সিংহই বিচৰণ কৰি থকা এই ভিডিঅ’টো অসমৰ নহয়

শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত এটা সিংহ‌ই গৰ্জন কৰি থকা দেখা গৈছে আৰু দাবী কৰা হৈছে যে ভিডিঅ’টো অসমৰ কৰিমগঞ্জৰ কলকলিৰ। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰি ২০২০ চনৰ ২৭ অক্টোবৰত “SabiSabiReserve” […]

Continue Reading

এয়া জাৰ্মানীত উদ্ধাৰ হোৱা ৩৫,০০০ৰ পৰা ৪,০০০০ বছৰ পুৰণি ভগৱান নৰসিংহৰ ভাস্কৰ্য নহয় 

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। পোষ্টটো আছিল দুখন বেলেগ বেলেগ ফটোৰ ক’লাজ। ফ’টোখনত লিখা আছিল যে জাৰ্মানীত ভগৱান নৰসিংহৰ ভাস্কৰ্য পোৱা গৈছে। কাৰ্বন ডেটিঙৰ দ্বাৰা নিশ্চিত কৰা হৈছে এই ভাস্কৰ্য ৩৫,০০০ ৰ পৰা ৪০,০০০ বছৰ পুৰণি। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা নিৰূপণ পদ্ধতি […]

Continue Reading

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে ডিজিটেল ৱালেট সম্পৰ্কে এই ভিডিঅ’ বাৰ্তা দিয়া নাই

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা বিশেষ ভিডিঅ’ ফ’ৰৱাৰ্ড কৰা হৈছিল। ভিডিঅ’টোত দেখা গৈছিল যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে মানুহক PhonePe, Google Pay, PayTM আদি পেমেণ্ট এপ্লিকেচন জালিয়াতিৰ পৰা সুৰক্ষা সম্পৰ্কে পৰামৰ্শ দিছে।  Archived Link কিন্তু ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে এই ভিডিঅ’ আৰু অডিঅ’ৰ মাজত সামঞ্জস্য নাই।  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই […]

Continue Reading

পথাৰত এই অদ্ভুত দেখাত পোকটোৱে কামোৰাৰ ফলত কৃষকৰ মৃত্যু হৈছে নেকি?

শেহতীয়াকৈ অসমত কিছু বিশেষ ছবি হোৱাটছএপৰ যোগেদি ভাইৰেল হৈ পৰিছে । ভাইৰেল ছবিবোৰত দেখা গৈছে এক সেউজীয়া কৃমি প্ৰকৃতিৰ পোক আৰু লগতে এজন লোকৰ মৃতদেহ দেখা গৈছে । দাবী কৰা হৈছে যে এই অদ্ভুত দেখাত পোকটোৱে কামোৰাৰ ফলত কৃষকজনৰ মৃত্যু হৈছে ।  আমালৈ আমাৰ হোৱাটচ‌এপ নম্বৰতও উক্ত ভাইৰেল ফটো সম্বলিত দাবী সত্যতা নিৰূপণৰ বাবে পঠোৱা […]

Continue Reading

ছোৱালী অপহৰণ, ৰেপ গেঙ সক্ৰিয় হৈ থকা বুলি অসম পুলিচে কোনো সতৰ্কবাণী দিয়া নাই

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা বিশেষ মেচেজ ফ’ৰৱাৰ্ড কৰা হৈছিল। মেচেজটো আছিল এনেধৰণৰ -“কলেজ বা অফিচলৈ যোৱা প্ৰতিগৰাকী ছোৱালীৰ বাবে বাৰ্তা।যদি আপুনি ৰাস্তাত কোনো শিশুৱে ঠিকনা দেখুৱাই কান্দি থকা দেখিছে আৰু আপোনাক সেই ঠাইলৈ লৈ যাবলৈ কয়, তেন্তে সেই শিশুটিক পোনে পোনে থানালৈ লৈ যাওক আৰু অনুগ্ৰহ কৰি তেওঁলোকক সেই ঠিকনালৈ নিনিব। ছোৱালীক চুৰি, ৰেপ […]

