WHO-এ ক’ৰোনাক ঋতুভিত্তিক ভাইৰাছ বুলি ঘোষণা কৰা নাছিল; এটা ভুৱা দাবী ভাইৰেল

বিশ্বই Covid-19ৰ নতুন সম্ভাৱ্য ঢৌৰ বাবে সাজু হোৱাৰ লগে লগে এই সন্দৰ্ভত ভুল তথ্য‌ও পুনৰ প্ৰচাৰ হোৱা আৰম্ভ হ’ল। ঋতুভিত্তিক ফ্লু ভাইৰাছৰ বাহিৰে আন একো নহয় বুলি ডাক্তৰৰ দল এটাই মন্তব্য কৰা এটা পুৰণি ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। এই ভাইৰেল ভিডিঅ’টোত বিশ্ব স্বাস্থ্য সংস্থাই নিজৰ ভুল স্বীকাৰ কৰি ক’ৰণা ভাইৰাছক ঋতুভিত্তিক ফ্লু […]

Continue Reading

FACT CHECK: সঁচাকৈ জাপানে মাইক্ৰ’ৱেভৰ উৎপাদন নিষিদ্ধ কৰিছে নেকি?

মাইক্ৰ’ৱেভ অভেনৰ ক্ষতিকাৰক প্ৰভাৱৰ তালিকাৰ এটা ভাইৰেল বাৰ্তা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। বাৰ্তাটোত দাবী কৰা হৈছে যে মাইক্ৰ’ৱেভৰ ক্ষতিকাৰক প্ৰভাৱৰ বাবে, জাপানত ইয়াৰ ব্যৱহাৰ আৰু উৎপাদন নিষিদ্ধ কৰা হৈছে । ফেক্ট ক্ৰেচেণ্ডো অসমীয়াই উক্ত দাবীটো পৰীক্ষা কৰাৰ অনুৰোধৰ সৈতে ইয়াৰ ২৪x৭ ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০ত একেটা বাৰ্তা লাভ কৰিছিল। Archived Link  ইয়াত বাৰ্তাটো দিয়া হৈছে:. […]

Continue Reading

FACT CHECK: চকুত কৃমিসদৃশ কীটৰ ভিডিঅ’ এটা মিছা দাবীৰে ভাইৰেল কৰা হৈছে

এজন মানুহৰ চকুৰ পৰা কৃমিৰ দৰে কীট এটা অস্ত্ৰোপচাৰ কৰি আঁতৰ কৰা চিকিত্সাজনিত এটা বৰ আমনিদায়ক ভিডিঅ’ ছোচিয়েল মিডিয়াত বহুলভাৱে প্ৰসাৰ কৰি থকা হৈছে। ভিডিঅ’টোৰ সৈতে সন্নিৱিষ্ট কথাথিনিত উল্লেখ কৰা হৈছে দীৰ্ঘদিনে মাত্ৰাধিক স্মাৰ্টফোন ব্যৱহাৰ কৰাৰ ফলত লোকজনৰ চকুৰ ভিতৰত এই কীটটোৱে বাহ লৈছিল।  দাবী কৰা হৈছে যে অত্যধিক স্মাৰ্টফোন ব্যৱহাৰৰ ফলতেই আঁতৰ কৰোৱা সেই […]

Continue Reading

FACT CHECK: উশাহত ভাপ লৈ কোভিড ১৯ৰ বিজানু ধ্বংস কৰিব নোৱাৰি।

ভাৰতত কোভিড ১৯ত আক্ৰান্তৰ সংখ্যা যিমানে বাঢ়িছে সিমানেই ছোচিয়েল মিডিয়াত সাৱধানতা আৰু যতনৰ কথা সিমানে বাঢ়িছে। তেনেকুৱা এটা দাবী অসমৰ হোৱাটছএপত ভাইৰেল হৈছে যে কৰ’ণাভাইৰাছৰ বেমাৰ ভাল হোৱাত গৰম পানীৰ ভাপ উশাহত লোৱাতো জৰুৰী। Archived Link আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই হোৱাটছএপত এটা মেছেজ পালো য’ত ভাপ লোৱা কামটোৱে ভাইৰাছক সম্পূৰ্ণৰূপে ধ্বংস কৰাত সহায় সচাকৈ কৰে […]

Continue Reading

FACT CHECK: আৰ্চেনিকাম এলবাম ৩০ নামৰ দৰৱটো খালে ক’ৰনা ভাইৰাছ ৰোগৰ পৰা বাচিব পাৰি নেকি?

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি অধিক মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈ আছে । ছচিয়েল মিডিয়াত ক’ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে ।  […]

Continue Reading

FACT CHECK: আৰক্ষীৰ লোকজন কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা নাই, এয়া এটা মক ড্ৰিলহে!

