FACT CHECK: জাষ্টিন ট্ৰুডোৱে চলি থকা কৃষক আন্দোনলত যোগদান কৰিছে বুলি পুৰণি ফটো ভাইৰেল!

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে প্ৰনয়ন কৰা কৃষক আইনৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকে আন্দোলন আৰম্ভ কৰিছে। এই আন্দোলনসমুহে সকলোৰে দৃষ্টি আকৰ্শন কৰিছে আৰু ছোচিয়েল মিডিয়াতো ইয়াকে লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে।  পাগুৰী পৰিহিত একাংশ কৃষকৰ সৈতে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো বহি থকা এখন বিশেষ ফটো শেহতীয়াভাৱে অসমত ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা হৈছে যে এইখন […]

Continue Reading

FACT CHECK: নিজকে শিখ বুলি পৰিচয় দিয়া মুছলমান লোকে কৃষক আন্দোলনত যোগদান কৰা বুলি পুৰণি ভিডিঅ’ শ্বেয়াৰ হৈছে!

শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে প্ৰনয়ন কৰা কৃষি আইনৰ বিৰুদ্ধে দেশৰ ভিন্ন প্ৰান্তৰ কৃষকে আন্দোনলত ভাগ লৈছে। এই আন্দোলনে সকলোৰে দৃষ্টি আকৰ্শন কৰিছে আৰু ছ’চিয়েল মিডিয়াত সেই বিষয়ক পোষ্টৰ জোৱাৰ উঠা দেখা গৈছে।  ইয়াৰে ভিতৰত অসমত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে যত দাবী কৰা হৈছে যে এজন মুছলমান লোকে পাগুৰী পৰিধান কৰি নিজকে শিখ বুলি পৰিছয় দি […]

Continue Reading

FACT CHECK: অৱসৰপ্ৰাপ্ত আৰ্মী কেপ্টেইনৰ ফটো আন্দোলনত আহত কৃষকৰ ফটো বুলি ভুলকৈ শ্বেয়াৰ কৰা হৈছে!

দেশত কৃষি আইনৰ বিৰুদ্ধাচৰণ কৰি অব্যাহত থকা কৃষক আন্দোলনৰ বাবে বিভিন্ন ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমুহত ভাইৰেল হৈ পৰা দেখা গৈছে। ফেক্ট ক্ৰেছেণ্ডোৱে অনুৰূপ ভাইৰেল উপাদান আগতেও চিনাক্ত কৰিছে। ইয়াৰ মাজতেই পাগুৰী পৰিহিত একাংশ লোকৰ দুখনকৈ ফটো ভাইৰেল ৰৈ পৰিছে। প্ৰথম ফটোখনত সেইউজীয়া পাগুৰী পৰিহিত এজন লোক আৰু দ্বিতীয় ফটোখনত এজন আহত পাগুৰী পৰিহত […]

Continue Reading

Fact check: ফটোত এলবাৰ্ট আইনষ্টাইনৰ কাষত থকা ব্যক্তিগৰাকী তেওঁৰ গাড়ীচালক নহয়!

হাফপেন্ট আৰু টি-ছাৰ্ট পৰিধান কৰি এলবাৰ্ট আইনষ্টাইনে এক সমুদ্ৰতীৰৰ এটা শিলৰ ওপৰত বহি চুট টাই পৰিহিত এজন লোকৰ সৈতে কথা পাতি থকা এখন ফটো অসমত ভাইৰেল হৈছে আৰু দাবী কৰা হৈছে যে সেইগৰাকী আইনষ্টাইন আৰু চুট পৰিহিত লোকজন তেখেতৰ গাড়ীচালক।  তেনেকুৱা এটা ভাইৰেল পোষ্ট কৰা হৈছিল গ্ৰন্থ সুবাস নামৰ ফেচবুক পেজ এটাৰ পৰা ২২ নৱেম্বৰ […]

Continue Reading

FACT CHECK: ট্ৰাম্পে মাৰাডোনাৰ বিষয়ে এইদৰে টুইট কৰা নাই!

২০২০চনৰ ২৫ নৱেম্বৰত আৰ্জেন্টিনাৰ ফুটবল কিংবদন্তী ডিয়েগো মাৰাডোনাই শেষ নিশ্বাস ত্যাগ কৰে আৰু তেতিয়াৰে পৰা ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ শ্ৰদ্ধাঞ্জলীমূলক পোষ্ট উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে।  তাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড জে.ট্ৰাম্পৰ নামত কৰা এটা টুইটৰ স্ক্ৰিনশ্বট টুইটাৰ আৰু ফেচবুকত ভাইৰেল হৈ পৰা দেখা গৈছে, য’ত মাৰাডোনাক এগৰাকী মহিলা আৰু গায়িকা হিচাপে লিখা দেখা গৈছে।  […]

Continue Reading

Fact Check: নীতা আম্বানীয়ে ধৰ্মৰ বিষয়ত কোনো টুইট কৰা নাই!

