২০০৯ চনৰ ভিডিঅ’ ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়া হিচাপে শ্বেয়াৰ কৰা হৈছে

ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ বাবে শোক প্ৰকাশ কৰি থকা সময়তে বাকিংহাম পেলেচত কিছু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে শ্লোক আবৃত্তি কৰা এটা ভিডিঅ’ হোৱাটচ‌এপৰ যোগেদি অসমত ব্যাপকভাৱে প্ৰচাৰিত হৈছে । দাবী কৰা হৈছে যে ভিডিঅ’টোত ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়াত স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে ভাৰতীয় শ্লোক গোৱা দেখা গৈছে ।  আমাৰ হোৱাটচ‌এপ নম্বৰলৈ উক্ত ভিডিঅ’টো ফ’ৰৱাৰ্ড কৰা হৈছিল। Archived Link […]

Continue Reading

ৰে’লৱে ষ্টেচনৰ ৱেইটিং ৰুম, স্নানাগাৰ -শৌচাগাৰ ব্যৱহাৰৰ বাবদ জি এচ টি আৰোপ কৰা হোৱা নাই 

শেহতীয়াকৈ এটা বিশেষ বাতৰি বিভিন্ন চ’চিয়েল মেডিয়া প্লেটফৰ্মত ভাইৰেল হোৱা দেখা গৈছে। বাতৰিত কোৱা হৈছে যে ৰে’ল ষ্টেচনৰ ৱেইটিং ৰুম ব্যৱহাৰৰ বাবদ প্ৰতি ঘণ্টাত ৩০ টকাকৈ দিব লাগিব। তদুপৰি শৌচাগাৰ ব্যৱহাৰ কৰিলে দিব লাগিব ১২% জি এচ টি।  Facebook Link এই বাতৰিটো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও আহিছিল। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান […]

Continue Reading

ফটোখনত দেখুওৱা ৰে’ল ষ্টেচনটো পাকিস্তানৰ নহয়

শেহতীয়াকৈ পাকিস্তানত হোৱা বিধ্বংসী বানপানীয়ে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে। এই সময়ত বিভিন্ন ফটো তথা ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। আমাৰ হোৱাটচ‌এপ নম্বৰলৈও পাকিস্তানৰ বানপানীৰ বুলি Zee news ত প্ৰকাশ পোৱা এখন ফটো আহিছিল। ফটোখনত পানীত ডুব যোৱা ট্ৰেইন আৰু ৰে’ললাইন দেখুৱাই সেয়া পাকিস্তানৰ বুলি দাবী কৰা হৈছিল। Archived Link Archived […]

Continue Reading

এইখন অসমৰ জয়মালা নামৰ হাতীটোৰ ফটো নহয়!

অসমৰ পৰা নিয়া জয়মালা নামৰ এটা হাতীক তামিলনাডুত নিৰ্মমভাৱে প্ৰহাৰ কৰা বুলি দাবীৰে কিছু ভিডিঅ’ শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে ।  সৰৱ হৈ পৰিছে প্ৰকৃতিপ্ৰেমী তথা অসমৰ ৰাইজ । ফেচবুকত এই বিষয়ে বিভিন্ন ফটো, ভিডিঅ’ সম্বলিত পোষ্ট আপলোড তথা শ্বেয়াৰ কৰা হৈছে । এনে সময়তে এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে এইয়া […]

Continue Reading

Explainer: UPI লেনদেনৰ ওপৰত চাৰ্জৰ বিষয়ে জানিবলগীয়া সকলো কথা

ডিজিটেল পেমেণ্ট খণ্ডত ভাৰতে দৈনিক ২৬ কোটিৰো অধিক ডিজিটেল পেমেণ্ট লেনদেন কৰি আগবাঢ়ি আছে। এই ২৬ কোটি লেনদেনৰ দুই তৃতীয়াংশতকৈ অধিক লেনদেন ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (ইউপিআই) ব্যৱস্থাৰ দ্বাৰা প্ৰক্ৰিয়াকৰণ কৰা হয়। ২০১৬ চনত আৰম্ভ কৰাৰ পিছত মাত্ৰ যোৱা মাহত ইউপিআইয়ে ২০২২ চনৰ জুলাই মাহত ৬.২৮ বিলিয়ন লেনদেনৰ সৈতে সৰ্বকালৰ সৰ্বাধিক সংখ্যক লেনদেন পঞ্জীয়ন কৰে।এই বিশাল […]

