২০০০টকীয়া নোটখন বন্ধ কৰি দিয়াৰ ফলত ৰাইজৰ কি হ’ব এতিয়া? জানক সবিস্তাৰে।

১৯ মে’ ২০২৩ শুকুৰবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে(RBI) ঘোষণা কৰে যে ২০০০টকীয়া নোটৰ  প্ৰচলন বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।  এই খবৰ প্ৰচাৰ হোৱাৰ পাছত বহুতে যিটোক “বিমুদ্ৰাকৰণ ২.০” বুলি অভিহিত কৰিছে। ইয়াৰ পাছত এই সিদ্ধান্তই জনসাধাৰণৰ মাজত এক উত্তেজনাৰ লগতে চ’ছিয়েল মিডিয়াত হাস্যৰসাত্মক আলোচনাৰো সৃষ্টি কৰিছে। তদুপৰি বহুতৰ বাবে ই এক অনিশ্চয়তাৰ কাৰণো সৃষ্টি কৰিছে। এই […]

Continue Reading

ৰে’লৱে ষ্টেচনৰ ৱেইটিং ৰুম, স্নানাগাৰ -শৌচাগাৰ ব্যৱহাৰৰ বাবদ জি এচ টি আৰোপ কৰা হোৱা নাই 

শেহতীয়াকৈ এটা বিশেষ বাতৰি বিভিন্ন চ’চিয়েল মেডিয়া প্লেটফৰ্মত ভাইৰেল হোৱা দেখা গৈছে। বাতৰিত কোৱা হৈছে যে ৰে’ল ষ্টেচনৰ ৱেইটিং ৰুম ব্যৱহাৰৰ বাবদ প্ৰতি ঘণ্টাত ৩০ টকাকৈ দিব লাগিব। তদুপৰি শৌচাগাৰ ব্যৱহাৰ কৰিলে দিব লাগিব ১২% জি এচ টি।  Facebook Link এই বাতৰিটো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও আহিছিল। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান […]

Continue Reading

Explainer: UPI লেনদেনৰ ওপৰত চাৰ্জৰ বিষয়ে জানিবলগীয়া সকলো কথা

ডিজিটেল পেমেণ্ট খণ্ডত ভাৰতে দৈনিক ২৬ কোটিৰো অধিক ডিজিটেল পেমেণ্ট লেনদেন কৰি আগবাঢ়ি আছে। এই ২৬ কোটি লেনদেনৰ দুই তৃতীয়াংশতকৈ অধিক লেনদেন ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (ইউপিআই) ব্যৱস্থাৰ দ্বাৰা প্ৰক্ৰিয়াকৰণ কৰা হয়। ২০১৬ চনত আৰম্ভ কৰাৰ পিছত মাত্ৰ যোৱা মাহত ইউপিআইয়ে ২০২২ চনৰ জুলাই মাহত ৬.২৮ বিলিয়ন লেনদেনৰ সৈতে সৰ্বকালৰ সৰ্বাধিক সংখ্যক লেনদেন পঞ্জীয়ন কৰে।এই বিশাল […]

Continue Reading

Explainer: খোলাকৈ বিক্ৰী কৰা খাদ্য সামগ্ৰীত কোনো জিএচটি আৰোপ কৰা হোৱা নাই

শেহতীয়াকৈ জি এচ টি সন্দৰ্ভত কেইবাটাও বাতৰি ভাইৰেল হোৱা দেখা গৈছে। দেশত যোৱা ১৮ জুলাইৰ পৰা প্ৰযোজ্য হোৱা নতুন জি এচ টি নিৰিখ অনুসৰি কেতবোৰ অত্যাৱশ্যকীয় সামগ্ৰীতো আৰোপ কৰা হৈছে জি এচ টি। বিভিন্ন খাদ্য সামগ্ৰীত জি এচ টি আৰোপ কৰাৰ ফলত জনসাধাৰণৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে। বিভিন্ন বাতৰিত কোৱা হৈছে যে […]

Continue Reading

ভাৰতীয় ৰিজাৰ্ভ বেংকে বৰ্তমানৰ মুদ্ৰা আৰু বেংকনোটৰ কোনো পৰিৱৰ্তন বিবেচনা কৰা নাই

শেহতীয়াকৈ ছ’চিয়েল মিডিয়া ফেচবুকত বিভিন্ন পোষ্ট শ্বেয়াৰ কৰা হৈছিল যে ভাৰতীয় টকাৰ নোটখনত গান্ধীৰ ছবিৰ সলনি ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু এ পি জে আব্দুল কালামৰ ছবি থাকিব। এনে ধৰণৰ বিভিন্ন পোষ্ট অসমত ফেচবুকৰ যোগেদি ভাইৰেল হৈ পৰিছে । বিভিন্ন ফেচবুক প্ৰফাইল তথা পে’জৰ পৰা এনে ধৰণৰ দাবী সম্বলিত পোষ্ট আপলোড তথা শ্বেয়াৰ কৰা দেখা গৈছে । […]

