উত্তৰাখণ্ডৰ কৰ্ণপ্ৰয়াগত জীপলাইন দুৰ্ঘটনা? জানক সত্যতা।

False Social

শেহতীয়াকৈ এক জীপলাইন দুৰ্ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে ঘটনাটো উত্তৰাখণ্ডৰ কৰ্ণপ্ৰয়াগৰ। 

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া চমোলী পুলিচ, উত্তৰাখণ্ডৰ (Chamoli Police, Uttarakhand) অফিচিয়েল এক্স হেণ্ডলত ৮ জুন, ২০২৬ ৰ এটা টুইট পালোঁ। টুইটযোগে চমোলী পুলিচে দাবীটো খণ্ডন কৰিছে আৰু ভাইৰেল ভিডিঅ’টো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্ট বুলি উল্লেখ কৰিছে।

X Link 

তদুপৰি, AI Detection Tool সমূহেও ভাইৰেল ভিডিঅ’টো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্ট বুলি কয়।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। উত্তৰাখণ্ডৰ কৰ্ণপ্ৰয়াগৰ জীপলাইন দুৰ্ঘটনাৰ দৃশ্য বুলি দাবী কৰা ভিডিঅ’টো প্ৰকৃততে কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: উত্তৰাখণ্ডৰ কৰ্ণপ্ৰয়াগত জীপলাইন দুৰ্ঘটনা? জানক সত্যতা।

Fact Check By: Fact Crescendo Team

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *