অসমত বাঢ়ি অহা তাপমাত্ৰাৰ কাৰণ আৰু প্ৰভাৱ

পাতনি অসম তথা উত্তৰ পূৰ্বাঞ্চল বুলি ক’লে সাধাৰণতে আমাৰ দেশৰ উত্তৰ অংশতকৈ তুলনামূলকভাৱে কম তাপমাত্ৰাৰ এক বিস্তৃত অঞ্চল বুলি প্ৰসিদ্ধ। কিন্তু শেহতীয়াকৈ সেই প্ৰসিদ্ধি যেন ক্ৰমাগতভাৱে মোলান পৰিবলৈ ধৰিছে। বৰ্তমান অসমত অসহনীয় গৰমে জনজীৱন অস্থিৰ কৰি তুলিছে। বিগত কেইবাদিনো ধৰি ৰাজ্যখনত দিনৰ তাপমাত্ৰা স্বাভাৱিকতকৈ ৩ৰ পৰা৫°চেণ্টিগ্ৰেড বেছি হৈ আছে। কোনো কোনো অঞ্চলত ৩৪ৰ পৰা ৩৬° […]

Continue Reading

অসমৰ বানপানী: কাৰণ, পৰিণাম, ক্ষতি আৰু চৰকাৰৰ প্ৰতিক্ৰিয়া

পাতনি   বৰ্ষাকালত অসমত বানপানী হৈয়েই থাকে, কিন্তু ২০২৫ চনৰ বানপানীয়ে আকৌ এবাৰ অসমবাসীক কঠোৰ পৰীক্ষাৰ সন্মুখীন কৰোৱাছে। এই বানপানীয়ে হাজাৰ হাজাৰ লোকক গৃহহীন কৰিছে, জীৱ-জন্তু, খেতি-বাতি আৰু সা-সম্পত্তিৰ অপৰিমেয় ক্ষতি সাধন কৰিছে। এই লেখাত আমি এই বানপানীৰ কাৰণ, পৰিণাম, ক্ষতি আৰু চৰকাৰৰ প্ৰতিক্ৰিয়া সম্পৰ্কে সংক্ষিপ্তকৈ আলোচনা কৰিম।   অসমৰ বানপানীৰ মূল কাৰণ:   ১. বৰষুণৰ বৃদ্ধি: এইবাৰৰ […]

Continue Reading

বিভিন্ন পুৰণি আৰু সংগতিহীন দৃশ্যকে ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা অপাৰেচন সিন্দূৰৰ দৃশ্য বুলি বিগত সময়চোৱাত প্ৰচাৰ কৰা হৈছিল। 

চলিত মাহৰ ৬ তাৰিখে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰ আৰম্ভ কৰাৰ লগে লগেই সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ সেই অপাৰেচনৰ বুলি দাবী কৰি প্ৰচাৰ হোৱা আৰম্ভ হৈছিল। আনকি কোনো কোনো সংবাদ প্ৰতিষ্ঠানেও কিছুমান ভিডিঅ’ অপাৰেচন সিন্দূৰৰ বুলি দাবী কৰি প্ৰচাৰ কৰিছিল। আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই তেনেকুৱা বহুসংখ্যক ভিডিঅ’ৰ সত্যতা নিৰূপণ কৰি সেই ভিডিঅ’বোৰনো প্ৰকৃততে […]

Continue Reading

বাংলাদেশৰ চিকেনছ্ নেক্ বিতৰ্ক? এক সংক্ষিপ্ত আলোচনা।

পাতনি সাম্প্ৰতিক সময়ত বাংলাদেশৰ চিকেনছ্ নেক বিতৰ্কই বিশ্বৰ দৃষ্টি আকৰ্শন কৰিছে। এই বিতৰ্কত আমাৰ ৰাজ্য অসম তথা উত্তৰ পূৰ্বাঞ্চলো সাঙোৰ খাইছে। এই বিতৰ্কৰ গভীৰলৈ সোমাই যাবৰ বাবে প্ৰথমে আমি চিকেনছ্ নেক বুলিলে প্ৰকৃততে কোনখিনি ভূখণ্ডক বুজোৱা হয় সেই কথা জানি ল’ব লাগিব। আমাৰ এই আলোচনাত পৰ্যাপ্ত সংক্ষিপ্ততাৰে এই বিষয়টো সামৰি ল’বলৈ যতন কৰা হৈছে।  চিকেনছ্ […]

Continue Reading

মেঘালয়ৰ পাহাৰ কাটি পৰিৱেশ ধ্বংসৰ সমস্যা: এটা বিশ্লেষণ

মেঘালয়, যাক “মেঘৰ আলয় বা ঘৰ” বুলি কোৱা হয়, তাত বৰ্তমান পাহাৰ কাটি পৰিৱেশ ধ্বংসৰ এক গুৰুতৰ সমস্যাৰ সন্মুখীন হৈছে। এই সমস্যাই কেৱল প্ৰাকৃতিক সৌন্দৰ্য্য হে ধ্বংস কৰা নাই, ইয়াৰ দ্বাৰা মাটিৰ গঠন, আৰু স্থানীয় জনজীৱনো প্ৰভাৱিত হৈছে। সম্প্ৰতি, ভাৰতৰ উচ্চতম ন্যায়ালয়ে (Supreme Court) এই সমস্যাৰ সমাধানৰ বাবে এক বিশেষ কমিটি গঠন কৰিছিল। এই লেখত […]

