ভাৰতৰ ছাত্ৰয়ে আৱিষ্কাৰ কৰা ক’ৰনা ৰোগৰ দৰৱক বিশ্ব স্বাস্থ্য সংস্থায়ে অনুমোদন জনাইছে বুলি ভুৱা বাৰ্তা ভাইৰেল!

সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ বাৰ্তা হোৱাটচ এপ্পত ভাইৰেল হৈ পৰিছে । এই বাৰ্তাটোত দাবী কৰা হৈছে যে ভাৰতৰ পণ্ডিচেৰী ইউনিভাৰ্চিটিৰ ৰামু নামৰ এজন শিক্ষাৰ্থীয়ে ক’ৰনা ভাইৰাছ ৰোগৰ ঘৰুৱা দৰৱ বা উপশম বিচাৰি উলিয়াইছে আৰু ইয়াক বিশ্ব স্বাস্থ্য সংস্থায়ে স্বীকৃতি দিছে ।  দাবী কৰা হৈছে যে ১ চামুচ ক’লা জালুক ২ চামুচ মৌ আৰু অলপ […]

Continue Reading

এই ভাইৰেল ফটোখন বোকাখাটৰ কাজিৰঙা অভয়াৰণ্যত থকা এখন চাহ বাগিছাৰ নহয়!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ অসমত ফেচবুকৰ জৰিয়তে এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোখনত এখন চাহ বাগানৰ মাজত এটুকুৰা মনমোহা মুকলি ঠাই দেখা গৈছে আৰু নাতি দূৰত এখন পাহাৰ দেখা গৈছে । দাবী কৰা হৈছে যে এই ফটোখন বোকাখাটৰ কাজিৰঙা অভয়াৰণ্যত থকা এখন চাহ বাগিছাৰ হয় ।  ‘আছামিজ অনলাইন’ নামৰ এক ফেচবুক […]

Continue Reading

ভাইৰেল ভিডিঅ’ত কণ্ঠ নিগৰোৱা লোকজন বায়ুসেনাৰ প্ৰাক্তন উইং কমাণ্ডাৰ তথা দূৰ্ভগীয়া বিমানখনৰ মুখ্য পাইলট দীপক চাথে নহয়!

সংৰক্ষিত লিংক শেহতীয়াকৈ এখন এয়াৰ ইণ্ডিয়াৰ বিমান ডুবাইৰ পৰা কেৰেলালৈ আহোঁতে কেৰেলাৰ কোঝিকোড় বিমান বন্দৰত এক দুৰ্ভাগ্যজনক বিমান দুৰ্ঘটনাত পতিত হয় । এই বিশেষ বিমানখনে ১০ টা শিশুসহ ১৯০ গৰাকী বিমানযাত্ৰী ডুবাইৰ পৰা কঢ়িয়াই আনিছিল । দুৰ্ঘটনাটোত বিমানখনৰ দুয়োজন পাইলটসহ ২০ জনকৈ লোকৰ মৃত্যু হৈছে । ইয়াৰে মুখ্য পাইলট জনৰ নাম দীপক চাথে হয় আৰু […]

Continue Reading

এইখন মণিপুৰৰ উখৰুলৰ এখন ফুটবল ফিল্ডৰ ফটো নহয়!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এখন বিশেষ ফটো অসমত ফেচবুকৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । উক্ত ফটোখনত আমি চাৰিওকাষে ওখ গছেৰে আৱৰা এখন ধুনীয়া ফুটবল ফিল্ড দেখা পাইছোঁ । দাবী কৰা হৈছে যে এইয়া ভাৰতৰ উত্তৰ-পূবত অৱস্থিত মণিপুৰ ৰাজ্যৰ উখৰুল নামৰ ঠাইখনৰ ফটো হয় ।  ভাস্বতি বৰুৱা নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা এনে ধৰণৰ […]

Continue Reading

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হোৱা নাই!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ বাতৰি ফেচবুকৰ জৰিয়তে ভাইৰেল হৈ পৰিছে যে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ, অসম সন্তান, ৰঞ্জন গগৈ ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হৈছে । উক্ত বাতৰিটো বিভিন্ন জনে শ্বেয়াৰ কৰিছে আৰু কিছু সংবাদ মাধ্যমটো এনে ধৰণৰ বাতৰি প্ৰকাশ পোৱা দেখা গৈছে ।  ‘নিউজ অসম২৪’ নামৰ এক ফেচবুক পে’জৰ পৰা এনে […]

Continue Reading

‘চাবৱে চাৰ্ফাৰ’ নামৰ জনপ্ৰিয় মোবাইল গে’মটো এজন দেউতাকে নিজৰ পুত্ৰৰ স্মৃতিত নিৰ্মান কৰা নাছিল!

সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ বাৰ্তা বা পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ফেচবুক আৰু হোৱাটচ এপ্পত ভাইৰেল হৈ পৰা এই বাৰ্তা অনুসৰি ‘চাবৱে চাৰ্ফাৰ’ নামৰ জনপ্ৰিয় মোবাইল গে’মটো এজন দেউতাকে নিজৰ পুত্ৰৰ স্মৃতিত বনাইছিল যি ট্ৰেইনৰ লাইনত স্কেটিং কৰি থাকোঁতে এখন ট্ৰেইনে মহতিয়াই লৈ যোৱাৰ ফলত মৃত্যু মুখত পৰিছিল । উক্ত বাৰ্তাটো সঁচা […]

Continue Reading

ৰাজীৱ গান্ধীয়ে দেশলৈ কম্পিউটাৰ আনিব বিচৰা সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ বাজপেয়ীয়ে এইদৰে গৰু গাড়ীত উঠি সংসদ ভৱনলৈ অহা নাছিল!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এখন বিশেষ ফটো অসমত ফেচবুকৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । উক্ত ফটোখনত প্ৰয়াত ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক গৰু গাড়ীত উঠি সংসদত আহি উপস্থিত হোৱা দেখা গৈছে । দাবী কৰা হৈছে যে প্ৰয়াত ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কম্পিউটাৰ আনিব বিচৰা সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ বাজপেয়ীয়ে এইদৰে গৰু গাড়ীত উঠি সংসদলৈ […]

Continue Reading

এইটো ভাৰতলৈ শেহতীয়াকৈ অনা ৰাফেল বিমান কেইখনত আকাশ মাৰ্গতে ইন্ধন ভৰাই থকা সময়ৰ ভিডিঅ’ নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক যোৱা ২৯ জুলাই, ২০২০ তাৰিখে ফ্ৰান্সৰ পৰা পাঁচখন ৰাফেল বিমান ভাৰতৰ আম্বালা বিমান ঘাটিত আহি উপস্থিত হ’ল । উক্ত বিমান কেইখন ফ্ৰান্সৰ পৰা জুলাই ২৭ তাৰিখে উৰা মাৰিছিল আৰু ৭০০০ কিলোমটাৰ বাট অতিক্ৰম কৰি আহিছে । জনা গৈছে যে উক্ত বিমানকেইখনত আকাশ মাৰ্গতে ইন্ধন ভৰোৱা হৈছিল আৰু শেহতীয়াকৈ এই বিৰল […]

Continue Reading

ৰাজস্থানৰ পুৰণি ফটো হিমাচল প্ৰদেশৰ শেহতীয়া ঘটনাৰ ফটো বুলি প্ৰচাৰ কৰা হৈছে!

ফেচবুক লিংক | সংৰক্ষিত লিংক কিছুদিনৰ আগতে আপলোড হোৱা এক বিশেষ ফেচবুক পোষ্ট অসমত পুনৰাই শ্বেয়াৰ হব ধৰিছে । উক্ত ফেচবুক পোষ্টটোত কিছু ফটো আপলোড কৰা হৈছে য’ত এজনী মুখত আঘাত প্ৰাপ্ত গাই গৰু দেখা গৈছে । দাবী  কৰা হৈছে যে এইটো হিমাচল প্ৰদেশৰ ঘটনা হয় আৰু সন্তান সম্ভবা হৈ থকা দূৰ্ভগীয়া উক্ত গাই গৰুজনীক […]

Continue Reading

ভাৰত চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ আয়োগে তিনিখন খাদী মাস্ক ৯৯৯ টকাত বিক্ৰী কৰা নাই!

সংৰক্ষিত লিংক যি সময়ত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ মাস্ক পিন্ধাটো দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য্য অংগ হৈ পৰিছে, সেই সময়তে মাস্ক সম্বন্ধীয় এখন বিতৰ্কিত বিজ্ঞাপনৰ পোষ্টাৰ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে ‘খাদী ইণ্ডিয়া’য়ে তিনিখন খাদী মাস্কৰ দাম ৯৯৯ টকা নিৰ্ধাৰণ কৰিছে । ‘খাদী ইণ্ডিয়া’ হৈছে ভাৰত চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ […]

Continue Reading