Continue Reading

অসমত কোনো সোপাধৰা ওলোৱা নাই

শেহতীয়াকৈ অসমৰ বিভিন্ন চ’চিয়েল মেডিয়াত এক বিশেষ বাতৰি বিয়পি পৰিছে। অসমৰ বিভিন্ন প্ৰান্তত “সোপাধৰা” / শিশু অপহৰণকাৰী চক্ৰ সক্ৰিয় হৈ থকা বুলি বিভিন্নজনে চ’চিয়েল মেডিয়াত পোষ্ট শ্বেয়াৰ কৰা দেখা গৈছে। Facebook Link | Archived Link এনেধৰণৰ পোষ্ট ইয়াত আৰু, ইয়াতো দেখিবলৈ পাব।  তদুপৰি সোপাধৰা সন্দেহত অসমৰ বিভিন্ন ঠাইত বিভিন্ন বিক্ষিপ্ত ঘটনাৰ বাতৰিও দেখিবলৈ পোৱা গ’ল।  […]

Continue Reading

হালধীয়া ৰঙৰ কাছটো নেপালৰ মিথিলাত উদ্ধাৰ হোৱা নাই

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এখন বিশেষ ফটো আহিছিল। ফটোখন আছিল এক হালধীয়া ৰঙৰ কাছৰ। দাবী কৰা হৈছে যে এই কাছটো উদ্ধাৰ হৈছে নেপালৰ মিথিলাত। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা নিৰূপণ পদ্ধতি প্ৰথমে আমি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি কিছু তথ্য পালোঁ।  আমি ২০২০ চনৰ অক্টোবৰ মাহৰ ৩০ তাৰিখে […]

Continue Reading

ফটোখনত দেখুওৱা ৰে’ল ষ্টেচনটো পাকিস্তানৰ নহয়

শেহতীয়াকৈ পাকিস্তানত হোৱা বিধ্বংসী বানপানীয়ে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে। এই সময়ত বিভিন্ন ফটো তথা ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। আমাৰ হোৱাটচ‌এপ নম্বৰলৈও পাকিস্তানৰ বানপানীৰ বুলি Zee news ত প্ৰকাশ পোৱা এখন ফটো আহিছিল। ফটোখনত পানীত ডুব যোৱা ট্ৰেইন আৰু ৰে’ললাইন দেখুৱাই সেয়া পাকিস্তানৰ বুলি দাবী কৰা হৈছিল। Archived Link Archived […]

Continue Reading

‘ব্লাড অন কল’ সেৱা সমগ্ৰ ভাৰতত প্ৰযোজ্য হোৱা নাছিল

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা বিশেষ মেচেজ ফ’ৰৱাৰ্ড কৰা হৈছিল। মেচেজটো আছিল এনেধৰণৰ:-“আজিৰেপৰা ভাৰতত ১০৪ এটা বিশেষ নম্বৰ হৈ পৰিব তেজৰ প্ৰয়োজনীয়তাৰ বাবে। এই সেৱাৰ নাম হ’ল ‘ব্লাড অন কল”..এই নম্বৰটোত কল কৰাৰ পাছত ৪০ কি:মি: ব্যাসাৰ্ধৰ ভিতৰৰ ঠাইত চাৰি ঘণ্টাৰ ভিতৰত তেজ যোগান ধৰা হ’ব.. প্ৰত্যেক বটলত ৪৫০ টকা লগতে ১০০ টকা যাতায়াতৰ বাবদ। […]

Continue Reading

মেপখনত দেখুওৱা বেঙুনীয়া ৰেখাবোৰে এটা ঈগলৰ ২০ বছৰৰ যাত্ৰাপথ দেখুওৱা নাই

শেহতীয়াকৈ মধ্য প্ৰাচ্য আৰু পূব ইউৰোপৰ অঞ্চলসমূহত বেঙুনীয়া ৰেখাৰে বিয়পি থকা এখন মেপ ভাইৰেল হোৱা দেখা গৈছে। কোৱা হৈছে যে সেয়া এটা ঈগলৰ ২০ বছৰৰ যাত্ৰাপথ। দাবী কৰা হৈছে যে ৰাছিয়াত এটা ঈগলৰ দেহত ট্ৰেকাৰ সংস্থাপিত কৰা হৈছিল আৰু ঈগলটোৱে যাত্ৰা কৰা বিভিন্ন অঞ্চলত সেই মেপখনত দেখুওৱা হৈছে। এনে এটা পোষ্ট আমাৰ হোৱাটচ‌এপ নম্বৰলৈও আহিছিল। […]

Continue Reading