আলজেৰিয়াৰ এটা ফুটবল ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ দৃশ্যকে ইজৰাইলৰ ইৰাণ আক্ৰমণৰ দৃশ্য  বুলি দাবী। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলে ইৰাণৰ ওপৰত চলোৱা আক্ৰমণৰ দৃশ্য বুলি দাবী কৰা হৈছে। লিখিছে- ইজৰাইলৰ প্ৰতিশোধ! ইৰাণৰ ওপৰত চলোৱা এই আক্ৰমণে তৃতীয় বিশ্বযুদ্ধৰ আগজাননী দিছে নেকি? আপোনাৰ মতামত কমেন্টত জনাওক। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ […]

Continue Reading

ভিক্টৰ দাসক ৰাইজৰ দলৰ মুখপাত্ৰৰ দায়িত্ব দিয়া নাই। এয়া ভুৱা খবৰ। 

শেহতীয়াকৈ অসমৰ  বিভিন্ন ফেচবুক পেজত এটা খবৰ বিয়পি পৰিছে যে ভিক্টৰ দাসক অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ মুখপাত্ৰ হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে। অখিল গগৈ আৰু ভিক্টৰ দাসৰ ফটো সম্বলিত পোষ্টেৰে এই দাবী প্ৰচাৰ কৰা হৈছে। Facebook Link Archived Link Facebook Link Archived Link Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো […]

Continue Reading

চাইনব’ৰ্ডত থাৰ ওলমি ৰোৱা দৃশ্যটো AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট।     

শেহতীয়াকৈ অসমৰ বিভিন্ন ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে এখন মহিন্দ্ৰা থাৰ বাহন উৰি গৈ ৰাষ্ট্ৰীয় ঘাইপথত থকা সু- উচ্চ পথ নিৰ্দেশক চাইনব’ৰ্ডত লাগি ধৰিছে। কোনো কোনোৱে সেয়া দিল্লী-গুৰুগ্ৰাম পথৰ দৃশ্য বুলি দাবী কৰিছে।    Facebook Link Archived Link একেই দাবীৰে  কৰা পোষ্ট ইয়াত আৰু ইয়াত চাব পাৰিব। কিন্তু দাবীটো সত্য হয়নে? আমি […]

Continue Reading

ছ’চিয়েল মিডিয়াত বিজেপিৰ বিৰোধিতা কৰি থকা সাংবাদিকৰ সংবাদ প্রতিষ্ঠানলৈ বিজেপিয়ে বিজ্ঞাপন বন্ধ কৰিব নোৱাৰিব বুলি গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদকে কোৱা নাই। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা পোষ্ট কৰা হৈছে। পোষ্টটোত গুৱাহাটী প্ৰেছ ক্লাৱৰ চাইনব’ৰ্ডখনৰ ফটোখন আপলোড কৰি তাত টেক্সট ওভাৰলে’ কৰি লিখিছে-  ছ’চিয়েল মিডিয়াত বিজেপিৰ বিৰোধিতা কৰি থকা সাংবাদিকৰ সংবাদ প্রতিষ্ঠান বিজেপিয়ে বিজ্ঞাপন বন্ধ কৰিব নোৱাৰিব- সম্পাদক, গুৱাহাটী প্ৰেছ ক্লাৱ। এইদৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদক অমৰেন্দ্ৰ ডেকাই এই মন্তব্য কৰা বুলি দাবী কৰিছে।  Facebook Link […]

Continue Reading

এই মন্তব্য ত্ৰিদিব ভাগৱতীয়ে কৰা নাই। দাবীটো মিছা। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা পোষ্ট কৰা হৈছে। পোষ্টটোত যুৱ বক্তা ত্ৰিদিব ভাগৱতীৰ ফটো ব্যৱহাৰ কৰি কিছু মন্তব্য লিখা হৈছে। দাবী কৰা হৈছে সাংসদ গৌৰৱ গগৈ সন্দৰ্ভত ত্ৰিদিব ভাগৱতীয়ে সেই মন্তব্য কৰিছে। কেপছনত লিখিছে- এগৰাকী সাংসদৰ এনে দেশদ্ৰোহী কৰ্ম সঁচাকৈয়ে লজ্জাজনক’। যুৱ লেখক ত্ৰিদিপ ভাগৱতীৰ মন্তব্য। ফটোখনত টেক্সট ওভাৰলে’ কৰি লিখা হৈছে- কথাবোৰ মিছা […]

