FACT CHECK: গুজৰাটৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰতৰ জাতীয় পতাকাখন নিষিদ্ধ কৰা খবৰটো ভুল আৰু বিভ্ৰান্তিকৰ

২০২১ চনৰ ২৪ফেব্ৰুৱাৰীত গুজৰাটৰ আহমেদাবাদৰ মটেৰাত নিৰ্মান কৰা বিশ্বৰ সৰ্ববৃহৎ খেলপথাৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামখন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে উদ্বোধন কৰে। শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত দাবী কৰিছে যে ক্ৰিকেট ষ্টেডিয়ামখনৰ ভিতৰলৈ ভাৰতৰ জাতীয় পতাকা লৈ যাবলৈ দিয়া হোৱা নাছিল। তেনেকুৱা এটা পোষ্টৰ কেপছন লিখা হৈছে “নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত “ভাৰতীয় পতাকা”ৰ নিষেধ- আহমদাবাদ ভাৰতৰ বাহিৰত নেকি?”  Original Post: Facebook […]

Continue Reading

FACT CHECK: অসম চৰকাৰে শেহতীয়াভাৱে ৩১ মাৰ্চলৈ অসমত লকডাউন ঘোষণা কৰা নাই।

দেশৰ ভিন্নপ্ৰান্তত হঠাৎ কোভিড আক্ৰান্ত হোৱা বহু লোকৰ খবৰ অহাৰ লগে লগে ছোচিয়েল মিডিয়াত কোভিড১৯ সম্পৰ্কত বিভ্ৰান্তিকৰ বহু তথ্যৰ জোৱাৰ উঠা দেখা গৈছে। তেনেকুৱা এটা ভাইৰেল তথ্য দেখা গৈছে অসমৰ এটা গুৱাহাটীস্থিত নিউজ পোৰ্টেলৰ এটা বাতৰিৰ স্ক্ৰিনশ্বট লৈ প্ৰচাৰ কৰা দেখা গৈছে। স্ক্ৰিনশ্বটটোত লিখা দেখা গৈছে যে অসমত ৩১মাৰ্চকৈ লকডাউন দিয়া হৈছে। স্বাস্থ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব […]

Continue Reading

FACT CHECK: ‘ইণ্ডিয়ান অইল’ক আদানী গ্ৰুপক বিক্ৰী কৰি দিয়া হোৱা নাই।

সঘনাই সলনি হৈ থকা ইন্ধনৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত, ছ’চিয়েল মিডিয়াত কোম্পানীসমুহৰ ব্যক্তিগতকৰণৰ বিভিন্ন বাতৰি প্ৰচাৰ হৈ আছে। তাৰে সৰহসংখ্যকেই বিভ্ৰান্তিকৰ। তেনেকুৱা এটা উদাহৰণ হৈছে ইণ্ডিয়ান অইল – আদানী গেছ নামৰ এটা তেল ডিপোৰ এখন ফটো অসমৰ ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।  Original Link- Facebook | Archived Link Original Link- Facebook | Archived Link Original Link- Facebook […]

Continue Reading

Fact Check: গুজৰাটৰ এক পাৰ্কিং লটত এটা সিংহই বিচৰণ কৰা দৃশ্য অসমৰ বুলি ভাইৰেল কৰা হৈছে!

যিমানেই মহানগৰসমুহ ডাঙৰ হৈ গৈ আছে, সিমানই বন্য জীৱজন্তুৱে জনবসতিপূৰ্ণ অঞ্চলত ঘুৰি ফুৰা দৃশ্য সঘনাই দেখিবলৈ পোৱা হৈছে, কেতিয়াবা ভিন্ন দাবীৰে সেই দৃশ্য ভাইৰেল হয়। তেনেকুৱায়ে এটা চিচিটিভি দৃশ্য,যত এটা মাইকী সিংহই সাধাৰণভাৱে খোজ কাঢ়ি থকা আৰু জাঁপ মাৰি দেৱাল পাৰ হৈ যোৱা দেখা গৈছে, অসমত হোৱাটছএপত ভাইৰেল হৈ পৰিছে।  ভাইৰেল মেছেজটোত লিখা হৈছে যে […]

Continue Reading

FACT CHECK: চীনা ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ ফলত কন্ঠস্বৰৰ লগতে শাৰীৰিক পৰিৱৰ্তন হৈছে বুলি কৰা দাবীটো মিছা!

বহু অপেক্ষাৰ অন্তত,অৱশেষত বিভিন্ন দেশত এতিয়া ক’ৰনা ভাইৰাছ ভেকচিন উপলব্ধ হৈ পৰিছে।চীন দেশেও ক’ৰনাভাইৰাছক প্ৰতিহত কৰিবলৈ তেওঁলোকৰ ভেকচিন প্ৰদান কৰা কাৰ্য আৰম্ভ কৰিছে। এইসময়ত বিভিন্ন ছোচিয়েল মিডিয়া পোষ্ট আৰু বিভিন্ন প্ৰতিস্থানৰ বাতৰি পোহৰলৈ আহিছে য’ত চীন দেশৰ ভেকচিনক মস্কৰা কৰা হৈছে আৰু কিছুমানে তো এখোপ ওপৰলৈ গৈ ইয়াকো কৈছে যে চীন দেশৰ ভেকচিন ব্যৱহাৰ কৰিলে […]

Continue Reading

FACT CHECK: পুৰণি ৫টকীয়া, ১০টকীয়া আৰু ১০০টকীয়া নোট এই বছৰৰ মাৰ্চৰ পৰা অচল নহয়!

