VVD

img { width: 750px; } iframe.movie { width: 750px; height: 450px; } Бонусы и акции для пользователей Vavada Бонусы и акции для пользователей Vavada Узнайте о бонусах и акциях Vavada для новых и постоянных пользователей. Выгодные предложения, подарки и акции, которые сделают игру незабываемой! Бонусы и акции для новых и постоянных пользователей Vavada Рекомендуется обратить […]

Continue Reading

Slotssport

body { background-color: #f0f8ff; font-family: ‘Courier New’, sans-serif; line-height: 1.5; padding: 15px; } p { font-size: 16px; } Fetch WP Rocket v3.15 At no charge WP Extension Now Fetch WP Rocket v3.15 At no charge WordPress CMS Extension Now Important: Fetch WP Rocket v3.15 for at no charge and enhance your WordPress CMS site’s performance. […]

Continue Reading

ভাৰত আৰু চীনৰ সৈন্যৰ মাজত হোৱা সংঘৰ্ষৰ পুৰণি ভিডিঅ’ ৯ ডিচেম্বৰৰ ভিডিঅ’ বুলি ভাইৰেল

শেহতীয়াকৈ ভাৰতীয় সেনাই ঘোষণা কৰে যে যোৱা ৯ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ টাৱাং ছেক্টৰত ভাৰত আৰু চীনৰ সৈন্যৰ মাজত এক সংঘৰ্ষ হৈছিল। বাতৰি অনুসৰি পিপলছ লিবাৰেচন আৰ্মীৰ জোৱানে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এল এ চি) পাৰ হৈ অহাৰ ফলত এই সংঘৰ্ষ সংঘটিত হয়। ইয়াৰ পাছতেই ছচিয়েল মিডিয়াত উক্ত সংঘৰ্ষৰ ভিডিঅ’ বুলি দাবী কৰি বিভিন্ন পুৰণি ভিডিঅ’ মিছাকৈ […]

Continue Reading

পেপচিৰ বেশত বিয়েৰ! এইখন কাটাৰৰ ফিফা বিশ্বকাপ ২০২২ৰ ছবি হয় নে? 

ইছলামিক ৰাষ্ট্ৰ কাটাৰত সম্প্ৰতি চলি আছে ২০২২ চনৰ ফিফা বিশ্বকাপ। যেতিয়া পৰা কাটাৰক বিশ্বকাপ আয়োজনৰ অধিকাৰ প্ৰদান কৰা হৈছিল, তেতিয়াৰে পৰা স্থানীয় আয়োজক আৰু বিশ্ব ফুটবলৰ নেতাসকলে জোৰ দি আহিছে যে বিয়েৰ অনুৰাগীৰ বাবে উপলব্ধ হ’ব। কিন্তু আন্তঃৰাষ্ট্ৰীয় ফুটবল শাসক সংস্থা ফিফাই ইভেণ্টৰ প্ৰথমখন খেলৰ দুদিন পূৰ্বে বিশ্বকাপৰ মেচৰ সময়ত ষ্টেডিয়ামৰ ভিতৰত মদ্যপান নিষিদ্ধ কৰাৰ […]

Continue Reading

এইটো কাটাৰৰ ফিফা বিশ্বকাপ ২০২২ৰ উদ্বোধনী অনুষ্ঠানৰ সময়ৰ ভিডিঅ’ হয়নে?

কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপ ২০২২ৰ উদ্বোধনী অনুষ্ঠানৰ পিছত ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছে এখন ষ্টেডিয়ামৰ খেলপথাৰত সহস্ৰাধিক ৰাইজে নমাজ পঢ়ি থকা এটা ভিডিঅ’। ফেচবুক ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে ভিডিঅ’টোত কাটাৰ ফুটবল ষ্টেডিয়ামত নামাজ পঢ়া দেখা গৈছে। এই ধৰণৰ কেবাটাও পোষ্ট ফেচবুকত আপলোড তথা শ্বেয়াৰ হোৱা দেখা গৈছে ।  Facebook Link | Archived Link আমি দাবীটোৰ […]

Continue Reading

এইটো অৰুণাচল প্ৰদেশৰ নতুন ডনি প’লো বিমানবন্দৰৰ ভিডিঅ’ নহয়!

