জানুৱাৰীত হোৱা ইষ্টেমাত অংশ ল’বলৈ অহা ইছলাম ধৰ্মী লোকৰ দৃশ্যকে পশ্চিম বংগৰ পৰা পলায়ন কৰা কৰা বাংলাদেশীৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে।

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা দৃশ্য আপলোড কৰি সেয়া পশ্চিম বংগৰ নতুন মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে অবৈধ বাংলাদেশীক শীঘ্ৰেই ৰাজ্যখন এৰি যাবলৈ সকিয়নী দিয়াৰ পাছত ৰাজ্যখনত থকা লাখ লাখ বাংলাদেশীয়ে এইদৰে পলায়ন কৰিবলৈ যোৱা দৃশ্য বুলি দাবী কৰা হৈছে- লিখিছে-  পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে সকীয়নী দিয়াৰ পাছতেই বাংলাদেশী এনেদৰে ভাগিবলৈ আৰম্ভ কৰিছে । Facebook […]

Continue Reading

অসমৰ প্ৰসিদ্ধ ইংৰাজী দৈনিক বাতৰি কাকত ‘দ্য আছাম ট্ৰিবিউন’ আদানী গ্ৰুপক বিক্ৰী কৰি দিয়া হোৱা নাই।

শেহতীয়াকৈ অসমৰ কেইটামান ফেচবুক একাউণ্টত এটা দাবী উত্থাপন কৰি পোষ্ট কৰা হৈছে যে অসমৰ ঐতিহাসিক, প্ৰসিদ্ধ ইৰাজী দৈনিক বাতৰি কাকত ‘দ্য আছাম ট্ৰিবিউন’খন আদানী গ্ৰুপক বিক্ৰী কৰি দিয়া হৈছে। Facebook Link Archived Link Facebook Link Archived Link একেই দাবীৰে অন্য পোষ্ট ইয়াতো চাব পাৰিব।  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন […]

Continue Reading

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউএইৰ ৰাষ্ট্ৰপতিৰ জোতা চাফা কৰি দিয়া ভিডিঅ’টো মিছা, AI Generated। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউএইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ জোতা চাফা কৰি দিছে। ভিডিঅ’টোত ব্যৱহাৰকাৰীয়ে নিজ মুখে সেই কথা কোৱা আৰু সেই দৃশ্যটো সংলগ্ন কৰা দেখা গৈছে।     Facebook LinkArchived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই […]

Continue Reading

ইজৰাইলৰ হাইফা বন্দৰৰ দুমাহ পুৰণি দৃশ্যকে ইৰাণৰ শেহতীয়া আক্ৰমণ বুলি দাবী কৰা হৈছে।

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত যোৱা ২০ মে’ ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলৰ হাইফা বন্দৰত ইৰাণৰ মিছাইল আক্ৰমণৰ ফলত সংঘটিত হোৱা জুই বুলি দাবী কৰিছে। ঘটনাটো উল্লিখিত দিনটোৰ বুলি পোষ্টটোৰ জৰিয়তে দাবী কৰা হৈছে।    Facebook LinkArchived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সত্যতা […]

Continue Reading

নেপালৰ পুৰণি আন্দোলনৰ দৃশ্যকে কলকাতাৰ বৰ্তমানৰ দৃশ্য বুলি দাবী কৰা হৈছে। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি সেয়া পশ্চিমবংগৰ কলকাতাৰ শেহতীয়া পৰিস্থিতি বুলি দাবী কৰিছে। তাত দেখা গৈছে বিভিন্ন যুৱকে যাব-বাহনত আক্ৰমণ কৰিছে তথা সমীপৰ অট্টালিকাত অগ্নিসংযোগ কৰিছে।    Facebook LinkArchived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণিতে আমি সেই […]

