পিয়াঁজৰ দাম বাঢ়িলেও ‘মোৰ ওপৰত প্ৰভাৱ নপৰে’ বুলি মন্ত্ৰী সীতাৰমনে কোৱা নাছিল!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট ভাৰতৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ এক বিশেষ ভিডিঅ’য়ে সমগ্ৰ দেশতে তোলপাৰ লগাইছে । ভিডিঅ’টোত সীতাৰমনক সংসদত কথা কৈ থকা দেখা গৈছে আৰু এই ভিডিঅ’টো ছচিয়েল মিডিয়াত বহুতে প্ৰচাৰ কৰি দাবী কৰিছে যে ভাৰতৰ বিত্ত মন্ত্ৰী গৰাকীয়ে পিয়াঁজৰ বৰ্ধিত দামৰ বিষয়ে প্ৰশ্নৰ উত্তৰত ইনচেনচিটিভ হৈ কথা কৈছে । ভাইৰেল পোষ্টবিলাকত সীতাৰমনে […]

Continue Reading

এইখন হাইদৰাবাদৰ বলাতকাৰ আৰু হত্যা ঘটনাৰ অভিযুক্তৰ এনকাউণ্টাৰৰ ফটো নহয়!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শেহতীয়াকৈ তেলেংগানাৰ এগৰাকী ২৬ বছৰীয়া যুৱতী ভেটেৰিনেৰী ডক্টৰক নিৰ্মম ভাৱে বলাতকাৰ কৰি হত্যা কৰি পাছত জ্বলাই দিয়া ঘটনাই গোটেই দেশকে জোকাৰি গ’ল । ঘটনায়ে মোৰ সলালে যেতিয়া অপৰাধটোৰ চাৰি অভিযুক্ত ৬ নৱেম্বৰ, ২০১৯ তাৰিখে পুলিচ জিম্মাৰ পৰা পলাব লওঁতে এক এনকাউণ্টাৰত হঠাৎ মৰা গ’ল ।  ইয়াৰ পাছতেই এখন বিশেষ ফটো […]

Continue Reading

নিৰ্ভয়া হেল্প লাইন নম্বৰ ‘৯৮৩৩৩১২২২২’ ২০১৮ চনতে বন্ধ কৰি দিয়া হৈছিল

যিসময়ত তেলেংগানাৰ এগৰাকী ২৬ বছৰীয়া যুৱতী ভেটেৰিনেৰী ডক্টৰক নিৰ্মম ভাৱে বলাতকাৰ কৰি হত্যা কৰি পাছত জ্বলাই দিয়া ঘটনাই গোটেই দেশকে জোকাৰি গৈছে, সেইসময়ত নিৰ্ভয়া হেল্প লাইন নম্বৰ বুলি এক বিশেষ ফোন নম্বৰ ছচিয়েল মিডিয়া যেনে ফেচবুক আৰু হোৱাটচ এপ্পত ভাইৰেল হৈ পৰিছে । অসমতো ২০১৭ আৰু ২০১৮ চনৰ উক্ত ফোন নম্বৰটো শ্বেয়াৰ কৰা পুৰণা ফেচবুক […]

Continue Reading

এইখন তেলেংগানাৰ বলাতকাৰ ঘটনাৰ অভিযুক্তক পুলিচে পিটি থকা ফটো নহয়!

শেহতীয়াকৈ তেলেংগানাৰ এগৰাকী ২৬ বছৰীয়া যুৱতী ভেটেৰিনেৰী ডক্টৰক নিৰ্মম ভাৱে বলাতকাৰ কৰি হত্যা কৰি পাছত জ্বলাই দিয়া ঘটনাই গোটেই দেশকে জোকাৰি গৈছে । চাৰি অভিযুক্তই যুৱতী গৰাকীৰ গাড়ীৰ চকা ফুটাৰ পাছত সহায় কৰাৰ চলেৰে কাষলৈ আহি পাছত আক্ৰমণ কৰে ।  ইয়াৰ মাজতেই, এখন ফটো সমগ্ৰ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত এজন মানুহক কেইজনমান পুলিচে […]

Continue Reading

অসমৰ গামোচাই সঁচাকৈ পালে নে জি আই টেগ?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট সম্প্ৰতি অসমত এক বিশেষ বাতৰি ভাইৰেল হৈ পৰিছে । অসমৰ গামোচাক ভৌগোলিক সূচাংক (Geographical Indication, GI) প্ৰদান কৰা হ’ল বুলি ছচিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ উপৰিয়ো কিছুমান মূলসুঁতিৰ নিউজ গোষ্ঠীয়েও বাতৰি প্ৰকাশ কৰা দেখা গৈছে । ভৌগোলিক সূচাংক বা জি আই হৈছে কোনো কোনো বস্তুৰ আঞ্চলিক পৰিচয় অটুট ৰখাত সহায় কৰা […]

Continue Reading

ভাইৰেল ফটোৰ ল’ৰাজন পাবজি গেম খেলি মানসিক ৰোগী হৈ পৰা নাই!

