FACT CHECK: ‘চিএনএন’য়ে তালিবানক মাস্ক পিন্ধাৰ বাবে শলাগিছে বুলি ভাইৰেল হোৱা নিউজ ৰিপৰ্টৰ স্ক্ৰিনশ্বট দৰাচলতে এক ব্যঙ্গাত্মক লিখনিৰ ৱেবছাইটৰ হয়

আফগানিস্তানৰ শেহতীয়া পট পৰিৱৰ্তনৰ ঘটনাবহুল পৰিস্থিতিৰ সময়ত ছ’চিয়েল মিডিয়াত এই সম্পৰ্কে বিভিন্ন পোষ্ট দেখা গৈছে । এনে ধৰণৰ এক পোষ্ট বৰ্তমান ভাইৰেল হৈ পৰিছে য’ত এক নিউজ ৰিপৰ্টৰ স্ক্ৰিনশ্বট দেখা গৈছে । উক্ত নিউজ ৰিপৰ্টটোত উল্লেখ কৰা হৈছে যে, “চিএনএন’য়ে তালিবানক আক্ৰমণৰ সময়ত মাস্ক পিন্ধাৰ বাবে শলাগিছে” । উক্ত স্ক্ৰিনশ্বটটো চিএনএন’ৰ লাইভ নিউজৰ স্ক্ৰিনগ্ৰেব যেন […]

Continue Reading

FACT CHECK: ২০১৪চনৰে এটা জাপানী ভিডিঅ’ টকিঅ’ অলিম্পিক ২০২০ৰ সামৰণি অনুষ্ঠানৰ দৃশ্য বুলি ভাইৰেল হৈছে

টকিঅ’ অলিম্পিক 2020ৰ সম্পৰ্কত বিভিন্ন ভুল তথ্য ফেক্ট চেকাৰ্ছ অৰ্থাত সত্যতা নিৰূপনকাৰীসকলৰ নজৰত পৰিছে। ক্ৰীড়া মহোত্সৱখনৰ আৰম্ভনীতে আমি আৰম্ভণী অনুষ্ঠান বুলি দাবী কৰি প্ৰচাৰ কৰা এটা সংগতিহীন ভিডিঅ’ লাভ কৰিছিলো।  এইবোৰৰ মাজতে, আমি এক সমতুল পদ সঞ্চালনৰ ভিডিঅ’ ছোচিয়েল মিডিয়াত ভাইৰেল হোৱা দেখা পালো, যত দাবী কৰা হৈছে যে সেয়া ২০২০ টকিঅ’ অলিম্পিকৰ সামৰণী অনুষ্ঠান। […]

Continue Reading

FACT CHECK: পেলেষ্টাইনলৈ সমৰ্থন জনাবলৈ ক্ৰিষ্টিয়ান’ ৰোনাল্ডোৱে তেওঁৰ সংবাদমেলৰ পৰা ক’কা ক’লাৰ বটল আঁতৰোৱা নাছিল!

শেহতীয়াভাৱে আন্ত:ৰাষ্ট্ৰীয় ফুটবল তাৰকা ক্ৰিষ্টিয়ান’ ৰোনাল্ডোৱে তেওঁৰ সংবাদমেলত মেজৰ ওপৰত ৰাখি থোৱা দুটা ক’কা ক’লা ছফ্ট ড্ৰিংকৰ বটল আঁতৰাই তাৰ ঠাইত পানীৰ বটল ৰাখি সমগ্ৰ বিশ্বতে সংবাদ শিৰোনাম দখল কৰিছিল । পিছত এইকথা জানিব পৰা গ’ল যে আন্ত:ৰাষ্ট্ৰীয় ফুটবল তাৰকাগৰাকীৰ এই কৰ্মৰ বাবে ক’কা ক’লাই তেওঁলোকৰ শ্বেয়াৰ নিন্মগামী হোৱাৰ ফলত বৃহৎ পৰিমানৰ লোকচানৰ সমুখিন হৈছিল। […]

Continue Reading

FACT CHECK: এৰমেছে তেওঁলোকৰ বৰ্ষপুৰ্তি উদযাপন উপলক্ষে বিনামূল্যে বেগ বিতৰণ নকৰে

এটা ফৰৱাৰ্ড মেছেজ হোৱাটছএপত ভাইৰেল হৈ পৰিছে এইটো দাবীৰে যে ফ্ৰেঞ্চ লাগজাৰী গুড মেন্যুফেকছাৰাৰ এৰমেছে তেওঁলোকৰ ১৮৪সংখ্যক বৰ্ষপুৰ্তি উদযাপনৰ অংশ হিচাপে বিনামূলীয়াকৈ বেগ প্ৰদান কৰিব। ব্যৱহাৰকাৰীয়ে কেৱল লিংকটোত ক্লিক কৰি ৰেজিষ্টাৰ কৰিলেই হ’ল। Archived Link এৰমেছ হৈছে বিখ্যাত বিৰকিন বেগ আৰু আন কিছু বিলাসী সামগ্ৰীৰ প্ৰস্তুতকৰ্তা। একেটা মেছেজেই আমাৰ ২৪ঘন্টা আৰু সাতো দিন খোলা থকা […]

Continue Reading

FACT CHECK: উত্তৰ মেৰুত প্ৰকাণ্ড চন্দ্ৰটোৱে সূৰ্যক গ্ৰহন লগোৱা দৃশ্যৰ ভিডিঅ’টো মিছা

