এই ফটোকেইখন বিক্ৰম লেণ্ডাৰে চন্দ্ৰৰপৰা লোৱা পৃথিৱীৰ দৃশ্যৰ নহয়।

চন্দ্ৰযান ৩ৰ বিক্ৰম লেণ্ডাৰে যোৱা ২৩আগষ্টত চন্দ্ৰপৃষ্ঠত সফলভাৱে অৱতৰণ কৰাৰ পিছত সকলো উৎসুক হৈ পৰিছে এই কথা জানিবলৈ যে পৃথিৱীখন চন্দ্ৰৰপৰা দেখিবলৈ কেনে হ’ব। ইয়াৰ লগে লগে কিছুমান ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হৈছে চন্দ্ৰৰপৰা পৃথিৱীৰ দৃশ্য বুলি দাবী কৰি। এনে পোষ্ট আমি ফেচবুকতো পালোঁ। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে […]

Continue Reading

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কৰা ঘোষণা প্ৰসংগ সংগতিহীন কেপশ্বনেৰে ভাইৰেল হৈছে।

অলপতে এটা ফেচবুক পোষ্ট আমাৰ দৃষ্টিগোচৰ হ’ল য’ত আছিল এটা বাতৰি এই কেপশ্বনেৰে- “৪৫০ টকাতে এতিয়াৰে পৰা উপলব্ধ হ’ব ৰন্ধন গেছ। ৰাখী পূৰ্ণিমা উপলক্ষে ১ কোটি মহিলাৰ একাউণ্টত সোমাব চৰকাৰৰ ধন”। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে ভাইৰেল ভিডিঅ’টো ভালদৰে চালোঁ, […]

Continue Reading

দ্য গাৰ্ডিয়ানৰ পুৰণি প্ৰতিবেদন শেহতীয়া বুলি দাবী কৰা হৈছে।

চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে যোৱা ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত সফলভাৱে অৱতৰণ কৰাৰেপৰা চ’চিয়েল মেডিয়া বিভিন্ন ধৰণৰ ফটো, ভিডিঅ’ আদিৰে ভৰি পৰিছে। এনে সময়তে আমাৰ চকুত পৰিল এটা ফেচবুক পোষ্ট। “মানুহৰ মল,মূত্ৰ ,বমিৰ ৯৬টা পেকেট মানৱসৃষ্ট আৱৰ্জনাই প্ৰদূষিত কৰিছে চন্দ্ৰ পৃষ্ঠ” এই কেপশ্বনেৰে প্ৰাগ নিউজ নামৰ প’ৰ্টেল এটাই পৰিবেশন কৰিছে এক বাতৰি। সংবাদপত্ৰ দ্য গাৰ্ডিয়ানৰ এক প্ৰতিবেদনৰ উদ্ধৃতি […]

Continue Reading

অসম তথা উত্তৰ পূৰ্বাঞ্চলত ঘূৰ্ণীবতাহ আহি আছে নেকি?

শেহতীয়াকৈ বতৰ সম্বন্ধীয় এক বিশেষ বাতৰি ভাইৰেল হৈছে চ’চিয়েল মেডিয়াত। বাতৰিটোত কোৱা হৈছে যে ভয়ংকৰ ঘূৰ্ণীবতাহ ধাৱমান হৈছে উত্তৰ পূৰ্বাঞ্চলৰ দিশে। Facebook Link |  Archived Link এনে ধৰণৰ খবৰ আমি ইয়াত আৰু ইয়াতো পালোঁ। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে প্ৰাসংগিক কীৱ’ৰ্ড চাৰ্ছ কৰিলোঁ […]

Continue Reading

এই ভিডিঅ’টোত অক্ষয় কুমাৰে মণিপুৰৰ ঘটনাৰ বিষয়ে কোৱা নাই।

মণিপুৰত দুগৰাকী কুকি সম্প্ৰদায়ৰ মহিলাৰ ওপৰত হোৱা জঘন্য নিৰ্যাতনৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে সমগ্ৰ দেশতে ব্যাপক প্ৰতিবাদৰ সূচনা হৈছে। মণিপুৰৰ কাংপকপি জিলাত ৪ মে’ত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হোৱাৰ এদিন পিছতে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। আক্ৰমণকাৰীসকল আছিল মেইটেই। ইয়াৰ পিছতে পি এম মোদীয়ে অভিযুক্তক ৰেহাই দিয়া নহ’ব […]

Continue Reading

মণিপুৰত সঁচাকৈ কুকি আৰু মেইতেই জনগোষ্ঠীৰ মাজত এইদৰে গুলিচালনাৰ ঘটনা ঘটিছে নেকি? 

অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰত জনজাতিকৰণক লৈ এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। পাহাৰত বাস কৰা মেইতেইসকলক জনজাতিৰ মৰ্যাদা দিয়াক লৈ উলিওৱা এক সমদলৰ পাছতে ৰাজ্যখনত এক অগ্নিগৰ্ভা পৰিস্থিতি বিৰাজ কৰে। All-Tribal Students’ Union Manipurএ মেইতেইসকলৰ জনজাতিৰ মৰ্যাদা দিয়াৰ বিৰুদ্ধে ৩ মে ২০২৩ উলিয়াইছিল এই সমদল। য’ৰ পৰা এই হিংসাত্মত ঘটনাই ভয়াৱহ ৰূপ ধাৰণ কৰে। চুৰাছান্দপুৰৰ পৰা […]

Continue Reading

চীনদেশত সঁচাকৈয়ে পোক পৰুৱাৰ বৰষুণ হৈছেনে?

শেহতীয়াকৈ চ’চিয়েল মেডিয়াত এটা ভিডিঅ’ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে পথত ৰখাই থোৱা গাড়ীবোৰৰ ওপৰত পোক সদৃশ কিছুমান বস্তু পৰি আছে। দাবী কৰা হৈছে যে এয়া চীনৰ দৃশ্য আৰু তাত পোক পৰুৱাৰ বৰষুণ হৈছে। তেনে এটা পোষ্ট আমি ফেচবুকত পালোঁ য’ত লিখা আছিল এইদৰে – “চীনত পোক পৰুৱাৰ বৰষুণ! অসংখ্য পোক-পৰুৱাই সন্ত্ৰাসৰ সৃষ্টি কৰিছে […]

Continue Reading

২০২৩ বৰ্ষৰ ভূগোল বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা নাই।

২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰশ্নকাকত ফাদিলৰ ঘটনাই সমগ্ৰ অসমতে তোলপাৰ লগোৱাৰ সময়তে শেহতীয়াকৈ ভূগোল বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলিও চ’চিয়েল মেডিয়াত বিভিন্ন পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। ভূগোল বিষয়ৰ প্ৰশ্নকাকতৰ প্ৰথম পৃষ্ঠাৰ এখন ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে।  Facebook Link | Archived Link Facebook Link | Archived Link Facebook Link | Archived […]

Continue Reading

এই ভিডিঅ’টো তামিলনাডুৰ চেন্নাইৰ নহয়

অলপতে এটা ভিডিঅ’ আমাৰ হোৱাটচ‌এপ নম্বৰলৈ ফ’ৰৱাৰ্ড কৰা হৈছিল। “তামিলনাডুৰ চেন্নাইত কি ঘটনা ঘটি আছে” – এইদৰে আমালৈ ভিডিঅ’টো ফ’ৰৱাৰ্ড কৰা হৈছিল। ভিডিঅ’টোত দেখা গৈছে যে তিনিজন মাস্ক পৰিহিত মানুহে এজন ব্যক্তিক  আক্ৰমণ কৰিছে আৰু ব্যক্তিজন দৌৰি পলাইছে। Archived Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা নিৰূপণ […]

Continue Reading

এই ভিডিঅ’ ক্লিপকেইটা তাজিকিস্তানৰ ভূমিকম্পৰ হয়নে?

যোৱা ২৩ ফেব্ৰুৱাৰীত তাজিকিস্তানত হোৱা ৬.৮ প্ৰাবল্যৰ ভূমিকম্প‌ৰ কম্পন চীন আৰু অন্যান্য চুবুৰীয়া দেশতো অনুভূত হৈছিল। ইয়াৰ পিছতে চ’চিয়েল মেডিয়াত তাজিকিস্তানৰ ভূমিকম্পৰ বুলি দাবী কৰি বিভিন্ন ভিডিঅ’ শ্বেয়াৰ হোৱা দেখা গৈছে। এনেধৰণৰ এটা ভিডিঅ’ আমি ফেচবুকত পালোঁ। তাজিকিস্তানৰ ভূমিকম্প বুলি মূল ভিডিঅ’টোৰ আৰম্ভণিত দুটা ভিডিঅ’ ক্লিপ দেখুৱাই বাতৰি পৰিৱেশন কৰা হৈছিল। Facebook Link | Archived […]

Continue Reading