ৰিপাব্লিক অৱ পালাউৰ স্কাইলাইট নামৰ জাহাজৰ ওপৰত তিনিমাহ পূৰ্বেই ইৰাণে কৰা আক্ৰমণৰ দৃশ্যকে আমেৰিকাই ভাৰতৰ জাহাজৰ ওপৰত কৰা আক্ৰমণ বুলি প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত যোৱা ১১ জুন ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে ভিডিঅ’টোত দেখা দৃশ্যটো আমেৰিকাই ওমানৰ সাগৰত ভাৰতীয় জাহাজৰ ওপৰত আক্ৰমণ কৰা সময়ৰ। লিখিছে- গাল্ফৰ বাঘ ইৰাণৰ মাংসৰ লোভত শিয়াল আমেৰিকা- ইজৰাইলৰ ধুৰ্তালিত ভাৰতৰ টেংকাৰ জাহাজ আক্ৰান্ত। ওমান সাগৰ অঞ্চলত ভাৰতীয় টেংকাৰত আমেৰিকাৰ আক্ৰমণত মুখ্য অভিযন্ত্ৰা নিৰুদ্দেশ আৰু তিনি […]

Continue Reading

জাপানৰ জাংমি ঘূৰ্ণীবতাহৰ দৃশ্যকে ফিলিপিনছৰ ভূমিকম্পৰ পাছত হোৱা ছুনামী বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে ভিডিঅ’টোত দেখা দৃশ্যটো যোৱা ৮ জুন ২০২৬ত ফিলিপিনছত অহা ভূমিকম্পৰ পাছত সাগৰত দেখা ভয়ংকৰ ছুনামীৰ দৃশ্য বুলি দাবী কৰিছে। লিখিছে- ফিলিপাইন্সত ৮’২ ৰিখটাৰস্কেলত অহা ভুমিকম্পৰ পাছত সমুদ্ৰত ছুনামীৰ ফলত হৈ থকা অস্বভাৱিক ভয়ংকৰ গতিবিধি। য’ত চকু ৰাখিছে তাৰ প্ৰশাসনে। দেশখনত দুঘন্টাত ১৩৪টা […]

Continue Reading

উত্তৰাখণ্ডৰ কৰ্ণপ্ৰয়াগত জীপলাইন দুৰ্ঘটনা? জানক সত্যতা।

শেহতীয়াকৈ এক জীপলাইন দুৰ্ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে ঘটনাটো উত্তৰাখণ্ডৰ কৰ্ণপ্ৰয়াগৰ।  Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া চমোলী পুলিচ, উত্তৰাখণ্ডৰ (Chamoli Police, Uttarakhand) অফিচিয়েল এক্স হেণ্ডলত ৮ জুন, ২০২৬ ৰ […]

Continue Reading

ফিলিপাইনছৰ মাণ্ডাউ চহৰত সংঘটিত অগ্নিকাণ্ডৰ এক পুৰণি ভিডিঅ’ শেহতীয়াকৈ দিল্লীৰ মালব্য নগৰৰ হোটেলত হোৱা অগ্নিকাণ্ডৰ দৃশ্য বুলি ভাইৰেল।

২০২৬ চনৰ ৩ জুনত দিল্লীৰ মালব্য নগৰ অঞ্চলৰ এখন হোটেলত অগ্নিকাণ্ড সংঘটিত হৈ ২১ জন লোকৰ মৃত্যু হৈছে, ইয়াৰে ১২ জন বিদেশী নাগৰিক বুলি চিনাক্ত কৰা হৈছে। কমেও ৫৮ জন লোকক উদ্ধাৰ কৰি ওচৰৰ মেক্স হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। উদ্ধাৰকাৰী দল অহাৰ পূৰ্বেই স্থানীয় লোকে উদ্ধাৰ অভিযান আৰম্ভ কৰে। এই পটভূমিত ডাঠ ধোঁৱা আৰু জুইৰ […]

Continue Reading

ষ্টেডিয়ামৰ গেলেৰীৰ পৰা বুমৰাহৰ নাম লৈ চিঞৰা শিশুটি বৈভৱ সূৰ্যবংশী নহয়, জীয়ান দেশাইহে হয়।  

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে ভিডিঅ’টোত দেখা বুমৰাহ বুমৰাহ বুলি চিঞৰি থকা কণমানি শিশুটি হৈছে বৰ্তমানৰ ক্ৰিকেট তাৰকা বৈভৱ সূৰ্যবংশী। ভিডিঅ’টোত বৈভৱ সূৰ্যবংশীয়ে যশপ্ৰীত বুমৰাহৰ বলত ছয় মৰা দেখা গৈছে আৰু তলত এটি শিশুৱে ষ্টেডিয়ামৰ নিজ পিতৃৰ কাষত বহি বুমৰাহ বুমৰাহ বুলি চিঞৰি আছে। দাবী কৰা হৈছে […]

