FACT CHECK: পাকিস্তানী মৌলানা তাৰিক জামিল পথ দুৰ্ঘটনাত আহত হোৱাৰ বাতৰি মিছা

শেহতীয়াকৈ, ছ’চিয়েল মিডিয়া ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰা হৈছিল য’ত দাবী কৰা হৈছিল যে বিখ্যাত পাকিস্তানী মৌলানা তাৰিক জামিল এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে। পোষ্টটোত দুখন ফটোৰ এটা ক’লাজ আছে য’ত বগা পোছাক পিন্ধা এজন মানুহ বাওঁফালে ৰক্তক্ষয়ী অৱস্থাত বিচনাত পৰি আছে আৰু সোঁফালে তাৰিক জামিলৰ এখন ছবি আছে। পোষ্টটোৰ শিৰোনামটোত লিখা আছে, “উপমহাদেশৰ […]

Continue Reading

FACT CHECK: এই ভিডিঅ’টো ভাৰতীয় নৌসেনাৰ দ্বাৰা দেৱালী উদযাপনৰ নহয়!

দেৱালীৰ পিছত প্ৰতি বছৰে দেৱালী উদযাপনৰ সৈতে সম্পৰ্কিত ফৰৱাৰ্ড বাৰ্তাৰ এক ‘স্পাইক’ থাকে । যদিও মহামাৰীৰ পিছৰ পৰিস্থিতিয়ে উৎসাহ অলপ হ্ৰাস কৰিছে, এই বছৰো দেৱালী উদযাপনৰ সন্দৰ্ভত সামাজিক মাধ্যম আৰু মেচেজিং প্লেটফৰ্মৰ জৰিয়তে বিভিন্ন ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে।  শেহতীয়াকৈ অসমত হোৱাটছএপত আলোকিত জাহাজ আৰু আতচবাজীৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা […]

Continue Reading

FACT CHECK: চলমান খান আৰু আন চেলিব্ৰিটিসকলৰ সন্মুখত এজন যুৱ প্ৰদৰ্শকে কোৰাণৰ শ্লোক আবৃত্তি কৰি থকা এক মৰ্ফ কৰা ভিডিঅ’ ভাইৰেল হৈছে

ছলমান খান, বিশাল দাদলানি আৰু হিমেশ ৰেছমিয়াৰ দৰে চেলিব্ৰেটীৰ সন্মুখত এজন যুৱকে কোৰাণৰ আয়াত আবৃত্তি কৰাৰ এটা ভিডিঅ’ অসমত ফেচবুকত ভাইৰেল হৈ আছে। পশ্চিমীয়া ফৰ্মেল পিন্ধা যুৱকজনে নীলা আৰু বগা পৃষ্ঠভূমিৰ সৈতে এখন মঞ্চত ভৰি দুখন মেৰিয়াই বহি আছে আৰু পবিত্ৰ কিতাপখন তেওঁৰ সন্মুখত মুকলি হৈ আছে। ভিডিঅ’টোত বিভিন্ন চেলিব্ৰিটি আৰু আন কিছুমান লোকৰ একাধিক […]

Continue Reading

FACT CHECK: সঁচাকৈ জাপানে মাইক্ৰ’ৱেভৰ উৎপাদন নিষিদ্ধ কৰিছে নেকি?

মাইক্ৰ’ৱেভ অভেনৰ ক্ষতিকাৰক প্ৰভাৱৰ তালিকাৰ এটা ভাইৰেল বাৰ্তা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। বাৰ্তাটোত দাবী কৰা হৈছে যে মাইক্ৰ’ৱেভৰ ক্ষতিকাৰক প্ৰভাৱৰ বাবে, জাপানত ইয়াৰ ব্যৱহাৰ আৰু উৎপাদন নিষিদ্ধ কৰা হৈছে । ফেক্ট ক্ৰেচেণ্ডো অসমীয়াই উক্ত দাবীটো পৰীক্ষা কৰাৰ অনুৰোধৰ সৈতে ইয়াৰ ২৪x৭ ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০ত একেটা বাৰ্তা লাভ কৰিছিল। Archived Link  ইয়াত বাৰ্তাটো দিয়া হৈছে:. […]

Continue Reading

FACT CHECK: ক’ভিড-১৯ কেছৰ সংখ্যা বঢ়াৰ বাবে স্কুল-কলেজ ২০ নৱেম্বৰৰ পৰা বন্ধ কৰি দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে টুইট কৰা নাই!

অসমত শেহতীয়াকৈ ক’ভিড-১৯’ত আক্ৰান্ত ৰোগীৰ সংখ্যা কিছু পৰিমাণে পুনৰ বঢ়া দেখা গৈছে । বিশেষকৈ কামৰূপ(মেট্ৰ) জিলাত ৰোগীৰ সংখ্যাৰ ক্ষেত্ৰত পুনৰ কিছু উত্থান দেখা গৈছে । এনে সময়তে ক’ভিড-১৯ সম্পৰ্কীয় এটা বিশেষ স্ক্ৰিনশ্বট ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে এইয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক টুইটৰ স্ক্ৰিনশ্বট হয় । উক্ত সন্দেহজনক টুইটটোত কোৱা […]

Continue Reading

FACT CHECK: শ্বাহৰুখ খানৰ এই ভাইৰেল ফটোখন তেওঁৰ পুত্ৰ ড্ৰাগছ কেছত গ্ৰেপ্তাৰ হোৱাৰ পাছৰ নহয়!