Continue Reading

‘এছবিআই’য়ে আদানী গ্ৰুপৰ ঋণ ৰেহাই দিয়া নাই 

ভাৰতীয় ষ্টেট বেংকে (এছবিআই) আদানী গ্ৰুপৰ ১২,৭৭০ কোটি টকাৰ ঋণ ৰেহাই দিয়া বুলি দাবী কৰা বিভিন্ন ছ’চিয়েল মিডিয়া পোষ্ট শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে।  এনে ধৰণৰ এক ফেচবুক পোষ্ট অসমত ভাইৰেল হৈ পৰিছে য’ত আদানীৰ এখন ফটো আপলোড কৰা হৈছে । উক্ত ফটোখনত “গৌতম আদানীক ১২ হাজাৰ ৭৭০ কোটি ঋণ ৰেহাই দিলে ষ্টেট বেংক অফ ইণ্ডিয়াই” […]

Continue Reading

এইখন ভাৰতীয় টকাৰ হিচাপত বিভিন্ন দেশৰ পেট্ৰলৰ মূল্যৰ তালিকা নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ ভাৰতত পেট্ৰল আৰু ডিজেলৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে জনসাধাৰণক দুৰ্ভোগ ভোগাইছে আৰু বিভিন্নজনে এই বিষয়ত ছচিয়েল মিডিয়াত ক্ষোভ উজাৰিছে । এনে সময়তে এক বিশেষ ফেচবুক পোষ্ট ভাইৰেল হৈ পৰিছে । হিতেশ্বৰ লহকৰ নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা উক্ত পোষ্টটো ১৯ জুন, ২০২০ তাৰিখে আপলোড কৰা হৈছে ।  পোষ্টটোত এখন ফটো সংলগ্ন […]

Continue Reading

উত্তৰ প্ৰদেশৰ সোণভদ্ৰ জিলাত ৩৩৫০টন সোণ উদ্ধাৰ হৈছে নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শেহতীয়াকৈ সমগ্ৰ দেশতে এক বাতৰিয়ে খলকনি তুলিছে । বিভিন্ন নিউজ গোষ্ঠীৰ লগতে ছচিয়েল মিডিয়াৰ জৰিয়তেও উক্ত বাতৰিটো ভাইৰেল হৈ পৰিছে । বাতৰিটোৰ মতে উত্তৰ প্ৰদেশৰ সোণভদ্ৰ জিলাৰ সোণৰ খনিত ৩৩৫০টন সোণ পোৱা গৈছে  । বাতৰিটোত আৰু দাবী কৰা হৈছে যে উদ্ধাৰ হোৱা সোণ খিনি ভাৰতৰ সংৰক্ষিত সোণৰ ৫ গুণ হয় […]

Continue Reading

পিয়াঁজৰ দাম বাঢ়িলেও ‘মোৰ ওপৰত প্ৰভাৱ নপৰে’ বুলি মন্ত্ৰী সীতাৰমনে কোৱা নাছিল!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট ভাৰতৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ এক বিশেষ ভিডিঅ’য়ে সমগ্ৰ দেশতে তোলপাৰ লগাইছে । ভিডিঅ’টোত সীতাৰমনক সংসদত কথা কৈ থকা দেখা গৈছে আৰু এই ভিডিঅ’টো ছচিয়েল মিডিয়াত বহুতে প্ৰচাৰ কৰি দাবী কৰিছে যে ভাৰতৰ বিত্ত মন্ত্ৰী গৰাকীয়ে পিয়াঁজৰ বৰ্ধিত দামৰ বিষয়ে প্ৰশ্নৰ উত্তৰত ইনচেনচিটিভ হৈ কথা কৈছে । ভাইৰেল পোষ্টবিলাকত সীতাৰমনে […]

Continue Reading

বন্ধন বেংক আৰু আন মাইক্ৰ ফাইনেঞ্চ বেংকবোৰ অসমত বন্ধ হৈ পৰিব নেকি?

ইউটিউব লিংক | সংৰক্ষিত লিংক ছচিয়েল মিডিয়া বিশেষকৈ ফেচবুক আৰু ইউটিউবত এক বাতৰি ভাইৰেল হৈ পৰিছে । ভাইৰেল হোৱা বাতৰি/ভিডিঅ’ মতে অসমত বন্ধন বেংক আৰু আন কিছুমান মাইক্ৰ ফাইনেঞ্চ বেংক অচিৰেই বন্ধ হৈ পৰিব । উক্ত ভিডিঅ’টো প্ৰথমতে ‘টিকে মাইণ্ড’ নামৰ এটা ইউটিউব চেনেলত নৱেম্বৰ ৩, ২০১৯ তাৰিখে আপলোড কৰা হৈছিল আৰু উক্ত ভিডিঅ’টো ইতিমধ্যে […]

Continue Reading