Continue Reading

প্ৰাগ নিউজৰ ল’গো ব্যৱহাৰ কৰি ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, সাংবাদিক অজিত কুমাৰ ভূঞাৰ মৃত্যু হোৱা বুলি মিছাকৈ প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত অসমৰ এক সংবাদ প্ৰতিষ্ঠান প্ৰাগ নিউজৰ ল’গো ব্যৱহাৰ ব্যৱহাৰ কৰি অসমৰ বিশিষ্ট সাংবাদিক,সাহিত্যিক তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ অজিত কুমাৰ ভূঞাৰ ফটোত লিখা হৈছে – ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ অজিত কুমাৰ ভূঞাৰ মৃত্যু। GMCHৰ ICUত চিকিত্সাধীন আছিল সাংবাদিকগাৰকী। এইদৰে প্ৰাক্তন সাংসদগৰাকীৰ মৃত্যু ঘটা বুলি দাবী কৰা হৈছে। Facebook LinkArchived Link কিন্তু দাবীটো […]

Continue Reading

বংগত মুৰত আঘাত পোৱা বুলি মিছাকৈ প্ৰদৰ্শন কৰা মহিলাৰ সত্যতা ফাদিল।   

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত ৬ মে’ ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া পশ্চিম বংগৰ শেহতীয়া বিধানসভা নিৰ্বাচনৰ পাছত তৃণমূল কংগ্ৰেছৰ এগৰাকী মহিলা কৰ্মীয়ে মিছাকৈ মুৰত বেণ্ডেজ লগাই বিজেপিৰ কৰ্মীয়ে আঘাত কৰা বুলি বিভ্ৰান্তি প্ৰচাৰ কৰা দৃশ্য। লিখিছে-  তৃণমূল কংগ্ৰেছৰ সমৰ্থকৰ নাটক চাওক। বিজেপি কৰ্ম কৰ্তাই উদঙালে ভণ্ডামী। ৰাইজক বিপথে পৰিচালিত কৰিবলৈ […]

Continue Reading

পশ্চিম বংগত বিজেপিৰ বৃহৎ জয়ৰ পাছতে হাওৰা ব্ৰীজত জয় শ্ৰী ৰাম ধ্বনি দিয়া দাবীটো সত্য নহয়।   

শেহতীয়াকৈ অসমৰ কেইবাটাও ফেচবুক পেজত ৫ মে’ ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া পশ্চিম বংগৰ শেহতীয়া বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে জয়লাভ কৰাৰ পাছত হাওৰা ব্ৰীজত সমৰ্থকসকলে জয় শ্ৰী ৰাম ধ্বনি দিয়া দৃশ্য। লিখিছে- পশ্চিম বংগত বিজেপিৰ বৃহৎ জয়ৰ পিছতে হাওৰা ব্ৰীজত গুঞ্জৰিছে জয় শ্ৰী ৰাম ধ্বনিৰে। Facebook LinkArchived Link একেই দাবী […]

Continue Reading

এয়া বাংলাদেশৰ বন বিভাগৰ শেহতীয়াকৈ প্ৰৱৰ্তন কৰা নতুন ইউনিফৰ্ম নহয়।     

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত ২৬ এপ্ৰিল ২০২৬ত এখন ফটো আপলোড কৰি সেয়া বাংলাদেশৰ বন বিভাগৰ নতুন পোচাক বুলি দাবী কৰিছে। ফটোখনত দুগৰাকী ব্যক্তিয়ে জন্তুৰ চালৰ পোচাক পিন্ধি থকা দেখা গৈছে। লিখিছে- বাংলাদেশ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নতুন পোচাক,,,চিকাৰী দেখিলেই এক মিনিটত খাটনা কৰি দিয়া হ’ব।। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো […]

Continue Reading

তৃণমূল কংগ্ৰেছে প্ৰথম পৰ্যায়ত ১৫,১৬খনো আসন নাপায় বুলি নেতা অনুব্ৰত মণ্ডলে কোৱা নাই।  

শেহতীয়াকৈ অসমৰ কেইটামান ফেচবুক একাউণ্টত ২৪ এপ্ৰিল ২০২৬ত পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা অনুব্ৰত মণ্ডলে সংবাদ মাধ্যমৰ আগত দিয়া এটা মন্তব্য আপলোড কৰি দাবী কৰিছে যে শেহতীয়া পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰসংগত তেওঁ কৈছে যে এই ভোটগ্ৰহণত তৃণমূল কংগ্ৰেছে প্ৰথম পৰ্যায়ত ১৫-১৬খন আসনো লাভ নকৰে। তেওঁৰ মণ্ডব্যত শুনা গৈছে যে – “প্ৰথম পৰ্যায়ত ১৫-১৬খন আসনও […]

Continue Reading