এই ল’ৰাটোৰ অদ্ভূত আচৰণ পাবজি গেমৰ আসক্তিৰ বাবে নহয়! 

শেহতীয়াকৈ এখন ষ্ট্ৰেচ্ছাৰত পৰি থকা অৱস্থাত হাতেৰে বিভিন্ন ইংগিত দি থকা এজন ল’ৰাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ভিডিঅ’টো এই দাবীৰ সৈতে ভাইৰেল হৈ পৰিছে যে এই ল’ৰাজন মোবাইল গেম, পাবজিৰ প্ৰতি আসক্ত । দাবীটোত কোৱা হৈছে যে এই গেমৰ প্ৰতি তেওঁৰ আসক্তিৰ বাবে তেওঁৰ এই অৱস্থা হৈছে ।  এনে এটা পোষ্ট ১০ এপ্ৰিল, […]

Continue Reading

অসমৰ মুখ্যমন্ত্ৰীৰ কনভয় ৰখাৰ বাবে কোনো ট্ৰেফিক পুলিচক ৰিজাৰ্ভ ক্লজ কৰা হোৱা নাই! 

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয় প্ৰায়ে ছ’চিয়েল মিডিয়াত আলোচনাৰ বিষয় হৈ আহিছে। শেহতীয়াকৈ একাধিক পোষ্ট ভাইৰেল হৈ পৰিছে য’ত কোৱা হৈছে যে মুখ্যমন্ত্ৰীৰ কনভয় চলাচলৰ সময়ত তেওঁৰ কনভয়ক ৰখাই থোৱাৰ বাবে এজন ট্ৰেফিক আৰক্ষী বিষয়াক “ৰিজাৰ্ভ ক্লজ” কৰা হৈছে । পোষ্টসমূহত দাবী কৰা হৈছে যে এই নিৰ্দিষ্ট কনিষ্টবলজনে মুখ্যমন্ত্ৰীৰ কনভয়ক দুই মিনিটৰ বাবে ৰখাইছিল […]

Continue Reading

ভাইৰেল ক’লাজত যোগী আদিত্যনাথে গৰুৰ প্ৰস্ৰাৱ পান কৰা দেখুওৱা ছবিখন মৰ্ফ কৰা হৈছে

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ দুখন ছবিৰ এটা ক’লাজ অসমৰ ফেচবুক ব্যৱহাৰকাৰীসকলৰ মাজত সামাজিক মাধ্যমৰ যোগেদি ভাইৰেল হৈ আছে। ক’লাজ এখনত যোগী আদিত্যনাথক গাখীৰৰ দৰে দেখা পোৱা দ্ৰৱ্য পানীত ঢালি থকা দেখা গৈছে আৰু আনখন ছবিত তেওঁক উৎসৰ পৰা পোনপটীয়াকৈ গৰুৰ প্ৰস্ৰাৱ খোৱা দেখা গৈছে। ক’লাজটোত কিছু কথাও লিখা আছে। ইয়াত এনে এটা পোষ্ট আছে: […]

Continue Reading

ক্ষমতালৈ অহাৰ পিছত উত্তৰ প্ৰদেশত ২০০০ মছজিদ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া নাই অখিলেশ যাদৱে!

শেহতীয়াকৈ সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱৰ উদ্ধৃতি দেখুওৱা এখন পোষ্টাৰ অসমত সামাজিক মাধ্যমৰ যোগেদি ব্যাপকভাৱে প্ৰচাৰিত হৈছে। পোষ্টাৰখনত দাবী কৰা হৈছে যে অখিলেশ যাদৱে নিৰ্বাচনত জয়ী হ’লে ২০০০ মছজিদ নিৰ্মাণ, দলিত আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ হ্ৰাস কৰা আৰু মুছলমানসকলক ৩০ শতাংশ সংৰক্ষণ দিয়াৰ প্ৰতিশ্ৰুতি দিছে। পোষ্টাৰখনে আৰু দাবী কৰিছে যে লাভ জিহাদৰ আইন […]

Continue Reading

ব্যংগ: দ্য নিউয়ৰ্ক টাইমছে তেওঁলোকৰ ২৬ ছেপ্টেম্বৰৰ সংস্কৰণত প্ৰধানমন্ত্ৰী মোডীৰ ছবি প্ৰকাশ কৰা নাছিল

প্ৰধানমন্ত্ৰী মোডীয়ে যোৱা ২৫ ছেপ্টেম্বৰত ইউনাইটেড ষ্টেটছ অৱ আমেৰিকালৈ তেওঁৰ চৰকাৰী ভ্ৰমণ সমাপ্ত কৰিছে। তেওঁ নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৬ তম অধিৱেশনত ভাষণ দিছিল আৰু কোৱাড (QUAD) নেতাসকলৰ সন্মিলনতো অংশগ্ৰহণ কৰিছিল। তেওঁৰ ভ্ৰমণকালত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেন আৰু উপ ৰাষ্ট্ৰপতি কমলা হেৰিছক সাক্ষাৎ কৰে। ইয়াৰ মাজতে, নিউয়ৰ্ক টাইমছৰ প্ৰথম পৃষ্ঠাত প্ৰধানমন্ত্ৰী মোডীক “পৃথিৱীৰ […]

