এইখন অসমৰ গোৱালপাৰা জিলাৰ ফটো নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ এখন নান্দনিক ফটো ফেচবুকত ভাইৰেল হৈ পৰিছে । উক্ত ফটোখন অসমৰ গোৱালপাৰা জিলাৰ হয় বুলি দাবী কৰা হৈছে । ফটোখনত এটা পকা, চিধা ৰাস্তা এক হেলনীয়া সেউজীয়া পাহাৰৰ কাষেদি পাৰ হৈ যোৱা দেখা গৈছে ।  উক্ত ফটোখন ধীমান চিনহা নামৰ এজন লোকে ৬ জুন, ২০২০ তাৰিখে আপলোড কৰিছে আৰু […]

Continue Reading

মোবাইল নম্বৰবোৰ ১১টা নহয়, ১০টা সংখ্যাৰ হৈ থাকিব!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া (TRAI)ই দেশত ১১টা সংখ্যাৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ সদৰী কৰিছে বুলি এক বাতৰি ফেচবুকত বহুল ভাৱে শ্বেয়াৰ হৈছে । উক্ত বাতৰিটো বা ৱেব লিংক বিভিন্ন নিউজ গোষ্ঠীৰ ফেচবুক পে’জৰ পৰা আপলোড কৰা হৈছে আৰু ব্যাপক ভাৱে শ্বেয়াৰ কৰা হৈছে । উক্ত বাতৰিবোৰত দাবী […]

Continue Reading

ফটোখনত শ্বাহৰুখ খানৰ সৈতে থকা ল’ৰাজন বিহাৰৰ ভাইৰেল ভিডিঅ’টোৰ কণমানীটো নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ এক হৃদয় বিদাৰক ভিডিঅ’ সমগ্ৰ দেশত ভাইৰেল হৈ পৰিছিল । ভিডিঅ’টোত এটা কণমানীয়ে নিজৰ মৃত মাকক জগাবলৈ চেষ্টা কৰি থকা দেখা গৈছিল । ঘটনাটো বিহাৰৰ মুজাফাৰপুৰ ৰেলৱে ষ্টেচনৰ আছিল । উক্ত ঘটনাটোৱে দেশত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ প্ৰৱৰ্তন কৰা লক ডাউনৰ ফলত  হৈ ঘৰলৈ উভতি অহা শ্ৰমিক শ্ৰেণীৰ মানুহবোৰৰ […]

Continue Reading

জাপানৰ এক ৰেস্তোৰাঁত চলোৱা ‘ব্লেক লাইট এক্সপেৰিমেণ্ট’ত ক’ৰনা ভাইৰাছৰ বীজাণু ধৰা পৰা নাই!

ফেচবুক লিংক । সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় তিনি লাখ ৭২ হেজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৬১.৫ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ১ লাখ ৯১ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ৫৫৮৭ জনৰ […]

Continue Reading

কুকুৰ হত্যা কৰি মাংস ভক্ষণৰ বাবে কাটি থকা এই ফটোবোৰ অসমৰ নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ কেইখনমান ফটোৱে ফেচবুকত তোলপাৰ লগাইছে । ফটো কেইখনত আমি কুকুৰ মাংস কাটি থকা দেখিবলৈ পাইছোঁ আৰু লগতে কুকুৰৰ মৃতদেহও দেখিবলৈ পাইছোঁ । আমি দেখিলোঁ যে কিছু লোকে দাবী কৰিছে যে এই ফটোবোৰ অসমৰ হয় । এই সম্পৰ্কে কিছু লোকে ইয়াৰ সত্যতা নিৰূপণ কৰিবলৈ আমাৰ সৈতে যোগাযোগ কৰিলে ।  উল্লেখযোগ্য […]

Continue Reading

ক’ৰনা ভাইৰাছৰ আতংকৰ সময়তে আমেৰিকাত হেজাৰ হেজাৰ কাউৰী ওলাইছে নেকি?

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ ভিডিঅ’, য’ত হেজাৰ হেজাৰ ক’লা চৰাই আহি আমেৰিকাৰ এখন ৱালমাৰ্টৰ আশে পাশে অৱস্থান কৰা দেখা গৈছে, ফেচবুকত ভাইৰেল হৈ পৰিছে । যি সময়ত ন’ভেল ক’ৰনা ভাইৰাছ সমগ্র বিশ্বতে বিয়পি পৰিছে আৰু লাখ লাখ মানুহৰ ইতিমধ্যে মৃত্যু ঘটিছে, সেই সময়তে এই বিশেষ ভিডিঅ’টো বিভিন্ন দেশত বিভিন্ন ধৰণে শ্বেয়াৰ […]

Continue Reading

উত্তৰাখণ্ডত বনজুইয়ে ভয়াবহ ৰূপ লৈছে বুলি পুৰণি ফটো ভাইৰেল হৈছে!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ ভাৰতৰ উত্তৰাখণ্ড নামৰ ৰাজ্যখনত বনজুইয়ে ভয়াবহ ৰূপ লৈছে বুলি বহুতো ফেচবুক পোষ্ট ভাইৰেল হৈ পৰিছে । নিউজ ৱেবচাইট বোৰতও এই বিষয়ে বিভিন্ন ফটো সম্বলিত বাতৰি প্ৰকাশ পাইছে । দাবী কৰা হৈছে যে ‘আমফানৰ’ পাছত এইবাৰ উত্তৰাখণ্ডৰ বনজুইয়ে দেশত আতংকৰ সৃষ্টি কৰিছে আৰু বহু হেক্টৰ জংঘল ইতিমধ্যে ভস্মীভূত হৈছে । […]

Continue Reading

ভাইৰেল হোৱা ৰাহুল গান্ধীৰ যুগ্ম-অযুগ্ম টুইটটো ভুৱা হয়!

সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় তিনি লাখ ৫০ হাজাৰ মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৫৬ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে এক লাখ ৫২ হাজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ৪৩৩৭ জনৰ মৃত্যু হৈছে । অসমতো […]

Continue Reading

ট্ৰেইনৰ চেইন টানি পলোৱা এই সকল বহি ৰাজ্যৰ পৰা অসমলৈ অহা লোক নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় তিনি লাখ ৪৫ হাজাৰ মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৫৪ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে এক লাখ ৩৯ হাজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ৪০২১ জনৰ মৃত্যু […]

Continue Reading

প্ৰত্যেক নাগৰিকক ৫০০০ টকা সাহায্য দিয়া হব বুলি ভুৱা হোৱাটচ এপ্প মেছেজ ভাইৰেল হৈছে!

সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় তিনি লাখ ৪৫ হাজাৰ মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৫৪ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে এক লাখ ৩৯ হাজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ৪০২১ জনৰ মৃত্যু হৈছে । অসমতো […]

Continue Reading