FACT CHECK: এয়া ছৌদি আৰৱৰ পৰা অহা অক্সিজেন টেংকাৰৰ ভিডিঅ’ নহয়।

এখন ৰেলগাড়ীত অক্সিজেন কঢ়িয়াই অনা টেংকাৰৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছোচিয়েল মিডিয়াত আৰু তাত লিখা হৈছে যে এইসমুহ ছৌদি আৰৱৰ পৰা ভাৰতলৈ অনা হৈছে । Original Link- Facebook | Archived Link আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই আমাৰ চৌব্বিশ ঘন্টীয়া ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০লৈ ইয়াৰ সত্যতা নিৰূপনৰ আবেদন লাভ কৰিলো। Archived Link  কিন্তু আমি যেতিয়া সত্যতা নিৰূপন কৰিলো,আমি […]

Continue Reading

FACT CHECK: নষ্ট্ৰাডামূৰ বিষয়ত অস্পষ্ট লিখনি এটা জম্বিৰ আক্ৰমনৰ ভৱিষ্যদ্বানী বুলি শ্বেয়াৰ কৰি থকা হৈছে!

কৰ’ণাভাইৰাছ মহামাৰীৰ আতংক অব্যাহত থকা সময়তে ছোছিয়েল মিডিয়াত কিছুমান পোষ্ট ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে ২০২১চনত জম্বীৰ আৱিৰ্ভাৱ ঘটিব বুলি নষ্ট্ৰাডামুৱে ভৱিষ্যতবাণী কৰি থৈ গৈছে।  ভিডিঅ’ ৰূপত পোষ্টবোৰ অসমত বহুলভাৱে শ্বেয়াৰ কৰা হৈছে ফেচবুক ব্যৱহাৰকাৰীৰ মাজত। ভিডিঅ’ৰ ধাৰাভাষ্যত কোৱা হৈছে,” ১৬শতিকাতেই ফৰাছী জ্যোতিষী নষ্ট্ৰাডামুৱে ভৱিষ্যতবাণী কৰিছিল যে ২০২১চনত জম্বীৰ আৱিৰ্ভাৱ ঘটিব।” ধাৰাভাষ্যকাৰে সকলোকে […]

Continue Reading

FACT CHECK: কোভিড১৯ত মাক দেউতাকৰ মৃত্যু ঘটা দুগৰাকী কনমানি ছোৱালীক সন্তান ৰূপে তুলি ল’ব লাগে বুলি ভূৱা মেছেজ ভাইৰেল

শেহতীয়াভাৱে কোভিড১৯ত মাক দেউতাকৰ মৃত্যু ঘটা বুলি কৈ দুগৰাকী নাবালিকা কনমানি কন্যাক তুলি ল’ব বিচৰা ইচ্ছুক অভিভাৱকৰ আগ্ৰহ বিচাৰি এটা মেছেজ ভাইৰেল কৰা হৈছে।  অসমত হোৱাটছএপত মেছেজটো ভাইৰেল হৈছে আৰু তাত এখন ফটো দিয়া হৈছে। লগতে লিখা হৈছে:  “তুলি লোৱাৰ বাবে:  যদি কোনোবাই এগৰাকী কন্যাক তুলি ল’ব বিচাৰে,তেনেহ’লে …নম্বৰত ফোন কৰিবলৈ নাপাহৰিব(প্ৰিয়ংকা)। এজনী তিনি দিনীয়া […]

Continue Reading

FACT CHECK: ২০ চেকেণ্ডৰ বাবে উশাহ বন্ধ কৰাটোৱে আপুনি কোভিড ১৯ত আক্ৰান্ত হৈছে নে নাই সেই কথা নিশ্চিত নকৰে

অনলনাইন চলি থকা অসংখ্য ভুল তথ্যৰ মাজতে আপোনাৰ কোভিড ১৯ হৈছেনে নাই তাক চোৱাৰ এটা আত্ম-পৰীক্ষা পদ্ধতি বিভিন্ন ছোচিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে। এই সাধাৰণ আত্ম-পৰীক্ষাটোৰ মতে মানুহে ২০ চেকেণ্ডৰ বাবে নিজৰ উশাহটো ধৰি ৰাখি নিজৰ কোভিড ১৯ হৈছে নে নাই জানিব পাৰে। ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই আমাৰ চৌব্বিশ ঘন্টীয়া ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০লৈ ইয়াৰ সত্যতা […]

Continue Reading

FACT CHECK: অন্য কোনো সাংবাদিকৰ ভিডিঅ’ এটা প্ৰয়াত সাংবাদিক ৰোহিত সৰদানাৰ বুলি শ্বেয়াৰ কৰি থকা হৈছে!

শেহতীয়াভাৱে কোভিড ৰোগৰ চিকিৎসা চলি থকাৰ সময়ত আজ টকৰ জ্যেষ্ঠ সাংবাদিক ৰোহিত সৰদানাৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে । তেওঁ মৃত্যুৰ পিছত, সৰদানাৰ শেষ ভিডিঅ’ বুলি লিখা এটা ভিডিঅ’ ছোচিয়েল মিডিয়াত বাৰুকৈয়ে প্ৰচাৰ কৰা হৈছে।  ভিডিঅ’টোত মাস্ক পৰিহিত এজন লোকে দেশত কোভিড পৰিস্থিতিৰ ভয়ংকৰ অৱনতি সম্পৰ্কত কৈ আছে। তেনেকুৱা কিছুমান লিংক এয়া: Original Link: […]

Continue Reading

FACT CHECK: অসমত শুকুৰবাৰে ভূমিকম্পৰ আগজাননী দিয়া ভাইৰেল স্ক্ৰিনশ্বটটো ২০০৬ চনৰে হয়!

