue Reading

FACT CHECK: গণপ্ৰহাৰৰ এই ভিডিওটো অসমৰ নহয়!

Representative Image হাথৰাছ কাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা এগৰাকী মহিলাৰ ওপৰত চলোৱা যৌন নিৰ্যাতনৰ লগত সংগতি থকা বিভিন্ন পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অসমৰ বাহিৰত অন্য ভাষাত তেনেকুৱা এটা পোষ্ট শ্বেয়াৰ কৰি থকা হৈছে, যিটোৰ ভিডিঅ’ত এজন লোকক এটা দলে আক্ৰমন কৰি তেওঁৰ কাপোৰ কানি ফালি পেলোৱা দেখা গৈছে। ভিডিঅ’টোৰ কেপছনত লিখা হৈছে যে […]

Continue Reading

“এইখন সুধা মূৰ্তিয়ে পাচলি বিক্ৰী কৰি থকা ফটো নহয়!”

ইনফ’চিছ ফাউণ্ডেছনৰ চেয়াৰপাৰ্ছন সুধা মুৰ্তীৰ এখন ফটো শেহতীয়াভাৱে ভাইৰেল হৈছে,য’ত তেওঁক পাচলিৰ এখন দোকানত দেখা গৈছে আৰু লিখা হৈছে যে নিজৰ অহংবোধ নাইকিয়া কৰিবলৈ তেখেতে প্ৰতি বছৰে এটা দিনত পাচলি বিক্ৰী কৰে।  তেনেকুৱা এখন ফটো এগৰাকী ফেচবুক ব্যৱহাৰকাৰী আনোৱাৰ এইছ চোনাৰে গ্ৰন্থ সুৱাস নামৰ এটা গ্ৰুপত ২০২০ চনৰ ১০ অক্টোবৰত ৪বাজি ৪১ মিনিটত পোষ্ট কৰিছিল […]

Continue Reading

FACT CHECK: ভিন্ন যুৱতীৰ অসংলগ্ন ফটোৰে হাথৰাছ গণধৰ্ষণৰ ভুক্তভোগী বুলি ভুলকৈ প্ৰকাশ।

হাথৰাছ গণধৰ্ষণৰ বলি হৈ মৃত্যুমুখত পৰা যুৱতীগৰাকীৰ ন্যায়ৰ দাবীত এতিয়া চোছিয়েল মিডিয়া উত্তাল হৈ আছে। ভাইৰেল হৈ পৰা পোষ্টসমুহৰ ভিতৰত গোলাপী বৰণৰ পোচাক পৰিধান কৰি এখন পথাৰত থিয় হৈ থকা এগৰাকী যুৱতীক হাথৰাছত গণধৰ্ষণৰ বলি হৈ মৃত্যু হোৱা উত্তৰ প্ৰদেশৰ ১৯ বছৰীয়া ভুক্তভোগী যুৱতীগৰাকী বুলি প্ৰচাৰ কৰা হৈছে। চোছিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে সেই যুৱতীগৰাকীকে হাথৰাছৰ ভুক্তভোগী […]

Continue Reading

ভাইৰেল হোৱা ভিডিঅ’টোত দেখা মুৰ্তিটো মা কামাখ্যাৰ নহয়।

ফেচবুক লিংক | সংৰক্ষিত লিংক হিন্দু আখ্যানৰ শক্তিপীঠসমুহৰ ভিতৰত অন্যতম হৈছে গুৱাহাটীত অৱস্থিত মা কামাখ্যাৰ মন্দিৰ। ইয়াৰ ৰহস্যময় শক্তিৰ বাবেই ই জনাজাত। সেইবাবেই প্ৰতি বছৰে দেশ বিদেশৰ লক্ষ লক্ষ ভক্ত আকৰ্শিত হয় শক্তিপীঠখনৰ প্ৰতি। এই শক্তিপীঠখন সন্দৰ্ভত বহুতো জনশ্ৰুতি আৰু আখ্যান আছে, যি সমুহ সকলোৱে জানে আৰু কিছুমান কিছু বিশেষ লোকে হে কব পাৰে।   তেনেকুৱা […]