Continue Reading

সিন্ধু জল সন্ধি (Indus Waters Treaty)ঃ অতীত আৰু বৰ্তমান

প্ৰস্তাৱনা যোৱা ২২ এপ্ৰিলত পেহেলগামত সংঘটিত ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতে ৬৫ বছৰীয়া সিন্ধু জল সন্ধি (Indus Waters Treaty) স্থগিত ৰাখে। জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই বিধানসভাৰ এক বিশেষ অধিৱেশনত কয়, ‘এয়া কেৱল এখন ৰাজ্যৰ লোকৰ ওপৰত আক্ৰমণ নাছিল — ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা হৈছিল।এই আক্ৰমণৰ ফলত সমগ্ৰ ভাৰতৰ পৰা, অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈকে, কেৰালাৰ […]

Continue Reading

২০০৯ চনৰ তামিলনাডুৰ এক পুৰণি ভিডিঅ’ অসমত সেনাৰ কনভয়ৰ ওপৰত আক্ৰমণ বুলি ভাইৰেল।

অলপতে Islamabad Insider নামৰ এক্স হেণ্ডল এটাত এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছিল যে অসমৰ স্থানীয় লোকে সেনাৰ কনভয় এটাত গুৱাহাটীত আক্ৰমণ কৰিছে। ২৫ আৰু ৭ অসম ইউনিটৰ পৰা ৰেইনফ’ৰ্চমেণ্ট ট্ৰুপ নাগালেণ্ডৰ পৰা কাশ্মীৰলৈ যোৱাৰ পথত গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ ওচৰত আক্ৰমণৰ সন্মুখীন হয়। X Link | Archived Link  এই সম্পৰ্কে জানিবলৈ আমি প্ৰাসংগিক […]

Continue Reading

অসমৰ চাহ উদ্যোগৰ বিকাশ আৰু ইয়াৰ কাৰক আৰু প্ৰত্যাহ্বানসমূহঃ এক বিশ্লেষণ।  

পাতনি অসম হৈছে ভাৰতৰ সৰ্ববৃহৎ চাহ উৎপাদক ৰাজ্য। বৰ্তমান চাহ উদ্যোগত এক উল্লেখযোগ্য বিকাশৰ সন্মুখীন হৈছে অসম। ইয়াৰ শক্তিশালী, মেল্টী সোৱাদৰ ক’লা চাহৰ বাবে পৰিচিত অসমে ভাৰতৰ মুঠ চাহ উৎপাদনৰ ৫০% তকৈ অধিক অৱদান আগবঢ়ায় আৰু লাখ লাখ কামাৰীক নিয়োগ প্ৰদান কৰে। উৎপাদন, ৰপ্তানি আৰু ঘৰুৱা চাহিদাৰ এই হঠাৎ বৃদ্ধিয়ে এই খণ্ডটোক নতুন জীৱন দান […]

Continue Reading

বাংলাদেশৰ বাবে ভাৰতৰ ট্ৰেন্সশ্বিপমেণ্টৰ সুবিধা প্ৰত্যাহাৰ সন্দৰ্ভত এক ব্যাখ্যাত্মক লেখা।

পাতনি আমাৰ দেশ ভাৰতবৰ্ষই বাংলাদেশক ভাৰতীয় স্থল শুল্ক ষ্টেচনৰ জৰিয়তে তৃতীয় দেশলৈ সামগ্ৰী ৰপ্তানি কৰাৰ অনুমতি দিয়া ট্ৰেন্সশ্বিপমেণ্ট ফেচিলিটি বাতিল কৰিছে। বাংলাদেশৰ ৰপ্তানি সামগ্ৰীৰ বাবে ভাৰতে এটা গুৰুত্বপূৰ্ণ ট্ৰেন্সশ্বিপমেণ্ট সুবিধা প্ৰত্যাহাৰ কৰিছে, যাৰ ফলত চুবুৰীয়া দেশখনৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব পাৰে। আমাৰ আজিৰ এই লেখাত এই পৰিস্থিতি আৰু ইয়াৰ সম্ভাৱ্য পৰিণতিৰ বিষয়ে কিছু কথা লিখা […]

Continue Reading

সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰ আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী। এক প্ৰতিবেদন। 

পাতনি অলপতে অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক অসম আৰক্ষীয়ে প্ৰথমে আটক আৰু তাৰ পাছত গ্ৰেপ্তাৰ কৰা ঘটনাৰ পাছত গুৱাহাটীৰ সাংবাদিক সমাজকে ধৰি অসমৰ ভিন্ন প্ৰান্তৰ সাংবাদিক সমাজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অসম চৰকাৰৰ অধীন এপেক্স বেংকলৈ গৈ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াৰ সৈতে বাতৰি সংক্ৰান্তত কথা পতাৰ পাছতেই তেওঁক আৰক্ষীয়ে আটক কৰি নি কেইবাঘণ্টাও […]

Continue Reading