FACT CHECK: এই শিশুটি জৰ্জ ফ্লইডৰ সন্তান নহয়!

শেহতীয়াভাৱে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনে এটি শিশুৰ আগত আঠু লোৱা এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । বহু ফেচবুক ব্যৱহাৰকাৰীয়ে অসমতো সেই ফটোখন আপলোড কৰি দাবী কৰিছে যে বাইডেনে জৰ্জ ফ্লইডৰ পুত্ৰৰ সমুখত আঠু লৈ ক্ষমা বিচাৰিছে । Original Link- Facebook | Archived Link Original Link- Facebook | Archived Link Original Link- Facebook […]

Continue Reading

Fact Check: ভাইৰেল ফটোত থকা মহিলাগৰাকী কানহায়া কুমাৰৰ ভনী নহয়!

কেমেৰাৰ ফালে চাই হাঁহি মাৰি থকা এগৰাকী মহিলাৰ এখন ফটো অসমত ফেচবুকত ভাইৰেল হৈ পৰিছে আৰু তাত দাবী কৰা হৈছে তেওঁ ছাত্ৰনেতা কানহায়া কুমাৰৰ ভনী আৰু তেওঁ এতিয়া ইছৰোৰ এগৰকী বিজ্ঞানী হৈ পৰিছে।  ২০২০ৰ ৩০ডিচেম্বৰত ৰাতিপুৱা ৯বাজি ৫১মিনিটত আব্দুল হাছিব নামৰ ফেচবুক ব্যৱহাৰকাৰী গৰাকীয়ে “বলিষ্ঠ ও সত্যবাদী ছাত্ৰ নেতা কানাইয়া কুমাৰৰ ভগ্নী ভাৰত বৈজ্ঞানীক সংস্হা […]

Continue Reading

FACT CHECK: ভাৰতীয় ৰেলৱেৰ নাম আদানীলৈ সলনি হ’ল বুলি দাবী কৰা ভুৱা পোষ্ট অসমত ভাইৰেল হৈ পৰিছে

এখন মালবাহী ৰেলৰ এটা ব’গিত আদানী বুলি লিখা এখন ফটো অসমত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে ভাৰতীয় ৰেলৱেৰ মালবাহী ৰেলৰ নাম সলনি কৰি আদানী কৰা হৈছে। দাবী কৰা মতে ব্যক্তিগতকৰণৰ হেতু ভাৰতীয় ৰেলৱেৰ নাম সলনি কৰি আদানী বুলি মালবাহী ৰেলত লিখা হৈছে।  Original post- Facebook | Archived Link Original post- Facebook | Archived […]

Continue Reading

Fact Check: অসমত বৰ্তমানলৈকে ব্ৰিটেইনৰ নতুন প্ৰজাতিৰ ক’ৰনা ভাইৰাছ ধৰা পৰা নাই!

যিসময়ত বিভিন্ন ৰাষ্ট্ৰত ক’ৰনা ভাইৰাছৰ নতুন ধল আৰম্ভ হোৱাৰ ফলত ৰাষ্ট্ৰসমুহত কঠোৰ ব্যৱস্থা গ্ৰহন কৰিছে, সেই সময়তে ছ’চিয়েল মিডিয়াত এই সম্পৰ্কত বিভিন্ন ধৰণৰ পোষ্টৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। সত্যতা নিৰূপনকাৰীসকলে তাৰে ভিতৰত  কিছুমান এনেকুৱা পোষ্ট ধৰা পেলাইছে, যিসমুহৰ সত্যতাৰ ক্ষেত্ৰত প্ৰশ্নৰ উদয় হৈছে আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ মাজত আতংকৰ এক পৰিবেশো সৃষ্টি কৰিছে ।  তেনেকুৱা […]

Continue Reading

FACT CHECK: বিজেপিৰ সাংসদৰ গালৈ চিয়াহী নিক্ষেপ কৰা ভাইৰেল ভিডিঅ’টো পুৰণি আৰু ইয়াৰ কৃষক আন্দোলনৰ সৈতে কোনোধৰণৰ সম্পৰ্ক নাই!

ছ’চিয়েল মিডিয়াত এনেকুৱা এটা ভিডিঅ’ শ্বেয়াৰ কৰি থকা হৈছে, য’ত এজন বিজেপি সাংসদক হাৰিয়ানাৰ কৃষকে মাৰধৰ কৰি মুখলৈ চিয়াহী দলিয়াই দিয়া দেখা গৈছে আৰু সেই ভিডিঅ’টোত দাবী কৰা হৈছে যে সেয়া চলি থকা কৃষক আন্দোলনৰ দৃশ্য।  ভিডিঅ’টোত আমি এদল কৃষকে এজন পাগুৰী পিন্ধা লোকক মাৰপিট কৰা দেখা গৈছে। তাত দাবী কৰি লিখা হৈছে যে প্ৰহৃত […]

Continue Reading

FACT CHECK: অপৰাধী নেতাৰ মুখা খুলি দিয়া এই ভিডিঅ’টো আইপিএছ শৈলজাকান্ত মিশ্ৰৰ নহয়!

