Fact Check: অসমত বৰ্তমানলৈকে ব্ৰিটেইনৰ নতুন প্ৰজাতিৰ ক’ৰনা ভাইৰাছ ধৰা পৰা নাই!

যিসময়ত বিভিন্ন ৰাষ্ট্ৰত ক’ৰনা ভাইৰাছৰ নতুন ধল আৰম্ভ হোৱাৰ ফলত ৰাষ্ট্ৰসমুহত কঠোৰ ব্যৱস্থা গ্ৰহন কৰিছে, সেই সময়তে ছ’চিয়েল মিডিয়াত এই সম্পৰ্কত বিভিন্ন ধৰণৰ পোষ্টৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। সত্যতা নিৰূপনকাৰীসকলে তাৰে ভিতৰত  কিছুমান এনেকুৱা পোষ্ট ধৰা পেলাইছে, যিসমুহৰ সত্যতাৰ ক্ষেত্ৰত প্ৰশ্নৰ উদয় হৈছে আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ মাজত আতংকৰ এক পৰিবেশো সৃষ্টি কৰিছে ।  তেনেকুৱা […]

Continue Reading

FACT CHECK: ফটোত দেখা ব্যক্তিগৰাকী ফেশ্বন ডিজাইনাৰ কীৰজিদা ৰড্ৰিগুৱেজ নহয়!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শেহতীয়াভাৱে ফেচবুকত এগৰাকী কৰ্কট ৰোগত আক্ৰান্ত হৈ প্ৰান হেৰুওৱা মহিলাৰ এক দীঘলীয়া প্ৰেৰণামূলক বৰ্তব্য সম্বলিত পোষ্ট ভাইৰেল হৈছে। পোষ্টটোত এগৰাকী মহিলাৰ এখন ফটোও লগোৱা হৈছে, যিখনত মহিলাগৰাকী হাস্পতালত ভৰ্তি হৈ থকা দেখা গৈছে।   ফেচবুক ব্যৱহাৰকাৰী আব্দুল হাছিবে ২০২০ চনৰ ২৬চেপ্তেম্বৰত দিনৰ ১২ বাজি ৩৯মিনিটত এই পোষ্টটো দিছিল।- “এবাৰ পঢ়িবলৈ অনুৰোধ […]

Continue Reading

FACT CHECK: এই চিকিৎসকজন ক’ভিড ৰোগীৰ কিডনী বিক্ৰী কৰাৰ বাবে গ্ৰেপ্তাৰ হোৱা নাছিল!

ফেচবুক লিংক | সংৰক্ষিত লিংক আব্দুল হাছিব নামৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে দুখন ফটো প্ৰচাৰ কৰিছিল আৰু লিখিছিল-“ক”ৰোনাৰ নাম লৈ মানুহক মৃত্যুৰ মুখত পেলাই জিয়া কিডনি উলিয়াই কিছুমান ডাক্তৰে বিক্ৰী কৰি আছে,,,আমি সকলো সতৰ্ক থকা উচিত,,,সুস্থ মানুহক ক”ৰোনা সজাৱা ধান্দা,,,১২৫ জন মানুহক ক”ৰোনা সজাই মৃত্যুৰ মূখত পেলাই জিয়া কিডনি বিক্ৰী কৰা ডাক্তৰ দেবেন্দ্ৰ শৰ্মাক ইতিমধ্যে গ্ৰেপ্তাৰ […]

Continue Reading

ভাৰতৰ ছাত্ৰয়ে আৱিষ্কাৰ কৰা ক’ৰনা ৰোগৰ দৰৱক বিশ্ব স্বাস্থ্য সংস্থায়ে অনুমোদন জনাইছে বুলি ভুৱা বাৰ্তা ভাইৰেল!

সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ বাৰ্তা হোৱাটচ এপ্পত ভাইৰেল হৈ পৰিছে । এই বাৰ্তাটোত দাবী কৰা হৈছে যে ভাৰতৰ পণ্ডিচেৰী ইউনিভাৰ্চিটিৰ ৰামু নামৰ এজন শিক্ষাৰ্থীয়ে ক’ৰনা ভাইৰাছ ৰোগৰ ঘৰুৱা দৰৱ বা উপশম বিচাৰি উলিয়াইছে আৰু ইয়াক বিশ্ব স্বাস্থ্য সংস্থায়ে স্বীকৃতি দিছে ।  দাবী কৰা হৈছে যে ১ চামুচ ক’লা জালুক ২ চামুচ মৌ আৰু অলপ […]

Continue Reading

ভাইৰেল ফটোত ভাৰত বায়’টেকৰ উপ-সভাপতিয়ে ভাৰতত ক’ৰনা ভেকচিনৰ মানৱ দেহত পৰীক্ষণৰ শুভাৰম্ভনি নিজৰ দেহত ভেকচিনৰ বেজী লৈ কৰা নাই!

সংৰক্ষিত লিংক শেহতীয়াকৈ এক বাতৰি প্ৰকাশ পাইছে যে আইচিএমআৰ’ৰ (ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছ) তত্বাৱধানত ভাৰত বায়’টেক ইল্টাৰনেশ্যনেল লিমিটেডে ক’ৰনা ভাইৰাছৰ ভেকচিন অহা ১৫ আগষ্টত ৰাইজৰ বাবে আগবঢ়াব । বাতৰিটোত লগতে কোৱা হৈছে যে ভেকচিন বিধৰ ক্লিনিকেল ট্ৰায়েলৰ বাবে ব্যৱস্থা কৰা হৈছে আৰু মানৱ দেহত সফল পৰীক্ষণ হলেই, সাধাৰণ ৰাইজৰ বাবে এই ভেকচিন বিধ আগবঢ়াই […]

Continue Reading

ঘৰুৱা ক’ভিড মেডিকেল কিটত থাকিবলগীয়া সামগ্ৰী আৰু ‘ক’ভিড-১৯’ৰ তিনিটা ষ্টেজৰ বিষয়ে এই বার্তাটো ‘টাটা হেলথ’ৰ ফালৰ পৰা প্ৰচাৰ কৰা নাই!

সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় চাৰি লাখ ৪০ হেজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৮০.৬ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ৩ লাখ ৬৭ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ১২ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে […]

Continue Reading

ক’ৰনা এক ভাইৰাছ হয়, বেক্টেৰিয়া নহয়!

সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় চাৰি লাখতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৭২.৭ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ২ লাখ ৯৮ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ৮ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে । অসমতো […]

Continue Reading

এইখন দিল্লীৰ গংগাৰাম হস্পিটেলৰ ডাক্তৰে লিখা প্ৰেছক্ৰিপচন নহয়!

সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় চাৰি লাখতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৭২.৭ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ২ লাখ ৯৮ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ৮ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে । অসমতো […]

Continue Reading

ৰাজস্থানৰ ডাক্তৰ এজনে ‘৪৪ ক’ভিড১৯’ নামেৰে ক’ৰনা ভাইৰাছৰ এক ভেকচিন উলিয়াইছে নেকি?

ফেচবুক লিংক । সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় তিনি লাখ ৯৭ হেজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৬৮ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ২ লাখ ৫০ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ৭ হাজাৰতকৈ অধিক […]

Continue Reading

অৱশেষত অসমত আৱিষ্কাৰ হ’ল নেকি ক’ৰনা ভাইৰাছৰ ভেকচিন?

ফেচবুক লিংক । সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় তিনি লাখ ৭২ হেজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৬১.৫ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ১ লাখ ৯১ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ৫৫৮৭ জনৰ […]

Continue Reading