Continue Reading

২০২০ চনত ইজিপ্তৰ কাইৰোত হোৱা এক খাৰুৱা তেলৰ পাইপলাইনৰ অগ্নিকাণ্ডকে ইৰাণৰ তেল কেন্দ্ৰত ইউএইৰ আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।

শেহতীয়াকৈ অসমৰ এটা ইনষ্টাগ্ৰাম হেণ্ডেলত এটা ভিডিঅ আপলোড কৰি দাবী কৰিছে যে সেয়া ইউএইৰ দ্বাৰা নিক্ষেপ কৰা বৃহৎ ক্ষেপণাস্ত্ৰৰ আক্ৰমণত ইৰাণৰ এটা বৃহৎ তেল কেন্দ্ৰত আঘাত হনাৰ দৃশ্য। Instagram Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল ভিডিঅ’টো […]

Continue Reading

সংবাদমেলত হাঁহি থকা বাবে তামিলনাডুৰ তিনি আইপিএছ বিষয়াক মুখ্যমন্ত্ৰী বিজয়ে নিলম্বন কৰা খবৰটো মিছা।

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এখন ফটো আপলোড কৰি দাবী কৰিছে যে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ে অলপতে এটি শিশুৰ ধৰ্ষণ আৰু হত্যা সন্দৰ্ভত আয়োজন কৰা এক সংবাদমেলত হাঁহি থকা তিনিগৰাকী আইপিএছ বিষয়াক নিলম্বিত কৰিছে।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সত্যতা নিৰূপণ পদ্ধতি […]

Continue Reading

মধ্য প্ৰদেশৰ ইকৰেলাত ২০২৩চনত এটা ৰোগাক্ৰান্ত দুৰ্বল বাঘে মানুহৰ মাজলৈ ওলাই অহা দৃশ্যকে ৰাজস্থানৰ আজমেৰত চুলাই মদ খোৱা বাঘৰ দৃশ্য বুলি মিছাকৈ প্ৰচাৰ।  

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা দৃশ্য আপলোড কৰি দাবী কৰা হৈছে যে সেয়া ৰাজস্থানৰ আজমেৰৰ শেহতীয়া এক ঘটনা, য’ত এটি বাঘে চুলাই মদ খোৱাৰ ফলত নিচাগ্ৰস্থ হৈ ধলং পলঙকৈ খোজ কাঢ়ি আহি আছিল আৰু ওচৰৰ মানুহবোৰে এইদৰে বাঘটোৰ সৈতে ধেমালি কৰিছে।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ […]

Continue Reading

জানুৱাৰীত হোৱা ইষ্টেমাত অংশ ল’বলৈ অহা ইছলাম ধৰ্মী লোকৰ দৃশ্যকে পশ্চিম বংগৰ পৰা পলায়ন কৰা কৰা বাংলাদেশীৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে।

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা দৃশ্য আপলোড কৰি সেয়া পশ্চিম বংগৰ নতুন মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে অবৈধ বাংলাদেশীক শীঘ্ৰেই ৰাজ্যখন এৰি যাবলৈ সকিয়নী দিয়াৰ পাছত ৰাজ্যখনত থকা লাখ লাখ বাংলাদেশীয়ে এইদৰে পলায়ন কৰিবলৈ যোৱা দৃশ্য বুলি দাবী কৰা হৈছে- লিখিছে-  পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে সকীয়নী দিয়াৰ পাছতেই বাংলাদেশী এনেদৰে ভাগিবলৈ আৰম্ভ কৰিছে । Facebook […]

Continue Reading

অসমৰ প্ৰসিদ্ধ ইংৰাজী দৈনিক বাতৰি কাকত ‘দ্য আছাম ট্ৰিবিউন’ আদানী গ্ৰুপক বিক্ৰী কৰি দিয়া হোৱা নাই।

শেহতীয়াকৈ অসমৰ কেইটামান ফেচবুক একাউণ্টত এটা দাবী উত্থাপন কৰি পোষ্ট কৰা হৈছে যে অসমৰ ঐতিহাসিক, প্ৰসিদ্ধ ইৰাজী দৈনিক বাতৰি কাকত ‘দ্য আছাম ট্ৰিবিউন’খন আদানী গ্ৰুপক বিক্ৰী কৰি দিয়া হৈছে। Facebook Link Archived Link Facebook Link Archived Link একেই দাবীৰে অন্য পোষ্ট ইয়াতো চাব পাৰিব।  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন […]

Continue Reading