Continue Reading

‘ব্লাড অন কল’ সেৱা সমগ্ৰ ভাৰতত প্ৰযোজ্য হোৱা নাছিল

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা বিশেষ মেচেজ ফ’ৰৱাৰ্ড কৰা হৈছিল। মেচেজটো আছিল এনেধৰণৰ:-“আজিৰেপৰা ভাৰতত ১০৪ এটা বিশেষ নম্বৰ হৈ পৰিব তেজৰ প্ৰয়োজনীয়তাৰ বাবে। এই সেৱাৰ নাম হ’ল ‘ব্লাড অন কল”..এই নম্বৰটোত কল কৰাৰ পাছত ৪০ কি:মি: ব্যাসাৰ্ধৰ ভিতৰৰ ঠাইত চাৰি ঘণ্টাৰ ভিতৰত তেজ যোগান ধৰা হ’ব.. প্ৰত্যেক বটলত ৪৫০ টকা লগতে ১০০ টকা যাতায়াতৰ বাবদ। […]

Continue Reading

মেপখনত দেখুওৱা বেঙুনীয়া ৰেখাবোৰে এটা ঈগলৰ ২০ বছৰৰ যাত্ৰাপথ দেখুওৱা নাই

শেহতীয়াকৈ মধ্য প্ৰাচ্য আৰু পূব ইউৰোপৰ অঞ্চলসমূহত বেঙুনীয়া ৰেখাৰে বিয়পি থকা এখন মেপ ভাইৰেল হোৱা দেখা গৈছে। কোৱা হৈছে যে সেয়া এটা ঈগলৰ ২০ বছৰৰ যাত্ৰাপথ। দাবী কৰা হৈছে যে ৰাছিয়াত এটা ঈগলৰ দেহত ট্ৰেকাৰ সংস্থাপিত কৰা হৈছিল আৰু ঈগলটোৱে যাত্ৰা কৰা বিভিন্ন অঞ্চলত সেই মেপখনত দেখুওৱা হৈছে। এনে এটা পোষ্ট আমাৰ হোৱাটচ‌এপ নম্বৰলৈও আহিছিল। […]

Continue Reading

ভাইৰেল হোৱাৰ দৰে কে বি চিয়ে কোনো ধৰণৰ ২৫ লাখ টকাৰ লটাৰীৰ আয়োজন কৰা নাই

শেহতীয়াকৈ এটা পুৰণি হোৱাটচ‌এপ মেচেজ পুনৰ ফ’ৰৱাৰ্ড হোৱা দেখা গৈছে। মেচেজটোত কোৱা হৈছে যে মেচেজ প্ৰাপকজনে “কে বি চি”(Kaun Banega Crorepati, KBC)য়ে আয়োজন কৰা লটাৰীত ২৫লাখ টকা লাভ কৰিছে। উক্ত মেচেজটোত অমিতাভ বচ্চন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কৌন বনেগা কৰোড়পতিৰ ল’গ’ পৰ্যন্ত ব্যৱহাৰ কৰা হৈছে। মেচেজটোত কোৱা হৈছে যে পোষ্টাৰখনত থকা নম্বৰটোত হোৱাটচ‌এপ ফোন কৰি লটাৰী […]

Continue Reading

ফটোখনত থকা এই মূৰ্তিটো ৫০০০ বছৰ পুৰণি বিষ্ণু মূৰ্তি নহয়

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এখন ফটো আহিছিল। ফটোখন আছিল সাগৰৰ তলত থকা এটা মূৰ্তিৰ। দাবী কৰা হৈছে যে এই মূৰ্তিটো ৫০০০ বছৰ পুৰণি আৰু সাগৰৰ তলিত উদ্ধাৰ হৈছে। Archived Link একেখন ফটো ফেচবুকতো শ্বেয়াৰ হোৱা দেখা গ’ল। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা নিৰূপণ পদ্ধতি […]

Continue Reading

ফটোখনত থকা ভাস্কৰ্য পাঁচ হাজাৰ বছৰ পুৰণি হিন্দু সভ্যতাৰ অংশ নহয় 

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। পোষ্টটোত আছিল এক পুৰণি ভাস্কৰ্য আৰু এজন স্কুবা ডাইভাৰৰ এখন ক’লাজ। পোষ্টটোত লিখা আছিল এইদৰে – “৫০০০ বছৰ পুৰণি সনাতনী সভ্যতাই শিলত খোদিত কৰা ভাস্কৰ্যত আধুনিক চিন্তা। কিমান চহকী আমাৰ সনাতনী (হিন্দু) সভ্যতা এবাৰ ভাবক…!!” Archived Link Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই […]

Continue Reading