ভাৰত-পাকিস্তানৰ মাজত মিঠাই বিনিময়ৰ ভাইৰেল ভিডিঅ’টো ২০১৫ চনৰ হয়!

ফেচবুক পোষ্টৰ | সংৰক্ষিত পোষ্ট  দেৱালীৰ ঠিক পাছতেই এটা বিশেষ ভিডিঅ’  ছচিয়েল মিডিয়াৰ দ্বাৰা সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছে । ফেচবুক আৰু হোৱাটচ এপ্পত বিশেষকৈ বহুল ভাৱে প্ৰচাৰ হোৱা এই ভিডিঅ’টোত ভাৰত আৰু পাকিস্তানৰ সৈন্যক মিঠাই আৰু নানা উপহাৰ বিনিময় কৰা দেখা গৈছে । ভিডিঅ’টো শ্বেয়াৰ কৰোঁতে দাবী কৰা হৈছে যে এই ভিডিঅ’টো শেহতীয়াকৈ হৈ […]

Continue Reading

মনোজ তিৱাৰীয়ে ফটকা ফুটাই থকা ফটোখন পাঁচ বছৰ পুৰণি!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট দেৱালীৰ পাছতেই স্মগৰ কাৰণে ৰাজধানী দিল্লী এটা গেছ চেম্বাৰলৈ পৰ্যবসিত হৈছিল আৰু সাধাৰণ  মানুহৰ মাজত এক হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল । এতিয়া অৱশ্যে পৰিস্থিতি যথেষ্ট উন্নত হৈছে বুলি জানিব পৰা গৈছে ।  স্মগৰ মাত্ৰা কমিছে যদিয়ো ছচিয়েল মিডিয়াত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফেচবুক আৰু হোৱাটচ এপ্পত ভাইৰেল […]

Continue Reading

ভাৰতত ভডাফোনৰ সেৱা বন্ধ হব নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট ভাৰতত টেলিকম অপাৰেটৰ ভডাফোনৰ সেৱা বন্ধ হবলৈ গৈ আছে বুলি এক বাতৰি হোৱাটচ এপ্প আৰু ফেচবুকত ভাইৰেল হৈ পৰিছে । অসমতো শেহতীয়াকৈ হোৱাটচ এপ্প আৰু তাৰ আগতে ফেচবুকত এই কথা ব্যাপক ভাৱে প্ৰচাৰ হৈছে ।  অসমত বোধকৰোঁ পোনপ্ৰথমে অসমীয়াত বাবাটো বৰা নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা ১৫ ছেপ্টেম্বৰ, ২০১৯ তাৰিখে […]

Continue Reading

অসমৰ কৰিমগঞ্জ জিলাত সঁচাকৈ ভূত ওলাইছে নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট ২ ছেপ্টেম্বৰ, ২০১৯ তাৰিখে অনিৰুদ্ধ কুমাৰ সিংহা নামৰ ফেচবুক প্ৰফাইল এটাৰ পৰা আপলোড হোৱা ভিডিঅ’ এটাই ছচিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে । ফেচবুক পোষ্টটোত তেওঁ দাবী কৰিছে যে ভিডিঅ’টোত দেখা পোৱা মহিলাগৰাকী ভূত হয় আৰু এই ঘটনাটো অসমৰ কৰিমগঞ্জ জিলাৰ হয় ।  আচলতে ঘটনাটো কি জানিবলৈ আমি অলপ অনুসন্ধান কৰিলোঁ […]

Continue Reading

এইটো সঁচাকৈ গুৱাহাটী মেডিকেল কলেজৰ ওচৰত ওলোৱা ভূতৰ ভিডিঅ’ নেকি?

ছচিয়েল মিডিয়াত (ফেচবুক, ইউটিউব আৰু হোৱাটচ এপ্প) এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ২৫ ছেপ্টেম্বৰ, ২০১৯ তাৰিখে ৰাতি ০০:১৯ বজাত মামন দেৱ নাথ নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা আপলো’ড হোৱা এই ভিডিঅ’টো বহুত বাৰ ফেচবুকত শ্বেয়াৰ হৈছে আৰু হোৱাটচ এপ্পৰ জৰিয়তে অসমত মোবাইলে মোবাইলে ভাইৰেল হৈ পৰিছে । “OMG Vhut” (অ’এমজি ভূত) শিৰোনামা দি […]

Continue Reading

৩৩ বছৰ সম্পূৰ্ণ কৰা চৰকাৰী চাকৰিয়ালৰ হব নেকি অৱসৰ?

শেহতীয়াকৈ সমগ্ৰ ভাৰতবৰ্ষতে এখন নথি চচিয়েল নেটৱৰ্ক যেনে হোৱাটচ এপ, ফেচবুকত, ইত্যাদিত ভাইৰেল হৈ পৰিছিল । অসমতো এই নথিখন এখন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে প্ৰকাশ কৰা অফিচিয়েল নথি বুলি প্ৰচাৰ হয় । এই নথিখনৰ মতে যিসকল চৰকাৰী চাকৰিয়ালে ৩৩ বছৰ চাকৰি কৰিছে, বা যাৰ ৬০ বছৰ বয়স হৈছে বা হব, যিটোৱেই আগতীয়াকৈ আহে, […]

Continue Reading