জে.পি. নাড্ডাই প্ৰধানমন্ত্ৰী মোদীক নীচ,সাপ,বৃশ্চিক,নিৰক্ষৰ,চাহ বেপাৰী বুলি কৈছে নেকি? সত্যটো কি?

শেহতীয়াভাৱে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি.নাড্ডাৰ ভাষণৰ এটা ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰা দেখা গৈছে। তাত আপুনি দেখিব যে নাড্ডাই কৈছে -”মোদী তুমি নীচ, মোদী তুমি সাপ, মোদী তুমি বৃশ্চিক, মোদী তুমি অশিক্ষিত, মোদী তুমি চাহ বেপাৰী”। দাবী কৰা হৈছে যে প্ৰধানমন্ত্ৰী মোদীক লৈ এই সকলোবোৰ কৈছে স্বয়ং সভাপতি জে.পি.নাড্ডাই। টুইটাৰত ভাইৰেল হোৱা ভিডিঅ’টোৰ লগত গিৰিশ […]

Continue Reading

প্ৰধানমন্ত্ৰী মোদীক শেহতীয়া আমেৰিকা ভ্ৰমণৰ সময়ত দৰ্শকে অশ্লীল ভাষাৰে গালি-গালাজ কৰিছিল নেকি? সত্যটো কি?

শেহতীয়াভাৱে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঞ্চত কেইবাজনো লোকৰ সৈতে হাত মিলাই থকা এটা ভিডিঅ’ ফেচবুকত ভাইৰেল হৈ পৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ শেহতীয়াকৈ আমেৰিকা ভ্ৰমণৰ সময়ত সেই অনুস্থানত উপস্থিত থকা একাংশ লোকে মোদীৰ প্ৰতি লক্ষ্য কৰি গালি-গালাজ কৰিছিল বুলি দাবী কৰি এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত মোদীয়ে মঞ্চত থিয় হৈ থকা দেখা গৈছে আৰু তাত […]

Continue Reading

প্ৰধানমন্ত্ৰী মোদীৰ শেহতীয়া আমেৰিকা ভ্ৰমণৰ সময়ত ব্যাপক প্ৰতিবাদ হৈছে নেকি? সত্যটো কি?

 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ২০ জুন,২০২৩ত আমেৰিকা ভ্ৰমণৰ প্ৰথম পৰ্যায়ত নিউয়ৰ্কত উপস্থিত হয়। ২১ জুনত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ নেতৃত্ব লয় মোদীয়ে। তাৰ পাছত ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে এক দ্বিপাক্ষিক আলোচনাত মিলিত হয় ৱাশ্বিংটনত।  এই প্ৰেক্ষাপটতে,মোদী বিৰোধী কিছুমান পোষ্টাৰৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু শেহতীয়াকৈ মোদীৰ আমেৰিকা ভ্ৰমণৰ মাজতে সেইবোৰ […]

Continue Reading

সংঘৰ্ষ জৰ্জৰ মণিপুৰত সঁচাকৈ এইদৰে দোকান পোহাৰ লুট কৰা হৈছে নেকি?

শেহতীয়াভাৱে মণিপুৰত সংখ্যাগৰিষ্ঠ মেইতেই জনগোষ্ঠীক অনুসূচীত জনজাতিৰ মৰ্যাদা দিয়াৰ বিৰোধিতা কৰি নগা আৰু কুকি জনজাতিসকলে জনজাতীয় সংহতি সমদলৰ আয়োজন কৰাৰ পিছত ৩ মে’ত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। খবৰ অনুসৰি হিংসাত্মক পৰিস্থিতিৰ সময়ত প্ৰতিবাদকাৰীয়ে শ শ ঘৰ, গীৰ্জা, মন্দিৰ, বাহন ভাঙি জ্বলাই দিয়ে। সশস্ত্ৰ বাহিনীয়ে ততাতৈয়াকৈ ৰাজ্যখনত প্ৰৱেশ কৰাৰ লগে লগে মণিপুৰৰ ডিজিপিয়ে কয় যে ইম্ফল […]

Continue Reading

Slotssport

body { background-color: #f0f8ff; font-family: ‘Courier New’, sans-serif; line-height: 1.5; padding: 15px; } p { font-size: 16px; } Fetch WP Rocket v3.15 At no charge WP Extension Now Fetch WP Rocket v3.15 At no charge WordPress CMS Extension Now Important: Fetch WP Rocket v3.15 for at no charge and enhance your WordPress CMS site’s performance. […]

Continue Reading

২০১৪ চনলৈকে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত সঁচাকৈয়ে মাত্ৰ এখনেই দলং আছিলনে?

