ৰাজস্থানৰ শ্ৰী গংগানগৰৰ গণধৰ্ষণৰ বলি হোৱা নাবালিকাগৰাকীৰ মৃত্যু হোৱা নাই। ফটোখনত থকা ছোৱালীজনী ৰাজস্থানৰ শ্ৰী গংগানগৰৰ ঘটনাৰ বলি নাবালিকাগৰাকী নহয়।

ৰাজস্থানৰ শ্ৰী গংগানগৰৰ গণধৰ্ষণৰ বলি হোৱা নাবালিকাগৰাকীৰ মৃত্যু হোৱা বুলি বিভিন্ন পোষ্ট ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। এই পটভূমিত গুলপীয়া ৰঙৰ চাৰ্ট পৰিহিতা এগৰাকী কম বয়সীয়া ছোৱালীৰ ফটোত মালা আঁৰি দিয়া এখন ফটো ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে সেয়া ৰাজস্থানৰ শ্ৰী গংগানগৰৰ গণধৰ্ষণৰ বলি হোৱা নাবালিকাগৰাকীৰ ফটো। Facebook Link | Archived Link  আমি […]

Continue Reading

গুজৰাটৰ পাটনৰ পুৰণি ভিডিঅ’ ৰাজস্থানৰ শ্ৰী গংগানগৰৰ গণধৰ্ষণৰ ঘটনাৰ অপৰাধীক আৰক্ষীয়ে আটক কৰাৰ দৃশ্য বুলি ভাইৰেল।

ৰাজস্থানৰ ১৩ বছৰীয়া নাবালিকাৰ গণধৰ্ষণৰ ঘটনাৰ পাছতে আৰক্ষীয়ে ৩২ জন সন্দেহযুক্তৰ ভিতৰত ১৪ জনক গ্ৰেপ্তাৰ কৰিছে। এই পটভূমিত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে কেইজনমান লোকক আৰক্ষীয়ে আৰক্ষীয়ে আটক কৰি মৰিয়াই মৰিয়াই ৰাস্তাৰে লৈ গৈ আছে। দাবী কৰা হৈছে যে সেয়া ৰাজস্থানৰ শ্ৰী গংগানগৰৰ গণধৰ্ষণৰ ঘটনাৰ অপৰাধীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ […]

Continue Reading

পৰস্ত্ৰীৰ সৈতে থকা সম্পৰ্কৰ বাবে পত্নীয়ে স্বামীৰ লিংগচ্ছেদ কৰা ঘটনাকে ৩ ধৰ্ষিতা কন্যাই ধৰ্ষণকাৰী পিতৃৰ লিংগচ্ছেদ কৰা বুলি বিভ্ৰান্তিকৰভাৱে  প্ৰচাৰ।   

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেয়া এগৰাকী ব্যক্তিক নিজ ৩ কন্যাক ধৰ্ষণ কৰাৰ অপৰাধত তিনিও কন্যাই লিংগচ্ছেদ কৰা দৃশ্য। পোষ্টটোত লিখিছে-  নিজৰ বাপেকে ৩ জীয়ৰীক সদায় rape কৰে, সেয়েহে জীয়েকহঁতে তাৰ লিংগ কাটিছে ।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ […]

Continue Reading

এই দৃশ্যসমূহৰ ৰাজস্থানৰ শ্ৰী গংগানগৰত সংঘটিত গণধৰ্ষণৰ ঘটনাৰ সৈতে সম্পৰ্ক নাই।

ৰাজস্থানৰ শ্ৰী গংগানগৰত এগৰাকী ১৩ বছৰীয়া কিশোৰীক অপহৰণ আৰু দলবদ্ধ ধৰ্ষণৰ এক ঘটনা পোহৰলৈ আহিছে। কিশোৰীগৰাকীৰ ওপৰত পাঁচটা দিন চহৰখনৰ বিভিন্ন হোটেলত নিৰ্যাতন চলোৱা হৈছিল। এই সন্দৰ্ভত ৩২ জন সন্দেহযুক্তৰ ভিতৰত ১৫ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই পটভূমিত তিনিটা দৃশ্যাংশ সংযুক্ত এক ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে […]

Continue Reading

উত্তৰ প্ৰদেশৰ আমৰোহাত ২০২৩ চনতে হোৱা তাজিয়াৰ দুৰ্ঘটনাকে মধ্য প্ৰদেশৰ শেহতীয়া দুৰ্ঘটনা বুলি বিভ্ৰান্তিকৰভাবে প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেয়া মধ্যপ্ৰদেশৰ ৰতলাম জিলাৰ পিপলোদাৰ হাটনাৰাত অতি শেহতীয়া তাজিয়াৰ শোভাযাত্ৰাত হোৱা দুৰ্ঘটনাৰ দৃশ্য। এটা পোষ্টত লিখিছে- মধ্যপ্ৰদেশত ৰতলাম জিলাৰ পিপলোদাৰ হাটনাৰাত তাজিয়াৰ শোভাযাত্ৰাত দুৰ্ঘটনা।উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ অহাৰ ফলত তাজিয়া শোভাযাত্ৰাত সংঘটিত হয় দুৰ্ঘটনা।৩ জনৰ মৃত্যু, ১০ জনতকৈ অধিক লোক […]