Continue Reading

ডেনমাৰ্কৰ সংসদত জীৱ-জন্তু ক্ৰয়ক লৈ হোৱা আলোচনাকেন্দ্ৰীক দৃশ্যকে ট্ৰাম্পৰ শান্তিৰ নবেল সম্পৰ্কত মিছাকৈ প্ৰচাৰ কৰা হৈছে।   

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শান্তিৰ নোবেল বঁটাৰ দাবী কৰাৰ পাছত ডেনমাৰ্কৰ সংসদত সাংসদ সকলে হাঁহি হাঁহি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ দৃশ্য। ভিডিঅ’টোত দেখা গৈছে যে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডেৰিকছনে কোনো এটা কথাত নিজৰ হাঁহি ৰখাব পৰা নাই আৰু তাৰ পাছতে সংসদত বহি থকা […]

Continue Reading

ভিবিএছএছ প্ৰশিক্ষণ চলোৱা দৃশ্যকে বেলা ১ দখলৰ দৃশ্য বুলি মিছাকৈ দাবী কৰা হৈছে।   

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া আমেৰিকাৰ বিশেষ বাহিনীয়ে ৰাছিয়াৰ তেল টেংকাৰ ‘বেলা ১’ দখল কৰাৰ দৃশ্য।   Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টো এক বিশেষ কাৰিকৰী ব্যৱস্থাৰে কী-ফ্ৰেমত […]

Continue Reading

নাইট ষ্টকাৰৰ পুৰণি ভিডিঅ’কে আমেৰিকাৰ শেহতীয়া ভেনিজুৱেলা আক্ৰমণৰ দৃশ্য বুলি মিছাকৈ দাবী কৰা হৈছে।  

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেই দৃশ্য আমেৰিকাই যোৱা ৩জানুৱাৰী ২০২৬ত ভেনিজুৱেলাত আক্ৰমণ কৰা সময়ৰ।  Facebook Link  Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টো এক বিশেষ কাৰিকৰী ব্যৱস্থাৰে কী-ফ্ৰেমত ভাগ কৰি […]

Continue Reading

AI Generated ভিডিঅ’ৰে উত্তৰ প্ৰদেশত যমুনা এক্সপ্ৰেছৱে’ত এম্বুলেঞ্চৰ পৰা ৰোগী সৰি পৰা বুলি মিছাকৈ দাবী কৰা হৈছে।

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্য উত্তৰ প্ৰদেশৰ বুলি উল্লেখ কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এখন দ্ৰুতবেগী এম্বুলেঞ্চৰ পৰা অক্সিজন লৈ থকা ৰোগী ষ্ট্ৰেছাৰৰে সৈতে ৰাষ্টাত সৰি পৰিছে। ভিডিঅ’টোত টেস্কট ওভাৰলে’(Text Overlay) কৰি হিন্দী আৰু ইংৰাজী ভাষাত লিখা অনুসৰি সেয়া যমুনা এক্সপ্ৰেছৱেক সংঘটিত হোৱা এটা ঘটনা। Facebook Link Archived […]

Continue Reading

পুটিনে শ্ৰীমদ্ভাগৱত গীতা পঢ়ি থকা ফটোখন আচলতে AI Generated বা কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট।

শেহতীয়াকৈ অসমৰ সামাজিক মাধ্যমত এখন বিশেষ ফটো বিয়পি পৰা দেখা গৈছে। ফটোখনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বিমানৰ ভিতৰত এখন বিশেষ গ্ৰন্থ হাতত লৈ থকা দেখা যায়। ফেচবুক পোষ্টযোগে সেয়া ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনক উপহাৰ দিয়া শ্ৰীমদ্ভাগৱত গীতাখন পুটিনে পঢ়ি গৈ থকা বুলি দাবী কৰা হৈছে।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট […]

Continue Reading