ফটোখনত দেখা দম্পতীহাল দাবী কৰাৰ দৰে মাক-পুতেক নহয়!
ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ টুইটাৰ পোষ্টৰ স্ক্ৰীনশ্বট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত টুইটাৰ পোষ্টটোত দাবী কৰা হৈছে যে পোষ্টটোত সংলগ্ন ফটোখনত দেখা দম্পতীহাল আচলতে মাক-পুতেক হয় আৰু তেওঁলোকৰ বিবাহৰ পাছত এক তিনি বছৰীয়া সন্তানও আছে । উক্ত টুইটাৰ পোষ্টৰ স্ক্ৰীনশ্বটটোক লৈ ছচিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু বিভিন্নজনে এই […]
Continue Reading