Continue Reading

ৰাজহুৱা স্থানত চুম্বন কৰা এই দৃশ্যটোৰ ক’কৰোছ জনতা পাৰ্টিৰ যন্তৰ মন্তৰত বৰ্তমান চলি থকা প্ৰতিবাদৰ সৈতে কোনো সম্পৰ্ক নাই।

শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত য’ত দেখা গৈছে যে এগৰাকী যুৱতীয়ে আন এগৰাকী যুৱতীক এক ভিৰৰ সন্মুখত চুম্বন কৰিছে আৰু তাৰ পাছত আন এজন যুৱকক চুম্বন কৰিছে। দাবী কৰা হৈছে যে সেয়া ক’কৰোছ জনতা পাৰ্টিৰ যন্তৰ মন্তৰত বৰ্তমান চলি থকা প্ৰতিবাদৰ সময়ত নিশা ২ বজাৰ দৃশ্য। Facebook Link | Archived Link  আমি […]

Continue Reading

পাঁচ বছৰ পূৰ্বে মহাৰাষ্ট্ৰৰ জালনাৰ এজন যুৱ বিজেপি নেতাক অন্য কাৰণত আৰক্ষীয়ে প্ৰহাৰ কৰা দৃশ্যকে সুখদেৱ জাতৱক প্ৰহাৰ কৰা বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেয়া ভীম আৰ্মীৰ নেতা সুখদেৱ জাতৱে ভগবান শ্ৰীৰামক গালি পৰাৰ বাবে আৰক্ষীয়ে প্ৰহাৰ কৰাৰ দৃশ্য। পোষ্টটোত লিখিছে- #ভীম_আৰ্মি-ৰ কৰ্মী #সুখদেৱ_জাতৱে ভগৱান #শ্ৰীৰামক গালি পাৰিছিল… পিছত আৰক্ষীয়ে এইদৰে সুন্দৰকৈ #ট্ৰিটমেন্ট কৰিলে..! Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই […]

Continue Reading

বিহাৰৰ মুজফ্ফৰনগৰত হোৱা অগ্নিকাণ্ডৰ দৃশ্যকে বাহৰেইনত ইৰাণৰ আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া বাহৰেইনত থকা আমেৰিকাৰ সেনাৰ ঘাটিত ইৰাণৰ আক্ৰমণৰ দৃশ্য বুলি দাবী কৰা হৈছে। পোষ্টটোত লিখিছে- ইৰাণৰ বাহৰেইনৰ আমেৰিকাৰ সামৰিক চাৱনিত ভয়ানক আক্ৰমণ।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভনীতে […]

Continue Reading

এই দৃশ্যবোৰ ভেনিজুৱেলাৰ ভূমিকম্পৰ নহয়। ২০২৬ৰ ২৫ জুনত উত্তৰ-পূৱ জাপানত হোৱা ভূমিকম্পৰহে দৃশ্য সেয়া। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত যোৱা  এটা ভিডিঅ’ আপলোড কৰি সেয়া ভেনিজুৱেলাত অহা অতি শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি দাবী কৰা হৈছে। পোষ্টটোত লিখিছে- আমেৰিকাৰ ভেনেজুৱেলাৰ ভয়ংকৰ ভূমিকম্পৰ দৃশ্য দেখিলে আপোনাৰো বুকু কঁপি উঠিব। এতিয়ালৈকে ১ লাখ পৰ্যন্ত লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। ৭.১ আৰু ৭.৫ প্ৰাবল্যৰ দুটাকৈ ভয়ানক ভূমিকম্প আহিছিল।  Facebook Link Archived Link কিন্তু […]

Continue Reading

এই দৃশ্য জাপান বা ভেনিজুৱেলাৰ শেহতীয়া ভূমিকম্পৰ নহয়, এয়া ম্যানমাৰৰ ভূমিকম্পৰ এক পুৰণি দৃশ্যহে।  

শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ভেনিজুৱেলা আৰু জাপানত অহা অতি শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি দাবী কৰা হৈছে। এটা পোষ্টত লিখিছে- জাপান ভয়ংকৰ ভূমিকম্প। ইৱাটে প্ৰদেশৰ উপকূলীয় অঞ্চলত জোকাৰণি অনুভূত। আওমোৰী প্ৰিফেকচাৰত অধিক আছিল ভূমিকম্পটোৰ তীব্ৰতা   Facebook Link Archived Link একেটা ভিডিঅ’ ভেনিজুৱেলাত অহা ভূমিকম্পৰ বুলি দাবী কৰি আন এটা পোষ্টত […]

Continue Reading