ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ে কৰ’ণা ভাইৰাছৰ পৰা বাছি থাকিবলৈ ডিঙি তিয়াই ৰাখিবলৈ আৰু ঠাণ্ডা বস্তু খোৱা পৰিহাৰ কৰিবলৈ কোনো নিৰ্দেশনা দিয়া নাই!

কৰ’ণা ভাইৰাছ নামৰ এক বীজাণু প্ৰথমবাৰৰ বাবে চীন দেশত চিনাক্ত হৈছে আৰু ইয়াৰ পাছতেই চীন দেশত জৰুৰী কালিন ঘোষনা কৰা হৈছে । ইতিমধ্যে এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত ১০৬জনৰ মৃত্যু হৈছে আৰু হাজাৰতকৈ অধিক মানুহ আক্ৰান্ত হৈ আছে । ভাৰতত ১০০জন পৰ্যবেক্ষণত ৰখা হৈছে আৰু ছচিয়েল মিডিয়াত কৰ’ণা ভাইৰাছৰ বিষয়ে না না বাতৰি আৰু […]

Continue Reading

এইটো অসমত আৰএছএছ’ৰ কাৰ্য্যলয় ভঙাৰ ভিডিঅ’ নহয়!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট যিসময়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদে অসমৰ লগতে সমগ্ৰ দেশকে ছানি ধৰিছে আৰু ভাৰতৰ বিভিন্ন ঠাইত উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে, অসমৰ এক বিশেষ ভিডিঅ’ বহিৰাজ্যত ভাইৰেল হৈ পৰিছে ।   অসমত ‘কা’ বিৰোধী প্ৰতিবাদকাৰীয়ে আৰএছএছ’ৰ অফিচ লণ্ড ভণ্ড কৰা বুলি এটা ভিডিঅ’ চাকিৰ নামৰ এটা ফেচবুক একাউন্টৰ পৰা যোৱা ১৩ ডিচেম্বৰ, […]

Continue Reading

এই ভিডিঅ’টো ইম্ফলৰ ফালে গৈ থকা এখন গেছ ভৰ্তি ট্ৰাক আৰু এখন অসমৰ তেলৰ টেংকাৰৰ মাজত হোৱা সংঘৰ্ষৰ নহয়

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট সম্প্ৰতি ছচিয়েল মিডিয়াত এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । এই ভিডিঅ’টোত ধাৰাবাহিক বিস্ফোৰণ শুনা-দেখা গৈছে আৰু লগতে জুইৰ লেলিহান শিখা দেখা গৈছে । আতংকিত কিছু লোকে ভিডিঅ’টোত এই বিস্ফোৰণ প্ৰত্যক্ষ কৰাও দেখা গৈছে । মি ৰাইটাৰ নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা যোৱা জানুৱাৰী ২৩, ২০২০ তাৰিখে দিনৰ ৯:৫৬ বজাত […]

Continue Reading

এইটো অসমত এনআৰচি’ত নাম নহা মানুহক উচ্ছেদ কৰি থকা ভিডিঅ’ নহয়!

টুইটাৰ লিংক | সংৰক্ষিত লিংক যিসময়ত সমগ্ৰ দেশতে এনআৰচি’ৰ বিৰুদ্ধে বিভিন্ন ধৰণে আন্দোলন চলি আছে, এনআৰচি সম্পৰ্কীয় এক বিশেষ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত ভিডিঅ’টোত কিছু পুলিচৰ মানুহে সাধাৰণ নাগৰিক কিছুমানক জোৰেৰে টনা-আজোঁৰা কৰা দেখা গৈছে । দাবী কৰা হৈছে যে এইটো অসমৰ ভিডিঅ’ আৰু এইসকল মানুহক নিজৰ ঘৰৰ পৰা বাহিৰ কৰি […]

Continue Reading

শ্বাহীন বাগৰ ফটোশ্বপ কৰা ছবি ব্যৱহাৰ কৰি মিছাকৈ প্ৰতিবাদকাৰীয়ে টকা লৈ ধৰ্ণাত অংশ লৈছে বুলি প্ৰচাৰ কৰা হৈছে!

