FACT CHECK: আৰক্ষীয়ে কৰ্তব্যৰত অৱস্থাত সুৰাপান কৰি থকা ভিডিঅ’টো আদিত্যনাথ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ৰ নহয়

দুজন আৰক্ষীয়ে মদ খাই আনন্দ কৰি থকা সময়ৰ এটা ১৯ চেকেণ্ডৰ ভিডিঅ’ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমুহত ভাইৰেল হৈ পৰিছে।  দুজন আৰক্ষীৰ লোকে কৰ্তব্যত নিয়োজিত হৈ থকা সময়তে মদ খাই থকা এটা ভিডিঅ’ এই দাবীৰে ভাইৰেল কৰা হৈছে যে এই ঘটনাটো অতি শেহতীয়া আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ কাৰ্যকালৰ সময়তে এই ঘটনাটো সংঘটিত হৈছে। ভাইৰেল ভিডিঅ’টোত […]

Continue Reading

FACT CHECK: স্মৃতি ইৰাণীৰ মৰ্ফ কৰা ফটো ভাইৰেল হৈ পৰিছে!

ভাৰতৰ বস্ত্ৰউদ্যোগ মন্ত্ৰী স্মৃতি ইৰাণীৰ এখন ফটো অসমত ফেচবুকত তেখেতৰ ওজন বৃদ্ধি সম্পৰ্কত বিভিন্ন কেপচনৰ সৈতে ভাইৰেল হৈ পৰিছে। ফটোখনত দেখা গৈছে তেখেত বহুত শকত হৈ পৰিছে আৰু সেই ফটোখন বহুলভাৱে শ্বেয়াৰ হৈ আছে। তেনেকুৱা এটা উদাহৰণ এয়া: Original Link- Facebook   ফটোখন মৰ্ফ কৰাৰ দৰে লগাত ফেক্ট ক্ৰেছেণ্ড অসমীয়াই সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিলো। […]

Continue Reading

FACT CHECK: ছোনিয়া গান্ধীৰ ফটোৰ মৰ্ফ কৰা বেকড্ৰপ ভাইৰেল হৈ পৰিছে।

কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ এইখন ফটো ভাইৰেল হৈ পৰিছে,য’ত তেওঁৰ পিছৰফালৰ কিতাপৰ চেল্ফখনত এখন কিতাপ ৰখা হৈছে,যাৰ নাম, “How to convert India into Christian Nation”। চেল্ফখনত যীশু খ্ৰীষ্টৰ এটা প্ৰতিমুৰ্তি আৰু এখন পৱিত্ৰ বাইবেলো ৰখা হৈছে। Original Link- Facebook | Archived Link ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে দাবীটো ভূৱা আৰু সেই ফটোখন আচলতে মৰ্ফ […]

Continue Reading

FACT CHECK: এই ফটোখনত প্ৰধানমন্ত্ৰী মোডীয়ে ৮০লাখ টকা খৰচ কৰি মেক আপ আৰ্টিষ্ট ব্যৱহাৰ কৰি থকা নাই!

প্ৰধানমন্ত্ৰী মোডীয়ে ৮০লাখ টকা খৰচ কৰি এগৰাকী মেক আপ আৰ্টিষ্ট লোৱা বুলি এখন বিশেষ ফটো বা স্ক্ৰিনশ্বট আপলোড কৰি অসমৰ বহুতেই ফেচবুকত পোষ্ট শ্বেয়াৰ কৰা দেখা গৈছে যি ক্ৰমাত ভাইৰেল হৈ পৰিছে। পোষ্টকেইটাত এখন ফটো লগোৱা হৈছে, য’ত এগৰাকী মহিলাই মোডীৰ মুখত মেক আপ সানি থকাৰ দৰে দেখা গৈছে আৰু তাত লিখা হৈছে যে মোডীয়ে […]

Continue Reading

FACT CHECK: এই ভাইৰেল ফটোখন শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা কুম্ভ মেলাৰ সময়ৰ নহয়!

ভাৰতত কোভিড ১৯ৰ সংক্ৰমণ ভয়াবহ ভাৱে বৃদ্ধিৰ কথাটোৱে ছ’চিয়েল মিডিয়াত শেহতীয়াভাৱে তোলপাৰ লগাই আছে। কৰ’ণা ভাইৰাছৰ পুনৰুত্থানৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজ্যই কঠোৰ স্থিতি গ্ৰহন কৰি, সামাজিক দূৰত্ব অৱলম্বন কৰাৰ পৰা মাস্ক ব্যৱহাৰ কৰালৈকে সাৱধানতামূলক পদক্ষেপ আদি গ্ৰহন কৰা কথাবোৰ ব্যাপক আলোচনা হৈছে। এনে সময়তে একাংশ সাধুৰ সম্বলিতে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী […]

Continue Reading

FACT CHECK: এই ভাইৰেল ফটোখন বৰ্তমান আতংকৰ সৃষ্টি কৰি থকা কৰ’ণা ভাইৰাছ মহামাৰীৰ সময়ৰ নহয়!