শেহতীয়াভাৱে অসমৰ ছোচিয়েল মিডিয়াত হিন্দুস্তান টাইমছৰ এটা বাতৰিৰ স্ক্ৰিনশ্বট ভাইৰেল হৈ পৰিছে। সেই স্ক্ৰিনশ্বটটোত নীলা ৰঙেৰে হাইলাইট কৰা এটা শাৰি আছে য’ত লিখা হৈছে,” এটা ৭/৮ প্ৰাবল্যৰ ভূমিকম্পই শুকুৰবাৰে পুৱা পুৱা ৮বাজি ২১মিনিটত অসমক কঁপাই যোৱা ৭০ শতাংশ সম্ভাৱনা আছে।” ২৮এপ্ৰিলত ৬.৪ প্ৰাবল্যৰ এটা ভূইকঁপে অসম কঁপাই যোৱাৰ পিছত স্বাভাৱিকতে এই ভাইৰেল স্ক্ৰিনশ্বটটোৱে ৰাইজক বহুলভাৱে […]

Continue Reading

FACT CHECK: আৰক্ষীৰ লোকজন কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা নাই, এয়া এটা মক ড্ৰিলহে!

যিমানে দেশত কৰ’ণা ভাইৰাছৰ আতংক বাঢ়ি গৈছে, সিমানেই ছোচিয়েল মিডিয়াৰ কৰ’ণা ভাইৰাছ সম্পৰ্কীয় বহু ভূৱা খবৰ ,ভূৱা পোষ্ট ভাইৰেল হৈ পৰিছে।  অসমৰ ছোচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে,য’ত দেখা গৈছে এজন আৰক্ষীৰ লোকে খোজ কাঢ়িব নোৱাৰি মাটিত ঢলি পৰিছে। তেওঁ অতিমাত্ৰা কাঁহ মৰা আৰু হাঁচিওৱা দেখা গৈছে।তেওঁ সহকৰ্মী আৰক্ষীৰ লোকে তেওঁক  উদ্ধাৰ কৰিবলৈ আহিছে […]

Continue Reading

FACT CHECK: চাৰ্জিকেল মাস্কত ক’লা কীট নাথাকে!

দেশত কৰ’ণাভাইৰাছৰ দ্বিতীয় স্তৰে বিধ্বংসী ৰূপ ধাৰণ কৰিছে আৰু একে সময়তে কৰ’ণাভাইৰাছ সম্পৰ্কীয় ভূৱা বাতৰিয়েও যেন দ্বিতীয় স্তৰহে লাভ কৰিছে। বৰ্তমান ছোচিয়েল মিডিয়াত,বিশেষকৈ অসমৰ ফেচবুকত চাৰ্জিকেল মাস্ক সম্পৰ্কীয় এটা বাতৰি ভাইৰেল হৈ পৰিছে। আমি জানো দেশৰ সৰ্বদাধাৰণ জনতাই কৰ’ণাভাইৰাছৰ ক্ষেত্ৰত নিৰাপদ হ’বলৈ সৰহ সংখ্যকেই চাৰ্জিকেল মাস্ক পৰিধান কৰে। এটা দাবী ভাইৰেল হৈ পৰিছে যে এই […]

Continue Reading

FACT CHECK: এই উক্তিটোৰ সৈতে সুন্দৰ পিছাইৰ নাম মিছাতে সাঙোৰা হৈছে।

গুগলৰ চিইও সুন্দৰ পিছাইৰ নামটো ভুৱা বাতৰিৰ জগতখনৰ বাবে নতুন নহয়। এইবাৰ ৰাজনীতি আৰু নিৰ্বাচন প্ৰসংগত এটা উক্তিৰ সৈতে পিছাইৰ নাম সাঙুৰি অসমৰ ছোচিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰ কৰা হৈ আছে।  সুন্দৰ পিছাইৰ ফেচবুক পেজৰ পৰা অক্টোবৰৰ ১৩ তাৰিখে সন্ধিয়া ৬বাজি ৪৩মিনিটত সেই পোষ্টটো দিয়া ধৰণৰ এটা স্ক্ৰিণশ্বটত এই উক্তিটো লিখা হৈছে।  উক্তিটো এনেকুৱা ধৰণৰ:  “এজন […]

Continue Reading

FACT CHECK: গুৱাহাটী বিশ্ববিদ্যালয়ে ইয়াৰ স্নাতক পৰ্যায়ৰ পৰীক্ষা বাতিল কৰিছে বুলি ভুৱা জাননী ভাইৰেল হৈছে!

ৰাজ্যখনত কোভিড পৰিস্থিতিৰ অৱনতি ঘটাৰ লগে লগে বিভিন্ন শিক্ষানুস্থানে তেওঁলোকৰ বিভিন্ন পৰীক্ষাসমুহ বাতিল কৰিছে বা পিছুৱাই দিছে। শেহতীয়াভাৱে এখন জাননী ছ’চিয়েল মিডিয়াত, বিশেষকৈ হোৱাটছএপত ভাইৰেল হৈ পৰিছে, য’ত কোৱা হৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতক পৰ্যায়ৰ প্ৰথম, তৃতীয় আৰু পঞ্চম সান্মাসিক পৰীক্ষা বাতিল কৰিছে পৰৱৰ্তী জাননী নহালৈকে। এই জাননীখন ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিপুলভাৱে প্ৰচাৰ হৈছে আৰু ইয়াৰ […]

Continue Reading