“দ কাশ্মীৰ ফাইল্চ” ছবিখনে সঁচাকৈয়ে “দাদাচাহেব ফাল্কে বঁটা” লাভ কৰিছেনে?

বহুলভাৱে চৰ্চিত ছবি “দ কাশ্মীৰ ফাইল্চে” ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ “দাদাচাহেব ফাল্কে বঁটা” লাভ কৰা বুলি এটা বাতৰি চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। Facebook Link | Archived Link আনকি ছবিখনৰ পৰিচালক বিবেক ৰঞ্জন অগ্নিহোত্ৰীয়েও নিজৰ টুইটাৰ একাউণ্টৰ পৰা এই খবৰটো টুইট কৰিছিল। এই টুইটটোত “DadaSahebPhalkeAwards2023” হেশ্বটেগৰ ব্যৱহাৰ কৰা হৈছিল। Archived Link কিন্তু সেই টুইটটোত […]

Continue Reading

২০২৩ চনৰ ফেব্ৰুৱাৰী মাহটো সঁচাকৈয়ে বিৰল মাহ হয়নে?

চ’চিয়েল মেডিয়াত ফেব্ৰুৱাৰী মাহ সম্পৰ্কে এটা বিশেষ পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। পোষ্টটোত লিখা আছে এইদৰে “২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ এই মাহটো অত্যন্ত বিৰল, মোৰ-আপোনাৰ জীৱনৰ শেষ মাহ। কেৱল সেয়াই নহয়, অহা কেইশমান প্ৰজন্ম‌ইও এই মাহটো দেখা নাপাব কাৰণ এই মাহত ৪ শনিবাৰ ৪ দেওবাৰ ৪ সোমবাৰ ৪ মঙলবাৰ ৪ বুধবাৰ ৪ বৃহস্পতিবাৰ ৪ শুকুৰবাৰ […]

Continue Reading

ৰাছিয়ান খেলুৱৈ এগৰাকীয়ে ৰেফাৰীক দাঙি বাস্কেটত সুমুৱাই দিয়া ভিডিঅ’টো সত্য ঘটনাৰ হয়নে?

শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে  এখন মহিলাৰ বাস্কেটবল প্ৰতিযোগিতা। তাত দেখা গৈছে যে ৰঙা টি-ছাৰ্ট পৰিহিত এগৰাকী ওখ খেলুৱৈয়ে ৰেফাৰীক দাঙি বাস্কেটত সুমুৱাই দিছে। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল এইদৰে “ৰাছিয়া আৰু ফ্ৰান্সৰ মহিলা দলৰ মাজত বাস্কেটবল প্ৰতিযোগিতা। ৰেফাৰীৰ এটা ভুল সিদ্ধান্তত,খঙত এগৰাকী ৰাছিয়ান খেলুৱৈয়ে, ৰেফাৰীক পুতলাৰ দৰে […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ভিডিঅ’ তুৰস্কৰ ভূমিকম্পৰ পিছৰ বুলি শ্বেয়াৰ কৰা হৈছে

তুৰস্ক আৰু ছিৰিয়াত হোৱা বিধ্বংসী ভূমিকম্পৰ পিছত বহুতো ফটো আৰু ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। শেহতীয়াকৈ এটা ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হৈছিল য’ত এগৰাকী কণমানিয়ে কোচত এটি কেঁচুৱা লৈ নিচুকাবলৈ চেষ্টা কৰি থকা দেখা গৈছিল।  দাবী কৰা হৈছে যে এই ভিডিঅ’টো তুৰস্কৰ ভূমিকম্পৰ পিছৰ হয়। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল এইদৰে  “🔷তুৰ্কীৰ ভূমিকম্পৰ পিছৰ কিছু […]

Continue Reading

এই ভিডিঅ’টো পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ হয়নে?

২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত পুলৱামাত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণত ৪০জন চি আৰ পি এফৰ জোৱান শ্বহীদ হৈছিল। এই দিনটোক ভাৰতত “ক’লা দিন” হিচাপে চিহ্নিত কৰা হৈছে। যোৱা ১৪ ফেব্ৰুৱাৰীত সেই দুৰ্ভাগ্যজনক দিনটোৰ চাৰি বছৰ পূৰ্ণ হ’ল। চ’চিয়েল মেডিয়াত পুলৱামা আক্ৰমণ, ক’লা দিন, ব্লেক দে’ আদি শিৰোনাম তথা হেশ্বটেগেৰে বহুতো ফটো আৰু ভিডিঅ’ ভাইৰেল হোৱা দেখা গ’ল। […]

Continue Reading

ধ্বংসাৱশেষৰ ওপৰত বহি থকা কুকুৰৰ ফটোসমূহ তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ নহয়

শেহতীয়াকৈ তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পৰ ফলত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ উপৰিও অসংখ্য লোক গৃহহীন হৈছে। শেহতীয়া খবৰ অনুসৰি এই পৰ্যন্ত ৩৫০০০ৰো অধিক লোকৰ মৃত্যু হৈছে। বৃহৎ পৰিসৰত অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। এনে অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ নানা ধৰণৰ ফটো আৰু ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা […]

Continue Reading

বিস্ফোৰণৰ পুৰণি ভিডিঅ’ তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ বুলি শ্বেয়াৰ কৰা হৈছে

তুৰস্ক আৰু ইয়াৰ চুবুৰীয়া দেশসমূহক ধাৰাবাহিকভাৱে হোৱা বৃহৎ ভূমিকম্পই জোকাৰি যোৱাৰ পিছত তুৰস্কৰ পৰা পোৱা গৈছে ধ্বংসৰ বিভিন্ন হৃদয় বিদাৰক খবৰ। এই বিপৰ্যয় আৰু ইয়াৰ ফলত হোৱা ধ্বংসলীলাৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। ইয়াৰ ভিতৰত আমি কিছুমান অসংলগ্ন ভিডিঅ’ পাইছিলোঁ যিবোৰ তুৰস্কত হোৱা ভূমিকম্পৰ বুলি শ্বেয়াৰ কৰা হৈছে। তেনেধৰণৰ দাবীৰে এটা ভিডিঅ’ আমি […]

Continue Reading