ভাৰতত কোভিড ১৯ৰ সংখ্যা বৃদ্ধিৰ কথাটোৱে ছোচিয়েল মিডিয়াত শেহতীয়াভাৱে তোলপাৰ লগাই আছে। কৰ’ণা ভাইৰাছৰ পুনৰুত্থানৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজ্যই কঠোৰ স্থিতি গ্ৰহন কৰি, সামাজিক দূৰত্ব অৱলম্বন কৰাৰ পৰা মাস্ক ব্যৱহাৰ কৰালৈকে সাৱধানতামূলক পদক্ষেপ আদি গ্ৰহন কৰা কথাবোৰ ছোচিয়েল মিডিয়াত ব্যাপক আলোচনা হৈছে। ইয়াৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল আৰু তেওঁৰ সহকৰ্মী মনিষ চিচোদিয়াৰ উন্মুক্ত মুখমণ্ডল সহিতে […]

Continue Reading

FACT CHECK: আইমী বৰুৱায়ে ‘কা’ নমনা লোকক অসম তথা ভাৰতৰ পৰা খেদি পঠিওৱা হব বুলি কোৱা নাছিল!

শেহতীয়াকৈ অসমত ছ’চিয়েল মিডিয়াৰ যোগেদি এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । বিভিন্নজনে উক্ত ভিডিঅ’টো ফেচবুকত আপলোড কৰি দাবী কৰিছে যে অসমৰ বিজেপি মন্ত্ৰী পিযুষ হাজৰিকাৰ পত্নী আইমী বৰুৱায়ে এক ভাষণত ‘কা’ বা নাগৰিকত্ব সংশোধনী আইন নমনা লোক সকলক অসম তথা ভাৰতৰ পৰা খেদি পঠিওৱা হব বুলি কৈছে ।  Original Link- Facebook | Archived Link […]

Continue Reading

FACT CHECK: জুবিন গাৰ্গ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো ভুল ব্যাখ্যাৰে ভাইৰেল কৰা হৈছে

যিমানে অসমৰ বিধানসভা নিৰ্বাচন চমু চাপি আহিছে, সিমানেই ছ’চিয়েল মিডিয়াসমুহ নিৰ্বাচনকেন্দ্ৰীক পোষ্ট আৰু ৰাজনৈতিক কথা বতৰাৰে ভৰি পৰিছে। তেনেকুৱা এটা পোষ্টত মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কেইগৰাকীমান সহকৰ্মীৰ সৈতে অসমৰ জনপ্ৰিয় গায়ক, সংগীত পৰিচালক, অভিনেতা, পৰিচালক জুবিন গাৰ্গৰ এখন ফটো বহুল ৰূপত প্ৰচাৰ কৰি থকা হৈছে। ফটোখনৰ লগত লিখা হৈছে যে গায়কজনে শুকুৰবাৰে হিমন্ত […]

Continue Reading

FACT CHECK: বদৰুদ্দিন আজমলে অসমক ইছলামিক ৰাষ্ট্ৰ বনাব বুলি কোৱা নাই!

বিভিন্ন সংবাদ প্ৰতিস্থান আৰু ছোচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ বহুলভাৱে শ্বেয়াৰ কৰিছে যে এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে মঞ্চত কৈছে যে মোগলে ৮০০বছৰ দেশত ৰাজত্ব কৰিছিল আৰু তেওঁ অসমক ইছলামিক ৰাষ্ট্ৰ বনাব। দেশত এজনো হিন্দু নাথাকিব, যদি তেওঁলোকৰ মহাযোটবন্ধন শাসনলৈ আহে। Original Link- Facebook | Archived Link আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াত সত্যতা নিৰূপনৰ সিদ্ধান্ত ল’লো […]

Continue Reading

FACT CHECK: গায়িকা দীপলিনা ডেকাই অসম জাতীয় পৰিষদ দলত যোগদান নকৰে।

অসম বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আৰু অসমত এতিয়া নিৰ্বাচনৰ বতাহ বাৰুকৈয়ে বলিছে। ছ’চিয়েল মিডিয়াত বিভিন্ন ৰাজনৈতিক নেতা আৰু তাৰকাই ৰাজনৈতিক দলত যোগদান কৰা আৰু দল সলনি কৰা বাতৰিয়ে ভৰি পৰিছে। শেহতীয়াভাৱে বিভিন্ন নিউজ চেনেল আৰু পোৰ্টেলে কৰা এক দাবী অনুসৰি অসমৰ জনপ্ৰিয় গায়িকা দীপলিনা ডেকাই অসমৰ পৰা গঠন হোৱা নতুন আঞ্চলিক দল অসম […]

Continue Reading