ৰাছিয়াৰ ৰাজধানী মস্কোৰ এক শ্বপিং চেণ্টাৰত ইউক্ৰেইনৰ ড্ৰোণ আক্ৰমণৰ এমাহ পুৰণি দৃশ্যকে ইউক্ৰেইনৰ ৰাজধানী কীভৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ বুলি বিভ্ৰান্তিকৰ প্ৰচাৰ।
শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক পেজত ২০ জুলাই ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেয়া উল্লিখিত দিনটোৰ ৰাতিপুৱা ৰাছিয়াৰ বোমা আৰু মিছাইলৰ আক্ৰমণত বিধ্বস্ত হোৱা ইউক্ৰেইনৰ ৰাজধানী কীভৰ দৃশ্য। পোষ্টটোত লিখিছে- আজি ৰাতিপুৱাৰ কীয়েভ চহৰৰ ধংসৰ দৃশ্য। ৰুছিয়াৰ ভয়ানক বোমা, মিচাইলৰ আঘাটত বিধস্ত ইউক্ৰেইনৰ ৰাজধানী চহৰখন Facebook Link Archived Link কিন্তু দাবীটো সত্য […]
Continue Reading
