ভাৰতীয় ৰিজাৰ্ভ বেংকে বৰ্তমানৰ মুদ্ৰা আৰু বেংকনোটৰ কোনো পৰিৱৰ্তন বিবেচনা কৰা নাই

শেহতীয়াকৈ ছ’চিয়েল মিডিয়া ফেচবুকত বিভিন্ন পোষ্ট শ্বেয়াৰ কৰা হৈছিল যে ভাৰতীয় টকাৰ নোটখনত গান্ধীৰ ছবিৰ সলনি ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু এ পি জে আব্দুল কালামৰ ছবি থাকিব। এনে ধৰণৰ বিভিন্ন পোষ্ট অসমত ফেচবুকৰ যোগেদি ভাইৰেল হৈ পৰিছে । বিভিন্ন ফেচবুক প্ৰফাইল তথা পে’জৰ পৰা এনে ধৰণৰ দাবী সম্বলিত পোষ্ট আপলোড তথা শ্বেয়াৰ কৰা দেখা গৈছে । […]

Continue Reading

দেশত নতুন এহেজাৰ টকীয়া মুদ্ৰাৰ প্ৰচলন কৰা হৈছে নেকি?

ছচিয়েল মিডিয়াৰ জৰিয়তে এখন বিশেষ ফটো সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছে । অসমতো  হোৱাটচ এপ্পৰ জৰিয়তে এই বিশেষ ফটোখন ব্যাপক ভাৱে প্ৰচাৰ হৈছে । ফটোখনত এটা মুদ্ৰা দেখা গৈছে আৰু লগত কেপচন দিয়া হৈছে যে এইয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই শেহতীয়াকৈ প্ৰচলন কৰা নতুন এহেজাৰ টকীয়া মুদ্ৰা ।  ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই সঁচাকৈ নতুন এহেজাৰ […]

Continue Reading

এইছ ডি এফ চি বেংক সঁচাকৈ দেউলীয়া হৈছে নেকি?

সম্প্ৰতি ছচিয়েল মিডিয়া যেনে ফেচবুক বা হোৱাটচ এপ্পত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । এইছ ডি এফ চি বেংকৰ এখন পাছবুকৰ প্ৰথম পৃষ্ঠাৰ এই ফটোখনে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো তোলপাৰ লগাইছে । উক্ত পাছবুকখনত এটা ষ্টাম্প দেখা গৈছে য’ত লিখা আছে যে বেংকত থকা জমা ধন ডি আই চি জি চি (DICGC) সৈতে বীমা […]

Continue Reading