ছচিয়েল মিডিয়াৰ জৰিয়তে এখন বিশেষ ফটো সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছে । অসমতো হোৱাটচ এপ্পৰ জৰিয়তে এই বিশেষ ফটোখন ব্যাপক ভাৱে প্ৰচাৰ হৈছে । ফটোখনত এজন বেমাৰী যেন লগা ল’ৰাক হস্পিটেলৰ ৰোগীৰ ইউনিফৰ্মত নিজৰ মাক-দেউতাকৰ সৈতে দেখা গৈছে । ল’ৰাজনৰ মূৰত এডালো চুলি নাই আৰু ফটোখনৰ কেপচনত দাবী কৰা হৈছে যে উক্ত ল’ৰাজনৰ মগজুত পাবজি […]

Continue Reading

বন্ধন বেংক আৰু আন মাইক্ৰ ফাইনেঞ্চ বেংকবোৰ অসমত বন্ধ হৈ পৰিব নেকি?

ইউটিউব লিংক | সংৰক্ষিত লিংক ছচিয়েল মিডিয়া বিশেষকৈ ফেচবুক আৰু ইউটিউবত এক বাতৰি ভাইৰেল হৈ পৰিছে । ভাইৰেল হোৱা বাতৰি/ভিডিঅ’ মতে অসমত বন্ধন বেংক আৰু আন কিছুমান মাইক্ৰ ফাইনেঞ্চ বেংক অচিৰেই বন্ধ হৈ পৰিব । উক্ত ভিডিঅ’টো প্ৰথমতে ‘টিকে মাইণ্ড’ নামৰ এটা ইউটিউব চেনেলত নৱেম্বৰ ৩, ২০১৯ তাৰিখে আপলোড কৰা হৈছিল আৰু উক্ত ভিডিঅ’টো ইতিমধ্যে […]

Continue Reading

জেএনইউৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদী আন্দোলনত প্ৰদৰ্শন কৰা হৈছিল নেকি ‘আৰএছএছ মুর্দাবাদ’ প্লেকাৰ্ড?

ছচিয়েল মিডিয়াৰ জৰিয়তে এখন বিশেষ ফটো সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছে । অসমতো হোৱাটচ এপ্পৰ জৰিয়তে এই বিশেষ ফটোখন ব্যাপক ভাৱে প্ৰচাৰ হৈছে  । ফটোখনত এগৰাকী মহিলাক হাতত এখন “আৰএছএছ মুর্দাবাদ” বুলি প্লেকাৰ্ড লৈ এক আন্দোলনত ভাগ লোৱা দেখা গৈছে । এই ফটোখন বৰ্তমান জেএনইউ’ত (জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি) মাচুল বৃদ্ধিৰ প্ৰতিবাদত হৈ থকা আন্দোলনৰ সময়ৰ […]

Continue Reading

এইটো ডিব্ৰুগড়ৰ সঞ্জীৱনী হস্পিটেলৰ চিচি টিভিত ৰেকৰ্ড হোৱা ভূতৰ ভিডিঅ’ নেকি?

ইউটিউব লিংক | সংৰক্ষিত লিংক  ছচিয়েল মিডিয়াত (ইউটিউব আৰু হোৱাটচ এপ্প) এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । উক্ত ভিডিঅ’টোত আমি মাইকী মানুহ এগৰাকী আকৃতি এটাক অস্বাভাৱিক ক্ষিপ্ৰতাৰে ৱাল আৰু খুটাৰে ওপৰ মহলা এটালৈ বগুৱাই যোৱা দেখিছোঁ । আকৃতিটো ওপৰ মহলা গৈ পোৱাৰ পাছত জঁপিয়াই নামি পৰে আৰু দুই ভৰি আৰু হাতেৰে আগুৱাই গৈ ক্ৰমে […]

Continue Reading

এইখন পৃথিৱীৰ ক্ষুদ্ৰতম চৰাই হামিংবাৰ্ডৰ দুষ্প্ৰাপ্য ছবি নেকি?

ছচিয়েল মিডিয়াৰ জৰিয়তে এখন বিশেষ ফটো সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছে । অসমতো হোৱাটচ এপ্পৰ জৰিয়তে এই বিশেষ ফটোখন ব্যাপক ভাৱে প্ৰচাৰ হৈছে  । ফটোখনত মানুহৰ নখটোতকৈও সৰু, অতি ক্ষুদ্ৰ চৰাই এটা দেখা গৈছে । দাবী কৰা হৈছে যে এইয়া হ’ল হামিংবাৰ্ড চৰাই যি পৃথিৱীৰ আটাইতকৈ সৰু চৰাই বুলি জনাজাত । অসমত হোৱাটচ এপ্পৰ জৰিয়তে […]

Continue Reading