শেহতীয়াভাবে বহুকেইটা সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়াত এটা কথা বহুলভাৱে প্ৰচাৰ হৈছে যে এইবছৰৰ মাৰ্চৰ পৰা ভাৰতত পুৰণি ৫টকীয়া, ১০টকীয়া আৰু ১০০টকীয়া নোটসমুহ অচল হৈ পৰিব। অসমৰো বহুতো ফেচবুক একাউন্টৰ পৰা এইধৰণৰ পোষ্ট কৰা দেখা গৈছে।  এনডি২৪ নামৰ এক নিউজ পৰ্টেলৰ ফেচবুক পেজত এই বিষয়ে এক বাতৰি যোৱা ২৩ জানুৱাৰী, ২০২১ তাৰিখে প্ৰকাশ কৰা হৈছে […]

Continue Reading

FACT CHECK: ভাৰতৰ জাতীয় পতাকাখন ৰাজপথত ভৰিৰে গচকা ভাইৰেল ভিডিঅ’টো ভাৰতৰ নহয়

দুমাহ ধৰি দিল্লীত অব্যাহত থকা কৃষক বিদ্ৰোহে গণৰাজ্য দিৱসৰ দিনা হিংসাত্মক ৰূপ ধাৰণ কৰে। তাৰ পিছতেই ভাৰতৰ জাতীয় পতাকাখন ৰাজপথত পদদলিত হোৱা এটা ভিডিঅ’ ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে প্ৰতিবাদকাৰীয়ে ত্ৰিৰংগ পতাকাক চুড়ান্ত অপমান কৰিছে। ভাইৰেল ভিডিঅ’টো আৰু এটা মেছেজ আমাৰ ২৪/৭ ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০ প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সত্যতা জানিব […]

Continue Reading

Fact Check: কৰ্নাটকাৰ বাছ দুৰ্ঘটনাত ১৭গৰাকী মহিলা চিকিৎসক নিহত হোৱা বুলি ভাইৰেল হোৱা পোষ্ট বিভ্ৰান্তিকৰ।

অসমৰ ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যে কৰ্নাটকাৰ জেএমএম মেডিকেল কলেজৰ ১৭গৰাকী মহিলা অধ্যাপকে গোৱালৈ এক ভ্ৰমন কৰাৰ সময়ত বাংগালুৰু-পুনে ৰাষ্ট্ৰীয় ঘাইপথত কৰ্নাটকাৰ ডেভাংগেৰে জিলাত সংঘটিত এক ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত হৈছে।  Original Link- Facebook | Archived Link আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী হোৱাটছএপ ব্যৱহাৰকাৰীয়ে এটা লিংক প্ৰেৰণ কৰি এইকথাৰ সত্যাসত্য জনাৰ আগ্ৰহ প্ৰকাশ কৰিছে। […]

Continue Reading

FACT CHECK: ইণ্ডোনেছিয়াৰ শেহতীয়া বিমান দুৰ্ঘটনাৰ ফটোৰ সৈতে অনুৰূপ পুৰণি ফটো ভূলকৈ প্ৰচাৰ কৰা হৈছে

অসম তথা আন আন প্ৰান্তত শ্ৰীৱিজয়া বিমান দুৰ্ঘটনা সম্পৰ্কত বহুটো পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। শনিবাৰে ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাৰ পৰা উৰণৰ কেইমুহুৰ্তমান পিছতেই বিমানখন দুৰ্ঘটনাগ্ৰস্থ হোৱাৰ ফলত ৬২গৰাকী লোকৰ প্ৰানহানি হয়। পোষ্টসমুহত ভুক্তভোগী তথা আন ক্ষয়ক্ষতিৰ ফটো সংলগ্ন কৰা হৈছে।  Original Link- Facebook | Archived Link Original Link- Facebook | Archived Link ফেক্ট ক্ৰেছেণ্ডো […]

Continue Reading

FACT CHECK: লোকসভাৰ অধ্যক্ষৰ কন্যাই প্ৰকৃততেই ‘ইউপিএছচি’ত অৱতীৰ্ণ হৈছিল আৰু উত্তীৰ্ণও হৈছিল

ছ’চিয়েল মিডিয়াত কিছুমান পোষ্ট ভাইৰেল হৈছে যে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ কন্যা অঞ্জলী বিৰলাই ইউপিএছচি পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিল কিন্তু তেওঁৰ নাম তাৰ তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে। পোষ্টবোৰে ইয়াকে ক’ব বিচাৰিছে অঞ্জলী বিৰলাই নিজৰ প্ৰতিভা আৰু মেধাৰ সলনি লোকসভাত অধ্যক্ষৰ কন্যা হোৱাৰ সুবাদতেই ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈছে। ২০২১ চনৰ ৬ জানুৱাৰীত ইউপিএছচি’য়ে ৮৯ গৰাকী প্ৰাৰ্থীৰ […]

Continue Reading