এইটো ডিব্ৰুগড়ৰ সঞ্জীৱনী হস্পিটেলৰ চিচি টিভিত ৰেকৰ্ড হোৱা ভূতৰ ভিডিঅ’ নেকি?

ইউটিউব লিংক | সংৰক্ষিত লিংক  ছচিয়েল মিডিয়াত (ইউটিউব আৰু হোৱাটচ এপ্প) এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । উক্ত ভিডিঅ’টোত আমি মাইকী মানুহ এগৰাকী আকৃতি এটাক অস্বাভাৱিক ক্ষিপ্ৰতাৰে ৱাল আৰু খুটাৰে ওপৰ মহলা এটালৈ বগুৱাই যোৱা দেখিছোঁ । আকৃতিটো ওপৰ মহলা গৈ পোৱাৰ পাছত জঁপিয়াই নামি পৰে আৰু দুই ভৰি আৰু হাতেৰে আগুৱাই গৈ ক্ৰমে […]

Continue Reading

এইখন পৃথিৱীৰ ক্ষুদ্ৰতম চৰাই হামিংবাৰ্ডৰ দুষ্প্ৰাপ্য ছবি নেকি?

ছচিয়েল মিডিয়াৰ জৰিয়তে এখন বিশেষ ফটো সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছে । অসমতো হোৱাটচ এপ্পৰ জৰিয়তে এই বিশেষ ফটোখন ব্যাপক ভাৱে প্ৰচাৰ হৈছে  । ফটোখনত মানুহৰ নখটোতকৈও সৰু, অতি ক্ষুদ্ৰ চৰাই এটা দেখা গৈছে । দাবী কৰা হৈছে যে এইয়া হ’ল হামিংবাৰ্ড চৰাই যি পৃথিৱীৰ আটাইতকৈ সৰু চৰাই বুলি জনাজাত । অসমত হোৱাটচ এপ্পৰ জৰিয়তে […]

Continue Reading

পেপছিত থকা চ’ডাত কেঞ্চাৰৰ কাৰণ হব পৰা কিছুমান পদাৰ্থ আছে বুলি পেপছিয়ে মানি লৈছে নেকি?

 ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শীতল পানীয় পেপছিত থকা চ’ডাত কেঞ্চাৰৰ কাৰণ হব পৰা কিছুমান পদাৰ্থ আছে বুলি পেপছিয়ে মানি লৈছে- ছচিয়েল মিডিয়াৰ জৰিয়তে এই বাতৰি সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছে । অসমতো ফেচবুক আৰু হোৱাটচ এপ্পৰ জৰিয়তে এই বিশেষ বাতৰিটো ভাইৰেল হৈ পৰিছে ।  হানচাং কোঁৱৰ নামৰ এটা ফেচবুক প্ৰফাইলে উক্ত বাতৰিটো ফেচবুকত শ্বেয়াৰ […]

Continue Reading

ভাইৰেল সংসদ কেণ্টিনৰ নিৰিখৰ তালিকাখন এতিয়াৰ নহয়!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শেহতীয়াকৈ দিল্লীৰ জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত হোষ্টেলৰ ভাড়া বঢ়োৱাকলৈ আন্দোলন আৰম্ভ হোৱাৰ পাছতেই এখন বিশেষ খোৱা বস্তুৰ নিৰিখৰ তালিকা ভাইৰেল হৈ পৰিছে । ভাৰতৰ সংসদৰ কেণ্টিনৰ বৰ্তমানৰ নিৰিখৰ তালিকা বুলি শ্বেয়াৰ হোৱা এই তালিকাখনে ছচিয়েল মিডিয়াত তোলপাৰ লগাইছে । তালিকাখনত খোৱা বস্তুৰ নিৰিখ বর্তমানৰ বজাৰ মূল্যৰ তুলনাত অতি কমকৈ নিৰ্ধাৰণ কৰা […]

Continue Reading

ৰানু মণ্ডলে অযোধ্যাত গীৰ্জা বনাবলৈ মাটি বিচাৰিছে নেকি?

ছুপ্ৰীম কোৰ্টে অযোধ্যাত ৰাম মন্দিৰ হ’ব বুলি ঘোষণা কৰাৰ পাছতেই, এক বিশেষ পোষ্ট ছচিয়েল মিডিয়াৰ দ্বাৰা সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছে । ফেচবুক আৰু হোৱাটচ এপ্পত ভাইৰেল হৈ পৰা এই পোষ্টটোৰ মতে ৰানু মণ্ডল নামৰ এগৰাকী গায়িকায়ে এতিয়া অযোধ্যাত গীৰ্জাৰ কাৰণেও মাটি বিচাৰিছে । মন কৰিবলগীয়া কথাটো হ’ল যে ছুপ্ৰীম কোৰ্টৰ ৰায়ত মুছলিম সকলৰ বাবে […]

Continue Reading

পাকিস্তানী স্পাই সুন্দৰীৰ জালত পৰা সেনা যোৱানজন অসমৰ নহয়!

 ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট সম্প্ৰতি অসমৰ বিভিন্ন সংবাদ মাধ্যম আৰু ছচিয়েল মিডিয়া যেনে ফেচবুক আৰু হোৱাটচ এপ্পত এক বিশেষ বাতৰিয়ে তোলপাৰ লগাইছে । বাতৰিটোত কোৱা হৈছে যে অসমৰ এজন সেনা যোৱানে পাকিস্তানী স্পাই সুন্দৰীৰ জালত পৰি সেনাৰ বহুতো গোপনীয় তথ্য পাকিস্তানী যুৱতী গৰাকীক প্ৰদান কৰিলে । ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট বাতৰিটোত আৰু কোৱা […]

Continue Reading

মনোজ তিৱাৰীয়ে ফটকা ফুটাই থকা ফটোখন পাঁচ বছৰ পুৰণি!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট দেৱালীৰ পাছতেই স্মগৰ কাৰণে ৰাজধানী দিল্লী এটা গেছ চেম্বাৰলৈ পৰ্যবসিত হৈছিল আৰু সাধাৰণ  মানুহৰ মাজত এক হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল । এতিয়া অৱশ্যে পৰিস্থিতি যথেষ্ট উন্নত হৈছে বুলি জানিব পৰা গৈছে ।  স্মগৰ মাত্ৰা কমিছে যদিয়ো ছচিয়েল মিডিয়াত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফেচবুক আৰু হোৱাটচ এপ্পত ভাইৰেল […]

Continue Reading

ভাৰতত ভডাফোনৰ সেৱা বন্ধ হব নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট ভাৰতত টেলিকম অপাৰেটৰ ভডাফোনৰ সেৱা বন্ধ হবলৈ গৈ আছে বুলি এক বাতৰি হোৱাটচ এপ্প আৰু ফেচবুকত ভাইৰেল হৈ পৰিছে । অসমতো শেহতীয়াকৈ হোৱাটচ এপ্প আৰু তাৰ আগতে ফেচবুকত এই কথা ব্যাপক ভাৱে প্ৰচাৰ হৈছে ।  অসমত বোধকৰোঁ পোনপ্ৰথমে অসমীয়াত বাবাটো বৰা নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা ১৫ ছেপ্টেম্বৰ, ২০১৯ তাৰিখে […]

Continue Reading

অসমৰ কৰিমগঞ্জ জিলাত সঁচাকৈ ভূত ওলাইছে নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট ২ ছেপ্টেম্বৰ, ২০১৯ তাৰিখে অনিৰুদ্ধ কুমাৰ সিংহা নামৰ ফেচবুক প্ৰফাইল এটাৰ পৰা আপলোড হোৱা ভিডিঅ’ এটাই ছচিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে । ফেচবুক পোষ্টটোত তেওঁ দাবী কৰিছে যে ভিডিঅ’টোত দেখা পোৱা মহিলাগৰাকী ভূত হয় আৰু এই ঘটনাটো অসমৰ কৰিমগঞ্জ জিলাৰ হয় ।  আচলতে ঘটনাটো কি জানিবলৈ আমি অলপ অনুসন্ধান কৰিলোঁ […]

Continue Reading

শ্ৰীলংকাত সঁচাকৈ হনুমানৰ গদা উদ্ধাৰ হৈছে নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট ফেচবুকত ২০১৬ চনতেই ভাইৰেল হোৱা এখন ফটো সম্প্ৰতি হোৱাটচ এপ্পত আকৌ শ্বেয়াৰ হব ধৰিছে । দাবী কৰা হৈছে যে এই ফটোখনত দেখা গদা আকৃতিৰ বৃহৎ বস্তুটো আচলতে হনুমানৰ গদা হয় আৰু ইয়াক শ্ৰীলংকাত এক খনন কাৰ্য্যৰ সময়ত উদ্ধাৰ কৰা হৈছে । হোৱাটচ এপ্পত ফটোখনৰ সম্বলিতে লিখা হৈছে যে “হনুমানে ব্যৱহাৰ […]

Continue Reading