বাঁহেৰে সজোৱা এক আকৰ্ষণীয় অট্টালিকাৰ ভিডিঅ’ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে আৰু এইয়া অৰুণাচল প্ৰদেশৰ নতুন ডনি প’লো বিমানবন্দৰ বুলি দাবী কৰা হৈছে । এই বিমানবন্দৰৰ ডিজাইনত পৰম্পৰাগত বাঁহ ব্যৱহাৰ কৰা হৈছে বুলি দাবী কৰা হৈছে । ফেক্ট ক্ৰেছেণ্ডৰ পাঠকে ‘এই ভিডিঅ’টো অৰুণাচল প্ৰদেশৰ নতুন ডনি প’লো বিমানবন্দৰ’ বুলি দাবী কৰি আপলোড কৰা এক […]

Continue Reading

শেহতীয়াকৈ ইমৰাণ খানৰ ওপৰত সংঘটিত আক্ৰমণৰ সৈতে এই ছবিখনৰ কোনো সম্পৰ্ক নাই!

শেহতীয়াকৈ পাকিস্তানৰ ৱাজিৰাবাদত এক প্ৰতিবাদী সমাৱেশৰ সময়ত অচিনাক্ত বন্দুকধাৰীয়ে গুলীচালনা কৰাত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান আঘাতপ্ৰাপ্ত হয়। তেওঁক ততাতৈয়াকৈ লাহোৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু এতিয়া তেওঁ বিপদ মুক্ত হৈছে । এনে পৰিস্থিতিত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ওপৰলৈ হাত উঠাই এখন বগা চাদৰত শুই থকা এখন ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে […]

Continue Reading

মমতা বেনাৰ্জীয়ে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীৰ ছবি অংকন কৰিছিল নেকি? 

পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি অংকন কৰি থকা যেন দেখা এখন ফটো অসমত ছ’চিয়েল মিডিয়াৰ যোগেদি ভাইৰেল হৈ আছে। এজন হোৱাটচ‌এপ ব্যৱহাৰকাৰীয়ে আমাৰ Factline নম্বৰত উক্ত ফটো থকা এক ফেচবুক লিংক আমাৰ লগত শ্বেয়াৰ কৰিছিল। Archived Link পোষ্টটোৰ কেপচনত লিখা আছে: “ফটো এখন পালোঁ।  চাওক চোন সকলোৱে। মই বহু দিনৰ পূৰ্বে #কৈছিলোঁ,,, যে  […]

Continue Reading

পথাৰত এই অদ্ভুত দেখাত পোকটোৱে কামোৰাৰ ফলত কৃষকৰ মৃত্যু হৈছে নেকি?

শেহতীয়াকৈ অসমত কিছু বিশেষ ছবি হোৱাটছএপৰ যোগেদি ভাইৰেল হৈ পৰিছে । ভাইৰেল ছবিবোৰত দেখা গৈছে এক সেউজীয়া কৃমি প্ৰকৃতিৰ পোক আৰু লগতে এজন লোকৰ মৃতদেহ দেখা গৈছে । দাবী কৰা হৈছে যে এই অদ্ভুত দেখাত পোকটোৱে কামোৰাৰ ফলত কৃষকজনৰ মৃত্যু হৈছে ।  আমালৈ আমাৰ হোৱাটচ‌এপ নম্বৰতও উক্ত ভাইৰেল ফটো সম্বলিত দাবী সত্যতা নিৰূপণৰ বাবে পঠোৱা […]

Continue Reading

সঁচাকৈ মোদীয়ে কেমেৰাৰ লেন্স কেপ লগাই ফটো ক্লিক কৰিছিল নেকি? 

১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লোকে ছ’চিয়েল মিডিয়া শুভেচ্ছাৰে ভৰাই দিয়াৰ সময়তে একাংশ লোকে প্ৰধানমন্ত্ৰীৰ এখন ছবি শ্বেয়াৰ কৰি এক বিভ্ৰান্তিকৰ দাবী কৰে। ছবিখনত দেখা গৈছে যে মোডীয়ে Canon বুলি লিখা কেমেৰাৰ লেন্স কেপটো আঁতৰাই নিদিয়াকৈ ফটো ক্লিক কৰি আছে।  যি সময়ত একাংশ লোকে এই সুযোগতে মোদীক সমালোচনা কৰিছিল; কিছুমানে […]

Continue Reading