FACT CHECK: ডনাল্ড ট্ৰাম্পৰ মৰ্ফ কৰা টুইটত দাবী কৰা হৈছে যে তেওঁ ৰাছিয়াৰ ভেকচিন লাভ কৰিব

ডনাল্ড ট্ৰাম্প আৰু ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্প ২ অক্টোবৰত কোভিড আক্ৰান্ত হয়। তাৰে মাত্ৰ ৪দিন পিছত ডনাল্ড ট্ৰাম্পে তেওঁক কোডিডৰ চিকিৎসা কৰি থকা মিলিটাৰী হাস্পতালৰ পৰা হোৱাইট হাউচলৈ ঘুৰি আহে। অতি নাটকীয়ভাবে তেওঁ কোভিড আক্ৰান্ত হৈয়ো মাস্ক পৰিধান নকৰাজৈয়ে হোৱাইট হাউচত প্ৰৱেশ কৰে। ডনাল্ড ট্ৰাম্পে টুইট কৰা বুলি অভিযোগ কৰা এটা টুইটৰ স্ক্ৰিণশ্বট ভাইৰেল হৈ […]

Continue Reading

FACT CHECK: এই চিকিৎসকজন ক’ভিড ৰোগীৰ কিডনী বিক্ৰী কৰাৰ বাবে গ্ৰেপ্তাৰ হোৱা নাছিল!

ফেচবুক লিংক | সংৰক্ষিত লিংক আব্দুল হাছিব নামৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে দুখন ফটো প্ৰচাৰ কৰিছিল আৰু লিখিছিল-“ক”ৰোনাৰ নাম লৈ মানুহক মৃত্যুৰ মুখত পেলাই জিয়া কিডনি উলিয়াই কিছুমান ডাক্তৰে বিক্ৰী কৰি আছে,,,আমি সকলো সতৰ্ক থকা উচিত,,,সুস্থ মানুহক ক”ৰোনা সজাৱা ধান্দা,,,১২৫ জন মানুহক ক”ৰোনা সজাই মৃত্যুৰ মূখত পেলাই জিয়া কিডনি বিক্ৰী কৰা ডাক্তৰ দেবেন্দ্ৰ শৰ্মাক ইতিমধ্যে গ্ৰেপ্তাৰ […]

Continue Reading

দেশত চিনেমা হলবোৰ ১ অক্টোবৰ, ২০২০ তাৰিখৰ পৰা খুলিবলৈ গৃহ মন্ত্ৰালয়ে অনুমতি দিয়া নাই!

সংৰক্ষিত লিংক শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ জৰিয়তে এক বিশেষ বাতৰি ভাইৰেল হৈ পৰিছে । ডেইলী হাণ্ট নামৰ এক ৱেবছাইটত উক্ত বাতৰিটো প্ৰকাশ পাইছে । দাবী কৰা হৈছে যে দেশত চিনেমা হলবোৰ ১ অক্টোবৰ, ২০২০ তাৰিখৰ পৰা খুলিবলৈ গৃহ মন্ত্ৰালয়ে অনুমতি দিছে । উল্লেখযোগ্য যে ক’ৰনা ভাইৰাছৰ ভয়াবহ সংক্ৰমণৰ হেতু দেশত লক ডাউন ঘোষণা কৰা হৈছিল আৰু […]

Continue Reading

ভাৰত চৰকাৰে প্ৰত্যেকজন ক’ৰনা ৰোগীৰ বাবে ১.৫ লাখ টকা খৰচ কৰিছে বুলি ভুৱা বাৰ্তা ভাইৰেল হৈছে!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ বাৰ্তা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত ভাইৰেল বাৰ্তাটোত দাবী কৰা হৈছে যে ভাৰত চৰকাৰে প্ৰত্যেকজন ক’ৰনা ৰোগীৰ বাবে ১.৫ লাখ টকা খৰচ কৰিছে বা ৰাজ্য চৰকাৰক প্ৰদান কৰিছে । এই বিষয়ে এক বাৰ্তা হোৱাটচ এপ্পৰ যোগেদি ভাইৰেল হৈ পৰিছে । এই সম্বন্ধে কিছু ফেচবুক পোষ্টও […]

Continue Reading

এই ভিডিঅ’টোত ভেকচিন গ্ৰহণ কৰি থকা ছোৱালীজনী ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ কন্যা নহয়!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ সমগ্ৰ বিশ্বতে ক’ৰনা ভাইৰাছ ৰোগে ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে ৰাছিয়াত বিশ্বৰ প্ৰথমটো ক’ৰনা ভাইৰাছৰ ভেকচিন মানৱ দেহত প্ৰয়োগৰ বাবে সাজু হৈ উঠিছে বুলি এক বাতৰি ভাইৰেল হৈ পৰিছে । ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ৰাছিয়াই বিশ্বৰ প্ৰথমটো ক’ৰনা প্ৰতিৰোধী ভেকচিন প্ৰস্তুত কৰি উলিয়াইছে বুলি ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে । […]

Continue Reading

ভাৰতৰ ছাত্ৰয়ে আৱিষ্কাৰ কৰা ক’ৰনা ৰোগৰ দৰৱক বিশ্ব স্বাস্থ্য সংস্থায়ে অনুমোদন জনাইছে বুলি ভুৱা বাৰ্তা ভাইৰেল!

সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ বাৰ্তা হোৱাটচ এপ্পত ভাইৰেল হৈ পৰিছে । এই বাৰ্তাটোত দাবী কৰা হৈছে যে ভাৰতৰ পণ্ডিচেৰী ইউনিভাৰ্চিটিৰ ৰামু নামৰ এজন শিক্ষাৰ্থীয়ে ক’ৰনা ভাইৰাছ ৰোগৰ ঘৰুৱা দৰৱ বা উপশম বিচাৰি উলিয়াইছে আৰু ইয়াক বিশ্ব স্বাস্থ্য সংস্থায়ে স্বীকৃতি দিছে ।  দাবী কৰা হৈছে যে ১ চামুচ ক’লা জালুক ২ চামুচ মৌ আৰু অলপ […]

Continue Reading

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হোৱা নাই!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ বাতৰি ফেচবুকৰ জৰিয়তে ভাইৰেল হৈ পৰিছে যে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ, অসম সন্তান, ৰঞ্জন গগৈ ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হৈছে । উক্ত বাতৰিটো বিভিন্ন জনে শ্বেয়াৰ কৰিছে আৰু কিছু সংবাদ মাধ্যমটো এনে ধৰণৰ বাতৰি প্ৰকাশ পোৱা দেখা গৈছে ।  ‘নিউজ অসম২৪’ নামৰ এক ফেচবুক পে’জৰ পৰা এনে […]

Continue Reading

অমিতাভ বচ্চনৰ ক’ৰনা টেষ্টৰ ৰিজাল্ট নিগেটিভ অহা নাই!

ফেচবুক লিংক | সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে কেইবালাখ মানুহৰ মৃত্যু হৈছে আৰু বহু লাখ মানুহ এতিয়াও আক্রান্ত হৈ আছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে বহু হেজাৰ লোকৰ মৃত্যু হৈছে আৰু বহুতো মানুহ এতিয়াও আক্ৰান্ত হৈ আছে ।  শেহতীয়াকৈ বলিউডৰ ‘বিগ […]

Continue Reading

ক’ৰনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ বাবে দক্ষিণ আফ্ৰিকাত আগতীয়াকৈ ১৫ লাখ গণ কবৰ খন্দা নাই!

ফেচবুক লিংক । সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে কেইবালাখ মানুহৰ মৃত্যু হৈছে আৰু বহু লাখ মানুহ এতিয়াও আক্রান্ত হৈ আছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে বহু হেজাৰ লোকৰ মৃত্যু হৈছে । অসমতো প্ৰায় ১৬ হাজাৰতকৈ অধিক ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু ইয়াৰে […]

Continue Reading

অমিতাভ বচ্চনৰ নানাৱতিৰ স্বাস্থ্যকৰ্মীক উদ্দেশ্যি প্ৰশংসাসূচক পুৰণি ভিডিঅ’ বৰ্তমানৰ বুলি ভাইৰেল!

ফেচবুক লিংক | সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে কেইবালাখ মানুহৰ মৃত্যু হৈছে আৰু বহু লাখ মানুহ এতিয়াও আক্রান্ত হৈ আছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে বহু হেজাৰ লোকৰ মৃত্যু হৈছে । অসমতো প্ৰায় ১৬ হাজাৰতকৈ অধিক ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু […]

Continue Reading