FACT CHECK: আজিম প্ৰেমজীয়ে চৰকাৰে অনুমতি দিলে ৫০কোটি ভাৰতীয়ক দুই মাহৰ ভিতৰত কৰোণাভাইৰাছৰ ভেকচিন প্ৰদান কৰিব বুলি দাবী কৰা নাই ।

শেহতীয়াভাৱে অসমত এটা দাবী ভাইৰেল হৈ পৰিছে যে ৱিপ্ৰ’ৰ প্ৰতিস্থাপক তথা সমাজসেৱক আজিম প্ৰেমজীয়ে কৈছে যে যদি চৰকাৰে তেওঁক অনুমতি প্ৰদান কৰে তেনেহলে তেওঁ দুমাহৰ ভিতৰতেই ভাৰতৰ ৫০কোটী জনগনক কৰোণাভাইৰাছৰ ভেকচিন প্ৰদান কৰিব। হোৱাটছএপত বিয়পি পৰাৰ সমান্তৰালভাৱে এই পোষ্ট ফেচবুকতো ভাইৰেল হৈ পৰিছে।  Original Link- Facebook link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই আমাৰ […]

Continue Reading

FACT CHECK: হাছান ছাহাৱীক হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হোৱা নাই

ছোচিয়েল মিডিয়াত অভিনন্দনমূলক কিছুমান পোষ্ট ভাইৰেল হৈ পৰিছে যত ওৰিয়েন্টেল ষ্টাডিজত ডক্টৰেট ডিগ্ৰীধাৰী তথা ইছলামিক আইনৰো ছাত্ৰ হাছান ছাহাৱীক হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যক্ষ নিযুক্ত কৰা বুলি দাবী কৰা হৈছে।  তেনেকুৱা কিছুমান পোষ্ট এয়া:  Original link- Facebook | Archived Link  Original link- Facebook | Archived Link ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে সেই দাবী বিভ্ৰান্তিকৰ। ছাহাৱীক হাৰ্ভাৰ্ড […]

Continue Reading

FACT CHECK: গণৰাজ্য দিৱসৰ দিনা প্ৰতিবাদকাৰীয়ে লালকিল্লাত উত্তোলন কৰা পতাকা নিশান সাহিব আৰু কিশান মজদুৰ একতাৰ পতাকা হে হয়।

দুমাহ ধৰি অব্যাহত থকা কৃষক বিদ্ৰোহত অংশগ্ৰহন কৰা একাংশ লোকে মঙলবাৰে লালকিলাত দুখন পতাকা উত্তোলন কৰা কাৰ্যক লৈ আনকি অসমতো ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সুচনা কৰিছে। লালকিল্লাত উত্তোলন কৰা পতাকাখনৰ ধৰণটোৱে অধিক বিতৰ্কৰ সুচনা কৰিছে। কিছুসংখ্যক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে সেই পতাকা খালিস্থানী পতাকা বুলি দাবী কৰিছে আৰু লগতে ভাৰতৰ ত্ৰিৰংগা পতাকাখন তাৰ পৰা অৱনমিত কৰি সেই […]

Continue Reading

FACT CHECK: বিভ্ৰান্তিকৰ পোষ্টত উল্লেখ কৰা হৈছে যে ১.২৪লাখ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় আৱেদন পত্ৰত নিজৰ ধৰ্মৰ উল্লেখ কৰা নাই।

ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা পোষ্টত দাবী কৰা হৈছে যে কেৰালাত প্ৰায় ১.২৪লাখ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ বিদ্যালয়ৰ নামভৰ্তিৰ আৱেদন পত্ৰখনৰ ধৰ্ম আৰু জাতিৰ স্থানটো উকা কৰি ৰাখিছে।  Original Link- Facebook | Archived Link Original Link- Facebook | Archived Link ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিছো যে সেই দাবী মিছা। তলত উল্লেখ কৰা হৈছে।  সত্যতা নিৰূপন পদ্ধতি  সৰ্ব […]

Continue Reading

FACT CHECK: ফটোত দেখা ব্যক্তিগৰাকী ফেশ্বন ডিজাইনাৰ কীৰজিদা ৰড্ৰিগুৱেজ নহয়!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শেহতীয়াভাৱে ফেচবুকত এগৰাকী কৰ্কট ৰোগত আক্ৰান্ত হৈ প্ৰান হেৰুওৱা মহিলাৰ এক দীঘলীয়া প্ৰেৰণামূলক বৰ্তব্য সম্বলিত পোষ্ট ভাইৰেল হৈছে। পোষ্টটোত এগৰাকী মহিলাৰ এখন ফটোও লগোৱা হৈছে, যিখনত মহিলাগৰাকী হাস্পতালত ভৰ্তি হৈ থকা দেখা গৈছে।   ফেচবুক ব্যৱহাৰকাৰী আব্দুল হাছিবে ২০২০ চনৰ ২৬চেপ্তেম্বৰত দিনৰ ১২ বাজি ৩৯মিনিটত এই পোষ্টটো দিছিল।- “এবাৰ পঢ়িবলৈ অনুৰোধ […]

Continue Reading

ভগৱান শ্ৰীকৃষ্ণৰ বিতৰ্কিত পেইণ্টিং’ ২০১৫ চনৰ ঘটনা হয়, দোষীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এখন বিশেষ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ফটোখনত ভগৱান শ্ৰীকৃষ্ণ আৰু গোপীসকলক আপত্তিজনক ভাৱে উপস্থাপন কৰা দেখা গৈছে । উক্ত ফটোখন ফেচবুকত ভাইৰেল হৈ পৰিছে আৰু টুইটাৰত ট্ৰেণ্ডিং হৈ থকা দেখা গৈছে । কিছু লোকে দাবী কৰিছে যে এই পেইণ্টিংখন বৰ্তমান গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত এক প্ৰদৰ্শনীৰ অংশ […]

Continue Reading

লক ডাউন উলংঘা কৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পা প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীৰ পুত্ৰৰ বিবাহ অনুষ্ঠানত উপস্থিত আছিল নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ এক লাখ ৬৫ হেজাৰতকৈ অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু […]

Continue Reading