যিসময়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদে অসমৰ লগতে সমগ্ৰ দেশকে ছানি ধৰিছে আৰু ভাৰতৰ বিভিন্ন ঠাইত উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে, দিল্লীৰ শ্বাহীন বাগ নামৰ ঠাইখনত হৈ থকা প্ৰতিবাদৰ এখন বিশেষ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত ফটোখনত মহিলা আৰু সৰু ল’ৰা-ছোৱালীৰ এটা দলক এখন বন্ধ হৈ থকা দোকানৰ সন্মুখত থিয় হৈ থকা দেখা […]

Continue Reading

জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ হোষ্টেলৰ পৰা মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা নাই

যিসময়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদে অসমৰ লগতে সমগ্ৰ দেশকে ছানি ধৰিছে আৰু ভাৰতৰ বিভিন্ন আগশাৰীৰ ইউনিভাৰ্চিটিত আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছে, সেই সময়তে ছচিয়েল মিডিয়াত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোখনত কিছু বন্দুক-বাৰুদ দেখা গৈছে য’ত লগতে লিখা হৈছে যে এই অবৈধ মাৰণাস্ত্ৰবোৰ জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ হোষ্টেলৰ পৰা উদ্ধাৰ কৰা হৈছে ।  […]

Continue Reading

ফিনলেণ্ডত ‘সপ্তাহত চাৰিটা দিন আৰু ছয় ঘণ্টা প্ৰতিদিনে’ কৰ্মদিনৰ এক ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে নেকি?

শেহতীয়াকৈ ফিনলেণ্ডৰ নতুন প্ৰধান মন্ত্ৰী চানা মৰীণে দেশখনত ‘সপ্তাহত চাৰিটা দিন আৰু ছয় ঘণ্টা প্ৰতিদিনে’ কৰ্মদিনৰ এক ব্যৱস্থা প্ৰৱৰ্তন কৰিছে বুলি ছচিয়েল মিডিয়াত তোলপাৰ লাগিছে । বিভিন্ন সংবাদ মাধ্যমৰ উপৰিয়ো ফেচবুক আৰু হোৱাটচ এপ্পৰ জৰিয়তে এই বাতৰিটো বিভিন্ন ধৰণে শ্বেয়াৰ কৰা হৈছে ।  অসমতো হোৱাটচ এপ্পৰ জৰিয়তে ফিনলেণ্ডৰ নতুন প্ৰধান মন্ত্ৰীৰ এই ঘোষণাক সলাগি বিভিন্ন […]

Continue Reading

এইটো কেৰেলাৰ কমিউনিষ্ট সকলে বিজেপিয়ে নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে উলিওৱা এক ৰেলীত আক্ৰমণ কৰা ভিডিঅ’ নহয়!

ফেচবুক লিংক | সংৰক্ষিত লিংক সম্প্ৰতি অসমৰ লগতে গোটেই ভাৰতবৰ্ষতে নাগৰিকত্ব সংশোধনী আইনৰ (কা) বিৰুদ্ধে প্ৰবল আন্দোলন গঢ়ি উঠাৰ সময়তে ছচিয়েল মিডিয়াৰ জৰিয়তে শেহতীয়াকৈ এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । অসমতো ফেচবুকৰ জৰিয়তে ভাইৰেল হৈ পৰা এই ভিডিঅ’টোত বাইক ৰেলী কৰি অহা এদল মানুহক আন এদল মানুহে আক্ৰমণ কৰা দেখা গৈছে । এই ভিডিঅ’টো […]

Continue Reading

জেএনইউ ছাত্ৰ একতা সভাৰ অধ্যক্ষ আইছি ঘোষৰ সোঁহাতত বেণ্ডেজ থকা ছবিখন ভুৱা!

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ অধ্যক্ষ আইছি ঘোষ আৰু তেওঁৰ কিছু সহপাঠীৰ ওপৰত মুখমণ্ডল চিনিব নোৱাৰাকৈ কাপোৰ মেৰিয়াই অহা একাংশ লোকে হঠাৎ বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশ কৰি আক্ৰমণ কৰে। এই ঘটনাত আইছি ঘোষ মূৰ আৰু হাতত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় । আঘাতপ্ৰাপ্তিৰ ঠিক পাছতেই তোলা তেওঁৰ কিছু ছবি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ।  এতিয়া ছচিয়েল মিডিয়াত […]

Continue Reading

অসমৰ ধেমাজিত বিজেপিৰ মিটিংত বাংলাদেশৰ পতাকা দেখা গৈছিল নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শেহতীয়াকৈ অসমৰ বিজেপি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত নিজৰ অফিচিয়েল পে’জত আপলোড কৰা এখন বিশেষ ফটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে । ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ফটোখন ধেমাজিত অনুষ্ঠিত হৈ যোৱা এক বিজেপি ৰেলিৰ হয় । উক্ত ফটোখনত দেখা পোৱা এখন পতাকাক লৈ বিতৰ্কৰ সৃষ্টি […]

Continue Reading