এটা ভিডিঅ’ত দেখা গৈছে এক খালি পৰিবেশ য’ত প্ৰকাণ্ড চন্দ্ৰই সূৰ্যক গ্ৰহণ লগাইছে। ভিডিঅ’টোত সূৰ্যক গ্ৰহণ লগোৱাৰ পূৰ্বে চন্দ্ৰটো ভূ-পৃষ্ঠৰ একেবাৰে সমীপত দেখা গৈছে আৰু এটা অন্ধকাৰময় পৰিবেশৰ সূচনা কৰি দিগন্তত বিলিন হৈ গৈছে। ছোচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ভিডিঅ’টো শ্বেয়াৰ কৰি আছে আৰু দাবী কৰি আছে যে এই ভিডিঅ’টো ৰাছিয়া আৰু কানাডাৰ মাজৰ উত্তৰ মেৰুৰ। Original […]

Continue Reading

FACT CHECK: কুইন এলিজাবেথে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ দি থকা হ’র্ডিংৰ ভাইৰেল ফটোখন মৰ্ফ কৰা

ব্ৰিটেইনৰ ৰাণী এলিজাবেথৰ এখন ফটো, য’ত লিখা আছে ‘ধন্যবাদ প্ৰধানমন্ত্ৰী মোদী আমাক ভেকচিন প্ৰেৰণ কৰা বাবে। আপুনি এগৰাকী ভাল মানুহ’ ভাইৰেল হৈ পৰিছে। একেই কেপচনেৰে অসমৰ ছ’চিয়েল মিডিয়াত ফটোখন শ্বেয়াৰ কৰি থকা হৈছে। ফেক্ট ক্ৰেছেণ্ডোৰ ফেক্টলাইন নম্বৰ 904 905 3770লৈ এই ফটোখনৰ সত্যতা নিৰূপনৰ বাবে এজন হোৱাটছএপ ব্যৱহাৰকাৰীয়ে প্ৰেৰণ কৰিছিল। Archived Link ফেক্ট ক্ৰেছেণ্ড অসমীয়াই […]

Continue Reading

FACT CHECK: হাছান ছাহাৱীক হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হোৱা নাই

ছোচিয়েল মিডিয়াত অভিনন্দনমূলক কিছুমান পোষ্ট ভাইৰেল হৈ পৰিছে যত ওৰিয়েন্টেল ষ্টাডিজত ডক্টৰেট ডিগ্ৰীধাৰী তথা ইছলামিক আইনৰো ছাত্ৰ হাছান ছাহাৱীক হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যক্ষ নিযুক্ত কৰা বুলি দাবী কৰা হৈছে।  তেনেকুৱা কিছুমান পোষ্ট এয়া:  Original link- Facebook | Archived Link  Original link- Facebook | Archived Link ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে সেই দাবী বিভ্ৰান্তিকৰ। ছাহাৱীক হাৰ্ভাৰ্ড […]

Continue Reading

FACT CHECK: ভাৰতৰ কৃষক বিদ্ৰোহৰ সমৰ্থনত আণ্ডাৰটেকাৰে টুইট কৰা নাই!

আণ্ডাৰটেকাৰৰ ভেৰিফাইড টুইটাৰ হেণ্ডেলৰ পৰা কৃষক বিদ্ৰোহক সমৰ্থন কৰি লিখা যেন লগা এটা টুইটৰ স্ক্ৰিনশ্বট এতিয়া ছেচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে। ফটোত দেখা গৈছে যে মল্লযোদ্ধাগৰাকীয়ে এখন প্লেকাৰ্ড ডাঙি ধৰিছে, যত লিখা আছে “LET’S TEAM UP!”(আহা দল বান্ধো) সেই টুইটটোত লিখা আছে, “We cannot even think of our healthy body without the crops […]

Continue Reading

FACT CHECK: ভাৰতৰ জাতীয় পতাকাখন ৰাজপথত ভৰিৰে গচকা ভাইৰেল ভিডিঅ’টো ভাৰতৰ নহয়

দুমাহ ধৰি দিল্লীত অব্যাহত থকা কৃষক বিদ্ৰোহে গণৰাজ্য দিৱসৰ দিনা হিংসাত্মক ৰূপ ধাৰণ কৰে। তাৰ পিছতেই ভাৰতৰ জাতীয় পতাকাখন ৰাজপথত পদদলিত হোৱা এটা ভিডিঅ’ ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে প্ৰতিবাদকাৰীয়ে ত্ৰিৰংগ পতাকাক চুড়ান্ত অপমান কৰিছে। ভাইৰেল ভিডিঅ’টো আৰু এটা মেছেজ আমাৰ ২৪/৭ ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০ প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সত্যতা জানিব […]

Continue Reading

FACT CHECK: কাশ্মীৰ মূলীয় সমীৰা ফাজিলীক হোৱাইট হাউচৰ এনইচিৰ সঞ্চালক পদত নিযুক্তি দিয়া হোৱা নাই

অসমত কিছুমান এনেকুৱা ফেচবুক পোষ্ট ভাইৰেল হৈ আছে, য’ত দাবী কৰা হৈছে যে ভাৰতীয় মূলৰ এগৰাকী আমেৰিকানক হোৱাইট হাউচৰ  নেশ্বনেল ইকন’মিক কাউঞ্চিলৰ সঞ্চালক পদত নিযুক্তি দিয়া হৈছে ।  পোষ্টসমুহৰ মতে আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বিডেনে ভাৰতীয় মূলৰ আমেৰিকান তথা অৰ্থনৈতিক উন্নয়ন বিশেষজ্ঞ সমীৰা ফজিলিক হোৱাইট হাউচৰ এক অন্যতম পদবীত অধিস্থিত কৰিছে।  Original Link- Facebook […]

Continue Reading