যিমানে দেশত কৰ’ণা ভাইৰাছৰ আতংক বাঢ়ি গৈছে, সিমানেই ছোচিয়েল মিডিয়াৰ কৰ’ণা ভাইৰাছ সম্পৰ্কীয় বহু ভূৱা খবৰ ,ভূৱা পোষ্ট ভাইৰেল হৈ পৰিছে।  অসমৰ ছোচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে,য’ত দেখা গৈছে এজন আৰক্ষীৰ লোকে খোজ কাঢ়িব নোৱাৰি মাটিত ঢলি পৰিছে। তেওঁ অতিমাত্ৰা কাঁহ মৰা আৰু হাঁচিওৱা দেখা গৈছে।তেওঁ সহকৰ্মী আৰক্ষীৰ লোকে তেওঁক  উদ্ধাৰ কৰিবলৈ আহিছে […]

Continue Reading

FACT CHECK: চাৰ্জিকেল মাস্কত ক’লা কীট নাথাকে!

দেশত কৰ’ণাভাইৰাছৰ দ্বিতীয় স্তৰে বিধ্বংসী ৰূপ ধাৰণ কৰিছে আৰু একে সময়তে কৰ’ণাভাইৰাছ সম্পৰ্কীয় ভূৱা বাতৰিয়েও যেন দ্বিতীয় স্তৰহে লাভ কৰিছে। বৰ্তমান ছোচিয়েল মিডিয়াত,বিশেষকৈ অসমৰ ফেচবুকত চাৰ্জিকেল মাস্ক সম্পৰ্কীয় এটা বাতৰি ভাইৰেল হৈ পৰিছে। আমি জানো দেশৰ সৰ্বদাধাৰণ জনতাই কৰ’ণাভাইৰাছৰ ক্ষেত্ৰত নিৰাপদ হ’বলৈ সৰহ সংখ্যকেই চাৰ্জিকেল মাস্ক পৰিধান কৰে। এটা দাবী ভাইৰেল হৈ পৰিছে যে এই […]

Continue Reading

FACT CHECK: কৰ্পূৰ,লং,আজৱাইন আৰু ইউকেলিপটাছৰ তেলে অক্সিজেনৰ পৰিমান বৃদ্ধি কৰাৰ কোনো বৈজ্ঞানীক প্ৰমান নাই।

দেশত কোভিড ১৯ৰ দ্বিতীয় পৰ্যায়ৰ আতংক বিয়পি পৰাৰ লগে লগেই ছোচিয়েল মিডিয়া ভৰি পৰিছে অসত্য আৰু অবৈজ্ঞানীক ঘৰুৱা দিহাৰে। তেনেকুৱা এটা ভাইৰেল মেছেজত দাবী কৰা হৈছে যে কৰ্পূৰ,লং,আজৱাইন আৰু ইউকেলিপটাছ তেল নাকেৰে শুঙি ভিতৰলৈ ল’লে অক্সিজেনৰ পৰিমান বাঢ়ে। ভাইৰেল মেছেজটোত লিখা হৈছিল: কৰ্পূৰ,লংৱগ,আজৱাইন,কেইটোপালমান ইউকেলিপটাছৰ তেল। সংমিশ্ৰন কৰক আৰু দিনে ৰাতি ইয়াত শুঙি থাকক। ই অক্সিজেনৰ […]

Continue Reading

FACT CHECK: ‘আইচিএমআৰ’এ ২১টা নিয়মাৱলীসহ কোনো কোভিড পৰামৰ্শাৱলী প্ৰকাশ কৰা নাই

কোভিড১৯ৰ পৰা হাত সাৰি থাকিবলৈ বিদেশলৈ ভ্ৰমন নকৰা,সামাজিক দূৰত্ব অৱলম্বন কৰা আদিকে ধৰি ২১টা নিয়মাৱলীসহ এখন পৰামৰ্শাৱলী শেহতীয়াভাৱে ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা হৈছে যে সেইখন ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চ(আইচিএমআৰ)ৰ তৰফৰ পৰা এই নিয়ম জাৰি কৰা হৈছে।  এই পৰামৰ্শাৱলীত ২১টা এনেকুৱা পদক্ষেপৰ কথা লিখা আছে যিখিনি কোভিড ১৯ৰ পৰা হাত সাৰি থাকিবৰ বাবে […]

Continue Reading

FACT CHECK: চীনা ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ ফলত কন্ঠস্বৰৰ লগতে শাৰীৰিক পৰিৱৰ্তন হৈছে বুলি কৰা দাবীটো মিছা!

বহু অপেক্ষাৰ অন্তত,অৱশেষত বিভিন্ন দেশত এতিয়া ক’ৰনা ভাইৰাছ ভেকচিন উপলব্ধ হৈ পৰিছে।চীন দেশেও ক’ৰনাভাইৰাছক প্ৰতিহত কৰিবলৈ তেওঁলোকৰ ভেকচিন প্ৰদান কৰা কাৰ্য আৰম্ভ কৰিছে। এইসময়ত বিভিন্ন ছোচিয়েল মিডিয়া পোষ্ট আৰু বিভিন্ন প্ৰতিস্থানৰ বাতৰি পোহৰলৈ আহিছে য’ত চীন দেশৰ ভেকচিনক মস্কৰা কৰা হৈছে আৰু কিছুমানে তো এখোপ ওপৰলৈ গৈ ইয়াকো কৈছে যে চীন দেশৰ ভেকচিন ব্যৱহাৰ কৰিলে […]

Continue Reading