AI Generated ভিডিঅ’ৰে গোৱাত ভূমিকম্প অহা দৃশ্য বুলি মিছাকৈ প্ৰচাৰ।
শেহতীয়াভাৱে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে যোৱা ১৫জুন ২০২৫ত ৰাতিপুৱা ৬ বজাত গোৱাত হোৱা এক ভূমিকম্পত ৭০ হেজাৰ লোকৰ মৃত্যু ঘটিছে। ভিডিঅ’টোত দেখা গৈছে যে বৰ বৰ অট্টালিকা খহি পৰিছে আৰু বিভিন্ন লোক তথা যান বাহন তীব্ৰ গতিত অহা-যোৱা কৰিছে। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি […]
Continue Reading