FACT CHECK: গণপ্ৰহাৰৰ এই ভিডিওটো অসমৰ নহয়!

Representative Image হাথৰাছ কাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা এগৰাকী মহিলাৰ ওপৰত চলোৱা যৌন নিৰ্যাতনৰ লগত সংগতি থকা বিভিন্ন পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অসমৰ বাহিৰত অন্য ভাষাত তেনেকুৱা এটা পোষ্ট শ্বেয়াৰ কৰি থকা হৈছে, যিটোৰ ভিডিঅ’ত এজন লোকক এটা দলে আক্ৰমন কৰি তেওঁৰ কাপোৰ কানি ফালি পেলোৱা দেখা গৈছে। ভিডিঅ’টোৰ কেপছনত লিখা হৈছে যে […]

Continue Reading

FACT CHECK: প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ মৰ্ফ কৰা ফটো ভুল দাবীৰে সৈতে ভাইৰেল হৈ পৰিছে!

শেহতীয়া ভাবে অসমত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ এখন ফটো হোৱাটছএপত বহুলভাৱে প্ৰচাৰ হৈছে । ফটোখনত দেখা গৈছে যে নেত্ৰীগৰাকীয়ে ডিঙিত এটা ক্ৰছ পিন্ধি আছে । আমি আমাৰ ফেক্টলাইন নম্বৰ 9049053770ত নেত্ৰীগৰাকীয়ে সচাকৈয়ে ক্ৰছ পিন্ধি আছেনে নাই, সেই কথাৰ সত্যতা প্ৰতিপন্ন কৰিবলৈ এক অনুৰোধ লাভ কৰিছিলো।  Archived Message ফেক্ট ক্ৰেছচেণ্ডয়ে ফেক্ট চেক কৰি জানিবলৈ পাৰিলে […]

Continue Reading

“এইখন সুধা মূৰ্তিয়ে পাচলি বিক্ৰী কৰি থকা ফটো নহয়!”

ইনফ’চিছ ফাউণ্ডেছনৰ চেয়াৰপাৰ্ছন সুধা মুৰ্তীৰ এখন ফটো শেহতীয়াভাৱে ভাইৰেল হৈছে,য’ত তেওঁক পাচলিৰ এখন দোকানত দেখা গৈছে আৰু লিখা হৈছে যে নিজৰ অহংবোধ নাইকিয়া কৰিবলৈ তেখেতে প্ৰতি বছৰে এটা দিনত পাচলি বিক্ৰী কৰে।  তেনেকুৱা এখন ফটো এগৰাকী ফেচবুক ব্যৱহাৰকাৰী আনোৱাৰ এইছ চোনাৰে গ্ৰন্থ সুৱাস নামৰ এটা গ্ৰুপত ২০২০ চনৰ ১০ অক্টোবৰত ৪বাজি ৪১ মিনিটত পোষ্ট কৰিছিল […]

Continue Reading

FACT CHECK: ডনাল্ড ট্ৰাম্পৰ মৰ্ফ কৰা টুইটত দাবী কৰা হৈছে যে তেওঁ ৰাছিয়াৰ ভেকচিন লাভ কৰিব

ডনাল্ড ট্ৰাম্প আৰু ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্প ২ অক্টোবৰত কোভিড আক্ৰান্ত হয়। তাৰে মাত্ৰ ৪দিন পিছত ডনাল্ড ট্ৰাম্পে তেওঁক কোডিডৰ চিকিৎসা কৰি থকা মিলিটাৰী হাস্পতালৰ পৰা হোৱাইট হাউচলৈ ঘুৰি আহে। অতি নাটকীয়ভাবে তেওঁ কোভিড আক্ৰান্ত হৈয়ো মাস্ক পৰিধান নকৰাজৈয়ে হোৱাইট হাউচত প্ৰৱেশ কৰে। ডনাল্ড ট্ৰাম্পে টুইট কৰা বুলি অভিযোগ কৰা এটা টুইটৰ স্ক্ৰিণশ্বট ভাইৰেল হৈ […]

Continue Reading

FACT CHECK: বিলাসী বিমান এখনৰ ভিতৰচোৱাৰ ফটোখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ব্যৱহাৰ কৰা বিলাসী বিমানৰ হয় নেকি?

এখন বিলাসী বিমানৰ ভিতৰৰ অত্যাধুনিক সা-সুবিধাসম্পন্ন এটা অংশৰ এখন ফটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশেষ বিলাসী বিমানৰ ভিতৰভাগৰ বুলি প্ৰচাৰ কৰি বিশেষকৈ অসমত ভাইৰেল হৈ পৰা দেখা গৈছে।  তেনেকুৱা এটা ফেচবুক পোষ্টতেই লিখিছিল—  “চাহ বেপাৰীৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীত্বৰ পদ শুৱনি কৰা আমাৰ প্ৰধানসেৱকে তেওঁৰ বিখ্যাত হবি “বিদেশ ভ্ৰমনৰ” বাবে নতুনকৈ ক্ৰয় কৰা ৮৬০০ কোটি টকীয়া উৰা […]

Continue Reading

FACT CHECK: ভিন্ন যুৱতীৰ অসংলগ্ন ফটোৰে হাথৰাছ গণধৰ্ষণৰ ভুক্তভোগী বুলি ভুলকৈ প্ৰকাশ।