Continue Reading

ফটোত দেখা ব্যক্তিগৰাকী হিমালয়া ড্ৰাগ কোম্পানীৰ মালিক নহয়।

সংৰক্ষিত লিংক এখন ফটোৰ স্ক্ৰিনশ্বটত অসমৰ বিভিন্ন হোৱাটছএপ গ্ৰুপত শেহতীয়াভাৱে ভাইৰেল হৈ পৰিছে। যিখনত এজন ব্যক্তিক দেখা গৈছে আৰু তাত লিখা হৈছে যে তেওঁ হিমালয়া আয়ুৰ্বেদিক প্ৰডাক্টৰ স্বত্বাধিকাৰী মহম্মদ মীনল।  স্ক্ৰিনশ্বটটোত থকা কথাখিনি এনেকুৱা: *This is Mohammed Menal’ calls himself M Menal. He is the owner of Himalaya Ayurvedic products (name is Bhartiya). He donates […]

Continue Reading

যুক্তৰাষ্ট্ৰৰ কলম্বিয়াৰ এখন বাছত সঁচাকৈয়ে ড. বিআৰ আম্বেদকাৰ আৰু তেখেতৰ সহধৰ্মিনী সৱিতা আম্বেদকাৰৰ ফটো লগোৱা আছিলনে?

সংৰক্ষিত লিংক এখন বাছত ড. বিআৰ আম্বেদকাৰ আৰু তেখেতৰ সহধৰ্মিনী সৱিতা আম্বেদকাৰৰ ফটো লগোৱা এখন ফটোৰ স্ক্ৰিণশ্বট শেহতীয়াভাৱে অসমত হোৱাটছএপত ভাইৰেল হোৱা দেখা পোৱা গৈছে।  সংৰক্ষিত লিংক দাবী কৰা হৈছে যে এই সেইখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলম্বিয়াৰ এখন বাছ, যত ড. বিআৰ আম্বেদকাৰ আৰু তেখেতৰ সহধৰ্মিনী সৱিতা আম্বেদকাৰৰ ফটো লগোৱা আছে। স্ক্ৰিণশ্বটটোত লিখা আছে- “কলম্বিয়াৰ ৰাজপথত […]

Continue Reading

FACT CHECK: এইবাৰ ইউজিচি নেট পৰীক্ষাত নিগেটিভ মার্কিং থাকিব নেকি?

সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ বাতৰি বা বাৰ্তা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । বিশেষকৈ হোৱাটচ এপ্পত ভাইৰেল হৈ পৰা এই বাৰ্তা অনুসৰি এইবাৰ ইউজিচি নেট পৰীক্ষাত ভুল উত্তৰ দিয়াৰ বাবে নম্বৰ হ্ৰাস কৰা হব । হিন্দী পেপাৰৰ এক কাটিং যেন লগা ফটোখন হোৱাটচ এপ্পৰ জৰিয়তে অসমত ভাইৰেল হৈ পৰিছে । ইউজিচি নেটত এইবাৰ নিগেটিভ […]

Continue Reading

FACT CHECK: চিকিৎসা–শিক্ষাত বৰঙণি আগবঢ়োৱাৰ বাবে আইজি ন’বেল বঁটা মোদীলৈ আগবঢ়োৱা নাই!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আইজি ন’বেল বঁটা প্ৰদান কৰা হ’ল । দাবী কৰা হৈছে যে এইয়া এক আন্তঃৰাষ্ট্রীয় সন্মান হয় আৰু চিকিৎসা–শিক্ষাত বৰঙণি আগবঢ়োৱাৰ বাবে ২০২০ বর্ষৰ আইজি ন’বেল বঁটা প্রধানমন্ত্রী মোদীলৈ আগবঢ়োৱা হৈছে । মহামাৰী ক’ভিড–১৯ক লৈ বিশ্বত সজাগতা প্রচাৰ কৰাৰ লগতে এই মহামাৰী নিয়ন্ত্রণৰ ক্ষেত্রত পদক্ষেপ গ্রহণ […]

Continue Reading