অলপতে এটা টুইটাৰ একাউণ্টৰ পৰা কৰা টুইট এটা আমাৰ দৃষ্টিগোচৰ হ’ল। টুইটটোত লিখা আছিল এইদৰে “২০১৪ চনলৈকে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মাত্ৰ এখনেই দলং আছিল। এই নদীয়ে উত্তৰ-পূৱক দুভাগত বিভক্ত কৰিছে। যদি শত্ৰুৱে সেই একমাত্ৰ দলঙখন কাটি পেলায়, মিলিটেৰীয়ে কি কৰিব? মানুহৰ সমস্যাবোৰ কল্পনা কৰক। আজি তাত ছখন দলং আছে। সপ্তমখন নিৰ্মাণ হৈ আছে।  লিবাৰেলসকল: ধন্যবাদ […]

Continue Reading

মমতা বেনাৰ্জীয়ে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীৰ ছবি অংকন কৰিছিল নেকি? 

পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি অংকন কৰি থকা যেন দেখা এখন ফটো অসমত ছ’চিয়েল মিডিয়াৰ যোগেদি ভাইৰেল হৈ আছে। এজন হোৱাটচ‌এপ ব্যৱহাৰকাৰীয়ে আমাৰ Factline নম্বৰত উক্ত ফটো থকা এক ফেচবুক লিংক আমাৰ লগত শ্বেয়াৰ কৰিছিল। Archived Link পোষ্টটোৰ কেপচনত লিখা আছে: “ফটো এখন পালোঁ।  চাওক চোন সকলোৱে। মই বহু দিনৰ পূৰ্বে #কৈছিলোঁ,,, যে  […]

Continue Reading

সঁচাকৈ মোদীয়ে কেমেৰাৰ লেন্স কেপ লগাই ফটো ক্লিক কৰিছিল নেকি? 

১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লোকে ছ’চিয়েল মিডিয়া শুভেচ্ছাৰে ভৰাই দিয়াৰ সময়তে একাংশ লোকে প্ৰধানমন্ত্ৰীৰ এখন ছবি শ্বেয়াৰ কৰি এক বিভ্ৰান্তিকৰ দাবী কৰে। ছবিখনত দেখা গৈছে যে মোডীয়ে Canon বুলি লিখা কেমেৰাৰ লেন্স কেপটো আঁতৰাই নিদিয়াকৈ ফটো ক্লিক কৰি আছে।  যি সময়ত একাংশ লোকে এই সুযোগতে মোদীক সমালোচনা কৰিছিল; কিছুমানে […]

Continue Reading

এই “গ’ বেক মোদী” চাইনবৰ্ডখন সম্পাদনা কৰা হৈছে, সঁচা নহয়!

প্ৰধানমন্ত্ৰী মোডীয়ে ২৬ মে’ত হায়দৰাবাদ আৰু চেন্নাই ভ্ৰমণ কৰি ৩১,৫০০ কোটি টকাৰ অধিক মূল্যৰ ১১টা আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছে ।  প্ৰধানমন্ত্ৰীৰ তামিলনাডু ভ্ৰমণৰ পটভূমিত টুইটাৰত ট্ৰেণ্ডিং হৈছে #GoBackModi। ইয়াৰ মাজতে ২৬ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চেন্নাই ভ্ৰমণৰ পূৰ্বে ছ’চিয়েল মিডিয়াত ‘তামিলনাডু চেজ গ’ বেক মোদী উই হেট ইউ’ বুলি লিখা ৰে’লৱে ষ্টেচনৰ এখন চাইনবৰ্ড […]

Continue Reading

শেহতীয়াকৈ ৰাহুল গান্ধী নেপাললৈ যোৱা বিয়াখনত বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়াও উপস্থিত আছিল নেকি?

শেহতীয়াকৈ, কংগ্ৰেছ নেতা ৰাহুল গান্ধী নেপালত এখন বিয়াৰ বাবে গৈছিল। সেই সময়ছোৱাত, তেওঁলোকে এটা নাইট ক্লাবলৈও গৈছিল। ইতিমধ্যে সেই নিশাৰ কিছু ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ইয়াৰ পিছত, এতিয়া আন এখন ছবি ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে উক্ত বিয়াখনত বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়াও উপস্থিত আছিল।  ভাইৰেল হৈ থকা ছবিখনৰ লগতে  […]

Continue Reading