হাথৰাছ গণধৰ্ষণৰ বলি হৈ মৃত্যুমুখত পৰা যুৱতীগৰাকীৰ ন্যায়ৰ দাবীত এতিয়া চোছিয়েল মিডিয়া উত্তাল হৈ আছে। ভাইৰেল হৈ পৰা পোষ্টসমুহৰ ভিতৰত গোলাপী বৰণৰ পোচাক পৰিধান কৰি এখন পথাৰত থিয় হৈ থকা এগৰাকী যুৱতীক হাথৰাছত গণধৰ্ষণৰ বলি হৈ মৃত্যু হোৱা উত্তৰ প্ৰদেশৰ ১৯ বছৰীয়া ভুক্তভোগী যুৱতীগৰাকী বুলি প্ৰচাৰ কৰা হৈছে। চোছিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে সেই যুৱতীগৰাকীকে হাথৰাছৰ ভুক্তভোগী […]

Continue Reading

FACT CHECK: ফটোত দেখা ব্যক্তিগৰাকী হাথৰাছ ধৰ্ষণ কাণ্ডৰ কোনো এজন অভিযুক্তৰ পিতৃ নহয়।

২৯ চেপ্তেম্বৰত তাৰ দুসপ্তাহ পূৰ্বে উত্তৰ প্ৰদেশৰ হাথৰাছত অতি নিৰ্মম অত্যাচাৰৰ বলি হৈ দিল্লীত মৃত্যুমুখত পৰা ১৯বছৰীয়া ছোৱালীজনীৰ ঘটনাটোৱে দেশজুৰি আলোড়ণৰ সৃষ্টি কৰিছে ৰাজ্য চৰকাৰে সন্দীপ,ৰামু,লৱকুশ আৰু ৰবী নামৰ চাৰিগৰাকী অভিযুক্তক এই ঘটনাৰ বাবে গ্ৰেপ্তাৰ কৰিছে।সম্প্ৰতি সিঁহত আৰক্ষীৰ জিম্মাত আছে। দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী দেশজুৰি উত্থাপিত হৈ থকাৰ সময়তে ইন্টাৰনেটত এখন ফটো ভাইৰেল হৈ […]

Continue Reading

FACT CHECK: ফটোত থকা মহিলাগৰাকীয়ে ভাৰতত ক্ৰমাগতভাৱে বৃদ্ধি হোৱা ধৰ্ষণ হত্যাৰ বিৰোধ কৰিছে নেকি?

ফেচবুক লিংক | সংৰক্ষিত লিংক উত্তৰ প্ৰদেশৰ হাথৰাছত এগৰাকী ১৯ বছৰীয়া যুৱতীক গণধৰ্ষণ কৰি হত্যা কৰাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতেই নেটিজনেসকলে নাৰী সুৰক্ষাক লৈ চোছিয়েল মিডিয়া উত্তাল কৰি তুলিছে।  ইয়াৰ মাজতেই কাঁইটীয়া তাঁৰ আৰু টিনৰ পাতেৰে নিজৰ শৰীৰ মেৰিয়াই থকা এগৰাকী মহিলাৰ এখন ফটো ভাইৰেল হৈ পৰিছে। যত দাবী কৰা হৈছে এই মহিলাগৰাকীয়ে বিজেপিৰ বিৰুদ্ধে […]

Continue Reading

ভাইৰেল হোৱা ভিডিঅ’টোত দেখা মুৰ্তিটো মা কামাখ্যাৰ নহয়।

ফেচবুক লিংক | সংৰক্ষিত লিংক হিন্দু আখ্যানৰ শক্তিপীঠসমুহৰ ভিতৰত অন্যতম হৈছে গুৱাহাটীত অৱস্থিত মা কামাখ্যাৰ মন্দিৰ। ইয়াৰ ৰহস্যময় শক্তিৰ বাবেই ই জনাজাত। সেইবাবেই প্ৰতি বছৰে দেশ বিদেশৰ লক্ষ লক্ষ ভক্ত আকৰ্শিত হয় শক্তিপীঠখনৰ প্ৰতি। এই শক্তিপীঠখন সন্দৰ্ভত বহুতো জনশ্ৰুতি আৰু আখ্যান আছে, যি সমুহ সকলোৱে জানে আৰু কিছুমান কিছু বিশেষ লোকে হে কব পাৰে।   তেনেকুৱা […]

Continue Reading

ফটোত দেখা ব্যক্তিগৰাকী হিমালয়া ড্ৰাগ কোম্পানীৰ মালিক নহয়।

সংৰক্ষিত লিংক এখন ফটোৰ স্ক্ৰিনশ্বটত অসমৰ বিভিন্ন হোৱাটছএপ গ্ৰুপত শেহতীয়াভাৱে ভাইৰেল হৈ পৰিছে। যিখনত এজন ব্যক্তিক দেখা গৈছে আৰু তাত লিখা হৈছে যে তেওঁ হিমালয়া আয়ুৰ্বেদিক প্ৰডাক্টৰ স্বত্বাধিকাৰী মহম্মদ মীনল।  স্ক্ৰিনশ্বটটোত থকা কথাখিনি এনেকুৱা: *This is Mohammed Menal’ calls himself M Menal. He is the owner of Himalaya Ayurvedic products (name is Bhartiya). He donates […]

Continue Reading