বলিউডৰ অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ, আৰিয়ান খান, এক ড্ৰাগছ কেছত গ্ৰেপ্তাৰ হোৱাৰ পাছৰে পৰা অভিনেতাজনৰ বিষয়ে ছ’চিয়েল মিডিয়াত বহুল ভাৱে চৰ্চা চলিব ধৰিছে । এই সম্পৰ্কে বিভিন্ন ফটো তথা দাবী ভাইৰেল হৈ পৰিছে ।  শেহতীয়াকৈ ছোচিয়েল মিডিয়াত  শ্বাহৰুখ খানৰ এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোখনত অভিনেতাজনক যথেষ্ট চিন্তিত তথা মানসিক ভাৱে ভাগি পৰা […]

Continue Reading

FACT CHECK: এই ভিডিঅ’টোত লণ্ডনৰ ৰাস্তাৰ মাজত মুছলমানসকলে প্ৰাৰ্থনা কৰি থকা নাই

লণ্ডনত দৃশ্যটো দৃশ্যগ্ৰহণ কৰা বুলি দাবী কৰি এখন চহৰৰ ৰাস্তাত প্ৰাৰ্থনা কৰা লোকৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে। ভিডিঅ’টোৰ সৈতে থকা বাৰ্তাটোত “ব্ৰিটিছ চহৰ লণ্ডনৰ অৱস্থা চাওক। 200 বছৰত, ব্ৰিটিছে ভাৰত দেশ ধ্বংস কৰিছিল, এতিয়া এই মুছলমানসকলে ব্ৰিটিছসকলক ধ্বংস কৰিব! যদি আমি ধৰ্ম আৰু জাতিৰ বাবে ধৰ্মান্ধ নহয় তেন্তে আমাৰ অৱস্থা পৃথিৱীৰ আন সকলো লোকতকৈ […]

Continue Reading

FACT CHECK: জনৈক চলচ্চিত্ৰ দৃশ্যগ্ৰহণৰ সময়ৰ এখন ফটো ভাৰত-চীনৰ সৈন্যৰ মাজত হোৱা হতাহতিৰ ফটো বুলি ভাইৰেল!

শেহতীয়াকৈ, অৰুণাচল প্ৰদেশৰ টাৱাঙত ভাৰত আৰু চীনা সৈন্যৰ মাজত এক সংঘৰ্ষ হৈছিল। বাতৰি প্ৰতিবেদনত কোৱা হৈছে যে প্ৰায় ২০০ চীনা সৈন্যই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এলএচি) অতিক্ৰম কৰি ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিছিল। চীনা সৈন্যসকলক ভাৰতীয় সেনাই চমুকৈ আটক কৰিছিল।  চীনা সৈন্য আৰু ভাৰতীয় সৈনিকৰ মাজৰ সংঘৰ্ষ বিষয়ে ইণ্টাৰনেটত এখন ছবি ভাইৰেল হৈ আছে। ছবিখন কেপশ্বনৰ সৈতে […]

Continue Reading

FACT CHECK: চীনা ‘পিএলএ’ৰ পুৰণি প্ৰশিক্ষণৰ ছবি শেহতীয়াকৈ ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰাৰ সময়ৰ বুলি ভাইৰেল হৈছে

ঘোঁৰাত উঠি থকা পিপলছ লিবাৰেচন আৰ্মীৰ কেইজনমান জোৱানৰ ছবি ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে আৰু এই দাবী কৰা হৈছে যে এইয়া ইণ্ডো-চীন সীমান্তৰ শেহতীয়া ঘটনাৰ হয়। শিৰোনামটোত দাবী কৰা হৈছে যে যেতিয়া পিএলএ জোৱানসকলে শেহতীয়াকৈ উত্তৰাখণ্ডৰ সীমান্তত ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিছিল তেতিয়া ছবিখন তোলা হৈছিল।  ফেচবুকত অসমত ভাইৰেল হৈ পৰা এনে এটা পোষ্টত কোৱা […]

Continue Reading

FACT CHECK: পুৰণি দুৰ্ঘটনা এটাৰ ফটো বিতৰ্কিত শিল্পী লাৰ্ছ ভিল্কছৰ মাৰাত্মক দুৰ্ঘটনাৰ ফটো বুলি ভাইৰেল!

বিতৰ্কিত চুইডিছ শিল্পী লাৰ্ছ ভিল্কছ ২০২১ চনৰ ৪ অক্টোবৰত এটা গাড়ী দুৰ্ঘটনাত নিহত হৈছে । উল্লেখযোগ্য যে এটা কুকুৰৰ সৈতে পয়গম্বৰ মহম্মদক অংকন কৰাৰ পিছত ধৰ্মান্ধসকলৰ দ্বাৰা তেওঁক দুবাৰ হত্যাৰ চেষ্টা চলোৱা হৈছিল । চুইডেনত প্ৰৰোচনাকাৰী শিল্পীজনৰ মৃত্যুৰ অলপ পিছতে, ছ’চিয়েল মিডিয়া প্লেটফৰ্মবোৰত কিছুমান ছবি ভাইৰেল হৈ পৰিছে আৰু বিভিন্নজনে দাবী কৰিছে যে এই ফটোবোৰ […]

Continue Reading