অসমৰ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত অপৰাধী নেতাই কিদৰে নিৰ্বাচনত জয়লাভ কৰে,সেয়া বৰ্ণনা কৰি দিয়া হৈছে। অপৰাধী নেতাৰ মুখা খুলি দিয়া এই ভিডিঅ’টো আইপিএছ বিষয়া শৈলজাকান্ত মিশ্ৰৰ বুলি অভিহিত কৰা হৈছে। তেনেকুৱা এটা পোষ্ট এয়া:  তেনেকুৱা এটা ভিডিঅ’ আমাৰ ফেক্টলাইন নম্বৰলৈ প্ৰেৰণ কৰি সচাকৈয়ে আইপিএছ বিষয়া হয় নে নহয় জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল […]

Continue Reading

FACT CHECK: প্ৰধানমন্ত্ৰী মোডীয়ে শিৰনত কৰি থকা মহিলাগৰাকী আডানিৰ পত্নী নহয়!

এগৰাকী মহিলাৰ সমুখত প্ৰধানমন্ত্ৰী মোডীয়ে হাতযোৰ কৰি শিৰনত কৰি থকা এখন ফটো বিভিন্ন ভাষাত ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা হৈছে যে মহিলাগৰাকী উদ্যোগপতি গৌতম আডানিৰ পত্নী ।  আব্দুল হাছিব নামৰ এঝন ফেচবুক ব্যৱহাৰকাৰীয়ে তেনেকুৱা এটা পোষ্ট কৰিছে আৰু ফটোখন শ্বেয়াৰ কৰি লিখিছে “এই ফটোত দেখা মহিলাজনী গুজৰাটী ব্যৱসায়ী আদানি”ৰ পত্নী,,,, আৰু হাত জোৰ কৰা […]

Continue Reading

Fact Check: এই ভাইৰেল ভিডিঅ’টোত প্ৰহৃত হোৱা লোকজন বিজেপি নেতা নহয়!

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে প্ৰনয়ন কৰা কৃষক আন্দোলনত দেশৰ ভিন্ন প্ৰান্তৰ কৃষকে যোগদান কৰিছে। এই আন্দোলনসমুহে সকলোৰে দৃষ্টি আকৰ্শন কৰিছে আৰু ছ’চিয়েল মিডিয়াতো ইয়াকে লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে। ফেক্ট ক্ৰেছেণ্ডো আছামিজে কৃষক আন্দোলনৰ সৈতে জৰিত তেনেকুৱা বহু দাবীৰ সত্যতা নিৰুপন কৰিছো।  তাৰ মাজতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ আছে, যিটোত দেখা গৈছে এজন লোকক […]

Continue Reading

FACT CHECK: ৰাজপথত শাক-পাচলি সিঁচৰিত হৈ পৰি থকা ভাইৰেল ফটোখন শেহতীয়া কৃষক আন্দোলনৰ সময়ৰ নহয়!

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে প্ৰনয়ন কৰা কৃষক আন্দোলনত দেশৰ ভিন্ন প্ৰান্তৰ কৃষকে যোগদান কৰিছে। এই আন্দোলনসমুহে সকলোৰে দৃষ্টি আকৰ্শন কৰিছে আৰু ছোচিয়েল মিডিয়াতো ইয়াকে লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে। ৰাজপথত বহুত পাচলি সিঁচৰিত হৈ পৰি থকা এখন ফটো ভাইৰেল হৈ পৰিছে আৰু সেই ফটোখনেৰে দাবী কৰা হৈছে যে নিজেই পাচলি ৰাজপথত পেলাই এই কাণ্ডটো আন্দোলন কৰা […]

Continue Reading

Fact Check: ভাইৰেল হোৱা এই ফটোবোৰ চলি থকা কৃষক আন্দোলনৰ নহয়!

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে প্ৰনয়ন কৰা কৃষক আন্দোলনত দেশৰ ভিন্ন প্ৰান্তৰ কৃষকে যোগদান কৰিছে। এই আন্দোলনসমুহে সকলোৰে দৃষ্টি আকৰ্শন কৰিছে আৰু ছোচিয়েল মিডিয়াতো ইয়াকে লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে।  তেনেকুৱা এটা পোষ্ট ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে,য’ত পাগুৰী পিন্ধা একাংশ লোকে এখন দাগ লগা জাতীয় পতাকা হাতেৰে ধৰি জ্বলাই দিয়া দেখা যোৱা ফটো আছে আৰু তাত […]

Continue Reading