Fact checks
এই মন্তব্য ত্ৰিদিব ভাগৱতীয়ে কৰা নাই। দাবীটো মিছা।
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা পোষ্ট কৰা হৈছে। পোষ্টটোত যুৱ বক্তা ত্ৰিদিব ভাগৱতীৰ ফটো ব্যৱহাৰ কৰি কিছু মন্তব্য লিখা হৈছে। দাবী কৰা হৈছে সাংসদ গৌৰৱ গগৈ সন্দৰ্ভত ত্ৰিদিব ভাগৱতীয়ে সেই মন্তব্য কৰিছে। কেপছনত লিখিছে- এগৰাকী সাংসদৰ এনে দেশদ্ৰোহী কৰ্ম সঁচাকৈয়ে লজ্জাজনক’। যুৱ লেখক ত্ৰিদিপ ভাগৱতীৰ মন্তব্য। ফটোখনত টেক্সট ওভাৰলে’ কৰি লিখা হৈছে- কথাবোৰ মিছা […]
Political
যোৰহাটত তিনিশ কংগ্ৰেছ কৰ্মীয়ে পদত্যাগ কৰিছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।
শেহতীয়াকৈ যোৰহাটত তিনিশ কংগ্ৰেছ কৰ্মীয়ে পদত্যাগ কৰা বুলি এখন জাননী ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। জাননীখন ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “গৌৰৱ গগৈৰ ভুমিকা তথা কাৰ্যত লজ্জিত হৈ আত্মসন্মান আৰু নৈতিক দায়িত্বৰ খাতিৰত কংগ্ৰেছৰ বিভিন্ন পদ আৰু সদস্য হিচাপে থকা ৩০০ কৰ্মীয়ে দলৰ পৰা আজি পদত্যাগ কৰিলে যোৰহাটত ।” Facebook Link | Archived Link. আমি […]
বাংলাদেশৰ সংখ্যালঘুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰিয়ংকা গান্ধীৰ এই ভাষণটো পুৰণি।
শেহতীয়াকৈ বাংলাদেশত দীপু চন্দ্ৰ দাস নামৰ ব্যক্তিজনৰ হত্যাকাণ্ডৰ পাছত ছ’চিয়েল মিডিয়াত এই সম্পৰ্কে বহুতো পোষ্ট ভাইৰেল হৈছে। ইয়াৰ মাজতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে সদনত বাংলাদেশৰ পৰিস্থিতিৰ সম্পৰ্কে দিয়া এক ভাষণ আমাৰ দৃষ্টিগোচৰ হ’ল। বাংলাদেশৰ সংখ্যালঘু হিন্দু আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে মাত মাতি প্ৰিয়ংকা গান্ধীয়ে ভাৰত চৰকাৰক বাংলাদেশ চৰকাৰৰ সৈতে এই সম্পৰ্কে […]
International
পুৰণি অপ্ৰাসংগিক ভিডিঅ’ এপষ্টিন ফাইলছ প্ৰকাশৰ পাছত ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ দৃশ্যৰ বুলি ভাইৰেল।
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে এদল লোকে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পুত্তলিকাত মৰিয়াই আছে। দাবী কৰা হৈছে যে এপষ্টিন ফাইলছ প্ৰকাশৰ পাছতেই ট্ৰাম্পৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “#এপষ্টেইন_ফাইল-ত #ট্ৰাম্পৰ নাম প্ৰকাশ পোৱাৰ পিছত ট্ৰাম্পৰ বিৰোধিতা বাঢ়িছে..!!” Facebook Link | Archived Link […]
ইৰাণৰ চেজিল ক্ষেপণাস্ত্ৰৰ ফটো ICBM ক্ষেপণাস্ত্ৰৰ বুলি ভাইৰেল।
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৰকেট উৎক্ষেপণৰ এখন ফটো ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে সেয়া ইৰাণৰ শেহতীয়া ICBM Missile ৰ ফটো। ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “#BreakingNews ইৰাণৰ ১০০০০ কিলোমিটাৰ দূৰত্ব লৈ যাব পৰা #ICBMৰ মিচাইলৰ পৰীক্ষা। উক্ত শক্তিশালী মিচাইলৰ পৰীক্ষণৰ পিছতে আমেৰিকাৰ ইৰাণ আক্ৰমণৰ পৰিকল্পনা বাতিল। আমেৰিকাৰ কেইবাখনো চহৰ উক্ত মিচাইলৰ পৰিসৰত।” Facebook […]
ছিৰিয়াৰ ৰাক্কাৰ ভিডিঅ’ ইৰাণৰ বুলি বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে ইৰাণত মহিলাসকলক লৈ যোৱা হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “এই দৃশ্য ইৰাণৰ… চাওক ইৰাণত ইজনে সিজনৰ মাক ভগ্নীক কেনেকৈ লৈ গৈছে … কুৰ্দ, তুৰস্ক, ইৰাণ, ইৰাক, ছিৰিয়া সকলোৰে ঈশ্বৰ একে কিন্তু যেতিয়াই তেওঁলোকৰ মাজত যুদ্ধ হয় , তেতিয়াই ইজনে সিজনৰ মহিলাক […]


-
Dilip saha commented on পুৰণি অপ্ৰাসংগিক ভিডিঅ’ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোৰ মুক্তিৰ দাবীত অনুষ্ঠিত প্ৰতিবাদী ৰেলীৰ বুলি ভাইৰেল।: এই ভিডিও সত্য। আমি এই থার্ডপার্টি রিপোর্ট এর সাথে
-
todaymentor commented on এয়া আৰাৱলী পৰ্বতৰ খননৰ বিৰুদ্ধে ৰাজস্থানৰ প্ৰতিবাদৰ দৃশ্য নহয়। : Your blog is a shining example of excellence in co
-
BACKDOOR_LINK_RESTORED commented on সঁচাকৈয়ে প্ৰধানমন্ত্ৰীয়ে ২৩৯ টকাৰ বিনামূলীয়া ৰিছাৰ্জ দিছে নেকি?: sex video
-
binance commented on লকডাউনৰ সময়ত ১২০০ কিলোমিটাৰ চাইকেল চলাই জনপ্ৰিয় হোৱা ছোৱালীজনীৰ মৃত্যু হোৱা নাই!: I don't think the title of your article matches th
-
George Meza commented on ফ্লিপকাৰ্টে সঁচাকৈ বিগ বিলিয়ন ডে উপলক্ষে বিনামূলীয়া পুৰস্কাৰ দিছে নেকি? : For the reason that the admin of this site is work

