ৰাজস্থানৰ পুৰণি ফটো হিমাচল প্ৰদেশৰ শেহতীয়া ঘটনাৰ ফটো বুলি প্ৰচাৰ কৰা হৈছে!

ফেচবুক লিংক | সংৰক্ষিত লিংক কিছুদিনৰ আগতে আপলোড হোৱা এক বিশেষ ফেচবুক পোষ্ট অসমত পুনৰাই শ্বেয়াৰ হব ধৰিছে । উক্ত ফেচবুক পোষ্টটোত কিছু ফটো আপলোড কৰা হৈছে য’ত এজনী মুখত আঘাত প্ৰাপ্ত গাই গৰু দেখা গৈছে । দাবী  কৰা হৈছে যে এইটো হিমাচল প্ৰদেশৰ ঘটনা হয় আৰু সন্তান সম্ভবা হৈ থকা দূৰ্ভগীয়া উক্ত গাই গৰুজনীক […]

Continue Reading

ভাৰত চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ আয়োগে তিনিখন খাদী মাস্ক ৯৯৯ টকাত বিক্ৰী কৰা নাই!

সংৰক্ষিত লিংক যি সময়ত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ মাস্ক পিন্ধাটো দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য্য অংগ হৈ পৰিছে, সেই সময়তে মাস্ক সম্বন্ধীয় এখন বিতৰ্কিত বিজ্ঞাপনৰ পোষ্টাৰ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে ‘খাদী ইণ্ডিয়া’য়ে তিনিখন খাদী মাস্কৰ দাম ৯৯৯ টকা নিৰ্ধাৰণ কৰিছে । ‘খাদী ইণ্ডিয়া’ হৈছে ভাৰত চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ […]

Continue Reading

পেট্ৰল ডিজেলৰ বৰ্ধিত দামৰ বাবে ক্ৰোধিত হৈ ৰাইজে পেট্ৰল পাম্পটোত আক্ৰমণ কৰা নাই!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ ভিডিঅ’ ফেচবুকত ভাইৰেল হৈ পৰিছে । উক্ত ভিডিঅ’টোত কিছু  উত্ৰেজিত লোকে এটা পেট্ৰল পাম্পত আক্ৰমণ কৰি ভাঙি চূৰমাৰ কৰা দেখা গৈছে ।  দাবী কৰা হৈছে যে পেট্ৰল ডিজেলৰ বৰ্ধিত দামৰ বাবে ক্ৰোধিত হৈ এই সকল লোকে এইদৰে পেট্ৰল পাম্পটোত আক্ৰমণ কৰিছে ।  আৰিয়ান ৰেব্বি নামৰ এক ফেচবুক […]

Continue Reading

এই মৃত ছোৱালীজনী পশ্চিম বংগৰ উত্তৰ দিনাজপুৰ জিলাৰ ধর্ষিতা মাম্পি সিংহ নহয়!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ ফেচবুক পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত পোষ্টটোত দাবী কৰা হৈছে যে পশ্চিম বংগৰ উত্তৰ দিনাজপুৰ জিলাৰ চোপ্ৰা বিধানসভা অন্তৰ্গত বসলামপুৰ গাঁৱৰ মাম্পি সিংহ নামৰ এজনী হিন্দু কিশোৰীক মহম্মদ নাছিৰুদ্দিন নামৰ এজন লোকে ধৰ্ষণ কৰিছে আৰু ইছলামপুৰ চিকিৎসালয়ত কিশোৰীজনীৰ পাছত মৃত্যু হয় । উক্ত পোষ্টটোত […]

Continue Reading

অমিতাভ বচ্চনৰ ক’ৰনা টেষ্টৰ ৰিজাল্ট নিগেটিভ অহা নাই!

ফেচবুক লিংক | সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে কেইবালাখ মানুহৰ মৃত্যু হৈছে আৰু বহু লাখ মানুহ এতিয়াও আক্রান্ত হৈ আছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে বহু হেজাৰ লোকৰ মৃত্যু হৈছে আৰু বহুতো মানুহ এতিয়াও আক্ৰান্ত হৈ আছে ।  শেহতীয়াকৈ বলিউডৰ ‘বিগ […]

Continue Reading

ভাৰতৰ গৃহ মন্ত্ৰালয়ে বৰ্তমানলৈকে স্কুল-কলেজ সমূহ খুলিবলৈ অনুমতি দিয়া নাই!

সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে কেইবালাখ মানুহৰ মৃত্যু হৈছে আৰু বহু লাখ মানুহ এতিয়াও আক্রান্ত হৈ আছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে বহু হেজাৰ লোকৰ মৃত্যু হৈছে । সমগ্ৰ দেশখন ইতিমধ্যে লক ডাউনৰ বিভিন্ন পৰ্য্যায়ৰ মাজেদি পাৰ হৈ গৈছে । লক […]

Continue Reading

বাঘজানৰ তৈলখাদত লগা জুইকুৰা এতিয়াও নুমোৱা নাই!

সংৰক্ষিত লিংক অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত বাঘজান তৈলখাদত যোৱা ৯ জুন, ২০২০ তাৰিখে জুই লগা ঘটনাই সমগ্ৰ দেশতে তোলপাৰ লগাইছিল । এইয়া অইল ইণ্ডিয়া লিমিটেডৰ এক গুৰুতৰ ত্ৰুটী বুলি বিভিন্নজনে দাবী কৰিছিল । যিসময়ত বাঘজানৰ জুইকুৰা নুমাবলৈ চেষ্টা চলাই থকা হৈছে সেই সময়তে এই জুইকুৰা ইতিমধ্যে নুমালে বুলি অসমৰ আগশাৰীৰ ইংৰাজী বাতৰি কাকত, অসম ট্ৰিবিউনে […]

Continue Reading

অমিতাভ বচ্চনৰ নানাৱতিৰ স্বাস্থ্যকৰ্মীক উদ্দেশ্যি প্ৰশংসাসূচক পুৰণি ভিডিঅ’ বৰ্তমানৰ বুলি ভাইৰেল!

ফেচবুক লিংক | সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে কেইবালাখ মানুহৰ মৃত্যু হৈছে আৰু বহু লাখ মানুহ এতিয়াও আক্রান্ত হৈ আছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে বহু হেজাৰ লোকৰ মৃত্যু হৈছে । অসমতো প্ৰায় ১৬ হাজাৰতকৈ অধিক ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু […]

Continue Reading

চিবিএছই’য়ে দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ ৰিজাল্ট ক্ৰমে ১১ আৰু ১৩ জুলাই তাৰিখে ঘোষণা কৰা হব বুলি কোনো জাননী জাৰি কৰা নাই!

সংৰক্ষিত লিংক শেহতীয়াকৈ এখন বিশেষ জাননী হোৱাটচ এপ্পৰ যোগেদি ভাইৰেল হৈ পৰিছে । উক্ত জাননীখন চেণ্ট্ৰেল ব’ৰ্ড অফ চেকেণ্ডেৰী এডুকেচন (চিবিএছই)য়ে জাৰি কৰা বুলি দাবী কৰা হৈছে । জাননীখনত দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ ৰিজাল্ট ক্ৰমে ১১ আৰু ১৩ জুলাই তাৰিখে ঘোষণা কৰা হব বুলি লিখা আছে । লগতে ৰিজাল্টবোৰ চাবলৈ তিনিটা ৱেবচাইটৰ নামও জাননীখনত […]

Continue Reading

লকডাউনৰ সময়ত ১২০০ কিলোমিটাৰ চাইকেল চলাই জনপ্ৰিয় হোৱা ছোৱালীজনীৰ মৃত্যু হোৱা নাই!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ ছচিয়েল মিডিয়াত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোখনত এজনী ছোৱালীক মৃত অৱস্থাত মাটিত পৰি থকা দেখা গৈছে । দাবী কৰা হৈছে যে এই ছোৱালীজনী জ্যোতি কুমাৰী পাছৱান নামৰ বিহাৰৰ ছোৱালীজনী হয় যি দেশজোৰা লকডাউনৰ সময়ত ১২০০ কিলোমিটাৰ বাট চাইকেল চলাই তাইৰ বেমাৰী বাপেকক কঢ়িয়াই মাত্ৰ ৭ দিনত […]

Continue Reading