Fact Check: এই ভাইৰেল ফটোকেইখন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত অৰ্ণৱ গোস্বামীক মাৰধৰ কৰা ফটো নহয়!

অসমৰ ছ’চিয়েল মিডিয়াত দুখন ফটো ভাইৰেল হৈ পৰিছে, য’ত দাবী কৰিছে যে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ পিছত আৰক্ষীয়ে ওলোটাকৈ ওলমাই লৈ লঠিয়াইছে, মাৰিছে।   দুগৰাকী ব্যক্তিক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত অভিযুক্ত কৰি বুধবাৰে মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক নিজৰ জিম্মাত লৈছিল। ২০১৮চনৰ সেই গোচৰটো হৈ ইন্টেৰিয়ৰ ডিজাইনাৰ অনভয় নাইক আৰু তেওঁৰ মাতৃ কুমুদ নাইকৰ মৃতদেহ তেওঁলোকৰ আলীগড়স্থিত […]

Continue Reading

FACT CHECK: গুৱাহাটীৰ কীৰণশ্ৰী ছুইটছ এণ্ড স্নেক্সে এখন থালিৰ দামত তিনিখন থালি দি থকা নাই।

কীৰণশ্ৰী ছুইটছ এণ্ড স্নেক্স নামৰ এটা ফেচবুক পেজে এখন প্ৰচাৰকামী পোষ্টাৰ পোষ্ট কৰিছিল,যত দাবী কৰা হৈছিল যে উল্লিখিত নম্বৰটোত অৰ্ডাৰ দিলে এখন থালি ক্ৰয় কৰিলে দুখন থালি বিনামূলীয়াকৈ প্ৰদান কৰিব।  একেই অফাৰ দিয়াৰ দাবীৰে তেওঁলোকৰ থালিৰ ফটোৰে সৈতে ফোন নম্বপ এটা উল্লেখ কৰি বিজ্ঞাপন হিচাপে এটা পোষ্টো শ্বেয়াৰ কৰা হৈছিল। লিখা হৈছিল “BUY 1 THALI […]

Continue Reading

Fact Check: ভাইৰেল হোৱা এই ফটোবোৰ অযোধ্যাৰ ৰাম মন্দিৰৰ নহয়!

অসমত দুখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে অযোধ্যাৰ নিৰ্মিয়মান ৰাম মন্দিৰৰ ফটো বুলি।  একেখিনি ফটোকে ২০২০ চনৰ ১ নবেম্বৰৰ সন্ধ্যা ৯:২০ বজাত GK Modi নামৰ ফেচবুক ব্যৱহাৰকাৰীজনে শ্বেয়াৰ কৰিছে আৰু লিখিছেঃ “ৰাম মন্দিৰ নিৰ্মাণৰ কাম দ্ৰুত গতিত “জয় শ্ৰী ৰাম”🙏🚩🚩🚩 Original Link- Facebook | Archived Link আমি এই তথ্য পোৱালৈ পোষ্টটোত ৪৬১বাৰ লাইক, ৩৬তা কমেন্ট […]

Continue Reading

FACT CHECK: প্ৰফেট মহম্মদৰ জন্মদিন উদযাপনৰ ভিডিঅ’ ফ্ৰান্সত চলি থকা প্ৰতিবাদৰ ভিডিঅ’ বুলি ভাইৰেল।

প্ৰফেট মহম্মদৰ এটা বিতৰ্কিত স্কেটছ প্ৰকাশ কৰাৰ বাবে পেৰিছত এগৰাকী শিক্ষকৰ শিৰচ্ছেদ কৰাৰ পৰিপ্ৰেক্ষিতত ফ্ৰান্সত হোৱা শেহতীয়া হিংসাৰ পিছত, ফ্ৰান্সৰ প্ৰতিবাদ সম্পৰ্কত ভূৱা তথ্যৰে ভৰা প্ৰচাৰে ছোচিয়েল মিডিয়াত জোৱাৰ তুলিছে। এইবোৰৰ মাজতেই শত সহস্ৰ জনতাৰ উপস্থিতি থকা এটা ভিডিঅ’ বহু লোকে আপলোড কৰিছে আৰু দাবী কৰিছে যে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেকৰণৰ মন্তব্যৰ পিছত এনেকৈ হাজাৰ হাজাৰ […]

Continue Reading

FACT CHECK: বাহাদুৰ শ্বাহ জফৰৰ জন্মদিনত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ সমাধিত শ্ৰদ্ধাঞ্জলী নিবেদন কৰিছিল নেকি?

অসমত এটা ফেচবুক পোষ্ট ভাইৰেল হৈছে এই দাবীৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে শেষ মোগল সম্ৰাট বাহাদুৰ শ্বাহ জফৰৰ সমাধিত জফৰৰ জন্মদিনত শ্ৰদ্ধাঞ্জলী জনাইছে।  পোষ্টটোত এখন ফটো আছে য’ত দেখা গৈছে যে মোদীয়ে এক সমাধিত পুষ্পাঞ্জলী কৰি আছে। পোষ্টটোত কেপছন লিখা আছে- “মুখ্যমন্ত্ৰীৰ বিপৰীত মেৰুত ! মোগল বাদশ্বাহলৈ প্ৰধান সেৱকৰ প্ৰণাম !  মোগল বাদশ্বাহ বাহাদুৰ শ্বাহ জফৰলৈ […]

Continue Reading

FACT CHECK: থাইলেণ্ডৰ বানাক্ৰান্তৰ বাবে সাজু কৰা সুৰাৰ বটল বিহাৰৰ নিৰ্বাচনী টোপ বুলি প্ৰচাৰ!

বিহাৰৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে, ছ’চিয়েল মিডিয়াতো ব্যস্ততাপূৰ্ণ ৰাজনৈতিক কৰ্মকাণ্ড আৰু প্ৰচাৰ দেখা পোৱা গৈছে। ইয়াৰ মাজতে বহু সুৰাৰ বটলৰ ফটোৰে সৈতে এটা টুইটৰ এখন স্ক্ৰিনশ্বট ফেচবুক আৰু টুইটাৰত এই দাবীৰে ভাইৰেল হৈ পৰিছে যে বিজেপি আৰু জেডি(ইউ)এ ভোটাৰক আকৰ্শন কৰিবলৈ এইদৰে সাজু হৈছে। বিহাৰত ২০১৬চনতেই সুৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।  ফটোখনৰ […]

Continue Reading

FACT CHECK: ইণ্ডোনেছিয়াৰ চিৰিয়াখানাৰ ক্ষীনকায় দুৰ্বল বাঘৰ ফটো গুৱাহাটীৰ বুলি প্ৰচাৰ কৰা হৈছে

শেহতীয়াভাৱে বাঘক গো-মাংস দিয়াত বাধা আৰোপ কৰি গুৱাহাটী ৰাজ্যিক চিৰিয়াখানাৰ সমুখত আন্দোলন কৰা কাৰ্যৰ পিছত এটা অতি ক্ষীনকায় দুৰ্বল বাঘৰ এখন ফটো অসম ৰাজ্যিক চিৰিয়াখানাৰ বাঘৰ ফটো বুলি ব্যাপক ৰূপত চোছিয়েল মিডিয়াত শ্বেয়াৰ কৰি থকা দেখা গৈছে ।  ফেক্ট ক্ৰেছচেণ্ডৰ ফেক্টলাইন নম্বৰ 9045053770ত এটা ফেচবুক পোষ্টৰ স্ক্ৰিণশ্বট প্ৰেৰণ কৰা হৈছিল। স্ক্ৰিণশ্বটটোত এটা ক্ষীন বাঘৰ এটা […]

Continue Reading

FACT CHECK: ৰাহুল গান্ধীক ফৰ্বছ সবাটোকৈ শিক্ষিত নেতাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে নেকি?? সত্যটো পঢ়ক

চোছিয়েল মিডিয়াত শেহতীয়াভাৱে কিছুমান পোষ্ট ভাইৰেল হৈছে যে ৰাহুল গান্ধীক ফোৰ্বছে বিশ্বৰ সপ্তম শিক্ষিত নেতা বুলি ঘোষণা কৰিছে। তেনেকুৱা এটা পোষ্ট অৰুণ দাস নামৰ এজন লোকে চোছিয়েল মিডিয়া এণ্ড আইটি ডিপাৰ্টমেন্ট অৱ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ পেজত আপলোড কৰিছে আৰু লিখিছে ফৰবচ মেগাজিনত উদৃতি দি কোৱা হৈছে যে বিশ্বৰ উচ্চতম শিক্ষিত নেতাৰ ভিতৰত ৭ম স্থানত […]

Continue Reading

FACT CHECK: এই অ’বি ভেনখনৰ ক্ষতিসাধন শেহতীয়া ঘটনা নহয়

নিউজ১৮ৰ এখন আউট চাইড ব্ৰডকাষ্ট(অ’বি)ভেনৰ ক্ষতিসাধন কৰা এখন ফটো এই দাবীৰে অসমত ফেচবুকত ভাইৰেল কৰা হৈছে যে এই ভেনখনৰ ২০২০চনৰ ১২ অক্টোবৰত ক্ষতিসাধন কৰা হৈছে। তেনেকুৱা এটা পোষ্ট দিছিল আব্দুল হাচিব নামৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে। তেওঁ পোষ্টটোত লিখিছে-  “পৃথিৱীৰ সকলো সুখ এফালে,,,আৰু এই সুখতকৈও ডাঙৰ সুখ গোদি/দালাল মিডিয়াৰ গাড়ী ভাঙি চুৰমাৰ কৰা,, যোৱাকালি উত্তৰপ্ৰদেশৰ লক্ষৌত,,,অশেষ […]

Continue Reading

FACT CHECK: গণপ্ৰহাৰৰ এই ভিডিওটো অসমৰ নহয়!

Representative Image হাথৰাছ কাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা এগৰাকী মহিলাৰ ওপৰত চলোৱা যৌন নিৰ্যাতনৰ লগত সংগতি থকা বিভিন্ন পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অসমৰ বাহিৰত অন্য ভাষাত তেনেকুৱা এটা পোষ্ট শ্বেয়াৰ কৰি থকা হৈছে, যিটোৰ ভিডিঅ’ত এজন লোকক এটা দলে আক্ৰমন কৰি তেওঁৰ কাপোৰ কানি ফালি পেলোৱা দেখা গৈছে। ভিডিঅ’টোৰ কেপছনত লিখা হৈছে যে […]

Continue Reading