Continue Reading

FACT CHECK: মোডী বিৰোধী পোষ্টাৰ দেখুওৱা ভাইৰেল ছবিবোৰ শেহতীয়াকৈ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেনৰ সৈতে সাক্ষাৎ কৰাৰ সময়ৰ নহয়!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে হোৱাইট হাউচত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইদেনৰ সৈতে সাক্ষাৎ কৰাৰ সময়ত মোডীক এডল্ফ হিটলাৰৰ সৈতে তুলনা কৰা প্লেকাৰ্ড হাতত লৈ থকা মোডী বিৰোধী প্ৰদৰ্শনকাৰীৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।  মোডীৰ শেহতীয়া ভ্ৰমণৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰত মোডী বিৰোধী প্ৰতিবাদ অনুষ্ঠিত হৈছিল বুলি দাবী কৰি একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে এই ছবিসমূহ […]

Continue Reading

FACT CHECK: ভাইৰেল ভিডিঅ’ত ৰাষ্ট্ৰীয় সংগীত পাহৰি যোৱা লোকজন বিজেপি নেতা নহয়

চলিত বৰ্ষত ভাৰতবৰ্ষই ৭৫সংখ্যক স্বাধীনতা দিৱস পালন কৰে। এই বিশেষ দিনটো পালনৰ বিভিন্ন পোষ্টৰ জোৱাৰ উঠা দেখা গ’ল ছ’চিয়েল মিডিয়াত। তেনেকুৱা এটা ভিডিঅ’, য’ত এগৰাকী ৰাজনৈতিক নেতাৰ দৰে দেখাত ব্যক্তিয়ে ৰাষ্ট্ৰীয় সংগীতটো গাবলৈ চেষ্টা কৰি মাজতে পাহৰি যোৱা দেখা গৈছে। দাবী কৰা হৈছে যে সেই ব্যক্তিগৰাকী এগৰাকী বিজেপি নেতা আৰু তেওঁ আনকি ৰাষ্ট্ৰীয় সংগীতটোকেই নাজানে।  […]

Continue Reading

FACT CHECK: ভাইৰেল হোৱা ফটোখনত জয়াললিতাৰ কাষত দেখা মহিলাগৰাকী নিৰ্মলা সীতাৰমণ নহয়!

দুগৰাকী যুৱতীৰ এখন ফটো বিভিন্ন ছ’চিয়েল মিডিয়াত এই কথাৰে ভাইৰেল হৈ পৰিছে যে, ”এয়া জয়াললিতা আৰু আমাৰ বৰ্তমানৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ এখন দুৰ্লভ আলোকচিত্ৰ”।  আমাৰ ফেক্টলাইন নম্বৰ 904 905 3770লৈ একেখন ফটোৱে সত্যতা নিৰুপনৰ বাবে এগৰাকী ব্যক্তিয়ে প্ৰেৰণ কৰিছিল। Archived Link ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে এই তথ্যটো ভুল। কেনেকৈ চাওক। সত্যতা নিৰূপন পদ্ধতি […]

Continue Reading

FACT CHECK: ৰোহিংগীয়া পৰিয়াল এটাৰ ফটো ভাৰতীয় পৰিয়ালৰ ফটো বুলি ভুলকৈ শ্বেয়াৰ কৰি থকা হৈছে!

যেতিয়াৰে পৰা অসম আৰু উত্তৰ প্ৰদেশ চৰকাৰে দুটি সন্তানেৰে জনসংখ্যা নিয়ন্ত্ৰন বিধেয়কৰ খচৰা প্ৰস্তুত কৰিছে তেতিয়াৰে পৰা ছ’চিয়েল মিডিয়াত সাম্প্ৰদায়িক দিশত বিভিন্ন ধৰণৰ পোষ্টেৰে জনসংখ্যা বৃদ্ধিৰ বিষয়টোৱে উত্তাল কৰি ৰাখিছে। এই যুক্তি তৰ্কৰ মাজতেই ছ’চিয়েল মিডিয়াত এখন ফটো ভাইৰেল হৈ পৰিছে যত এখন হুইলচেয়াৰত বহি থকা এজন লোকৰ তেওঁ চাৰিওফালে কেইবাগৰাকীয়ো শিশু আৰু এগৰকাী মহিলাৰে […]

Continue Reading

FACT CHECK: এপিজে আব্দুল কালাম আৰু ৰামনাথ কোবিন্দৰ ফটো বিভ্ৰান্তিকৰ কেপছনেৰে শ্বেয়াৰ কৰা হৈছে

ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰা হৈছে এই দাবীৰে যে এপিজে আব্দুল কালামে এটা সাধাৰণ দবাত ভ্ৰমন কৰিছিল আৰু য’ত নেকি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে যাত্ৰা কৰে প্ৰথম শ্ৰেনীৰ এচি দবাত।  এপিজে আব্দুল কালাম আৰু ৰামনাথ কোবিন্দৰ ৰেলযাত্ৰাৰ ফটোৰ তুলনা কৰি দুয়োখন ফটোৰে পাৰ্থক্য দেখুৱাই কেপছনত উল্লেখ কৰা হৈছে , “পাৰ্থক্য স্পষ্ট”।  Original Link- Facebook | […]

Continue Reading