নীতা আম্বানী নামৰ এটা টুইটাৰ হেণ্ডেলৰ পৰা দুটা ধৰ্মক লৈ কৰা এটা টুইটৰ স্ক্ৰিনশ্বট শেহতীয়াভাৱে অসমৰ ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে। স্ক্ৰিণশ্বটটোত লিখা আছিল “পেটৰ পৰাটো হিন্দুয়েই ওলাই কিন্তু পাছত বাহিৰত তাক মুচলমান বনোৱা হয় । আল্লাৰ যদি শক্তি আছে… কেঁচুৱা জন্ম দিয়ক…”। Archived Link এগৰাকী হোৱাটছএপ ব্যৱহাৰকাৰীয়ে আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈ সেই […]

Continue Reading

FACT CHECK: পশ্চিম বংগৰ মোদী বিৰোধী প্ৰতিবাদৰ ফটো বিহাৰৰ বুলি প্ৰচাৰ!

প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে প্ৰতিবাদ কৰা একাংশ লোকৰ ফটো এখন বিহাৰ নিৰ্বাচনৰ পূৰ্বে বিহাৰৰ একাংশ লোকে প্ৰতিবাদ কৰা বুলি অসমৰ ছ’চিয়েল মিডিয়াত ব্যাপক ৰূপত শ্বেয়াৰ কৰি থকা দেখা গৈছে। ফটোখনত, যিখন ৰাতি তোলা হৈছে, আমি দেখা পাওঁ যে প্ৰতিবাদকাৰীসকলে ৰাজপথত “GO BACK MODI” লেখি এখন পেইন্টিং আঁকি আছে।  এগৰাকী হোৱাটছএপ ব্যৱহাৰকাৰীয়ে আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈ ফটোখনৰ […]

Continue Reading

FACT CHECK: জ’ বিডেনে কোনো ভাৰতীয় মূলৰ লোকক ৰাজনৈতিক উপদেষ্টা নিয়োগ কৰা নাই

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বিডেনে তেওঁৰ প্ৰশাসনীয় কামকাজৰ বাবে মূলগত কামখিনি আৰম্ভ কৰিছে।  ইয়াত মাজতে ভাৰতীয় মূলৰ এজন ব্যক্তিৰ বিডেন আৰু তেওঁৰ পত্নী জিল বিডেনৰ সৈতে উঠা এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। প্ৰচাৰ কৰা হৈছে যে আহমেদ খান নামৰ এই লোকজনক নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি বিডেনে তেওঁৰ ৰাজনৈতিক উপদেষ্টা হিচাপে নিয়োগ কৰিছে। তেনেকুৱা এটা […]

Continue Reading

FACT CHECK: ইভিএমৰ সমুখত মোডীয়ে প্ৰাৰ্থনা কৰি থকা ফটোখন মৰ্ফ কৰা হয়!

এটা ইলেক্ট্ৰনিক ভোটিং মেছিনৰ সমুখত মোডীয়ে হাতজোৰ কৰি প্ৰাৰ্থনা কৰি থকা এখন ফটো শেহতীয়াভাৱে অসমত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অসমীয়া ভাই নামৰ এক ফেচবুক পে’জত  উক্ত ভাইৰেল ফটোখন “EVM পূজা!” শীৰ্ষকেৰে আপলোড কৰা হৈছিল । নৱেম্বৰৰ ১০ তাৰিখে ১২ বাজি ০৩ মিনিটলৈকে পোষ্টটোত ১৫৮টা ৰিয়েকছন,২৮টা কমেন্ট আৰু ২৮টা শ্বেয়াৰ হয়। Original Link-Facebook | Archived […]

Continue Reading

FACT CHECK: এইগৰাকী হিন্দুৰ বিৰুদ্ধে হত্যাৰ ষড়যন্ত্ৰ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা কংগ্ৰেছ নেতা নহয়!

 এজন মুছলমান লোকে অসমত হিন্দুলোকক গনহত্যা কৰাৰ পৰিকল্পনা কৰিছে বুলি দাবী কৰা দুখন ফটোৰে সৈতে এটা টুইটাৰ পোষ্টৰ স্ক্ৰিণশ্বট ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ হৈ আছে। একেই স্ক্ৰিণশ্বটটোৱেই আমাৰ ফেক্টলাইন নম্বৰলৈ এজন হোৱাটছএপ ব্যৱহাৰকাৰীয়ে সত্যতা নিৰূপনৰ বাবে প্ৰেৰণ কৰিছিল। এখন ফটোত হাতকেৰেয়া লগোৱা এজন লোকক দেখা গৈছে আৰু আনখন ফটোত গুলি আৰু গ্ৰেনেড এসোপামান দেখা দৈছে।  […]

Continue Reading