FACT CHECK: অসমত শুকুৰবাৰে ভূমিকম্পৰ আগজাননী দিয়া ভাইৰেল স্ক্ৰিনশ্বটটো ২০০৬ চনৰে হয়!

শেহতীয়াভাৱে অসমৰ ছোচিয়েল মিডিয়াত হিন্দুস্তান টাইমছৰ এটা বাতৰিৰ স্ক্ৰিনশ্বট ভাইৰেল হৈ পৰিছে। সেই স্ক্ৰিনশ্বটটোত নীলা ৰঙেৰে হাইলাইট কৰা এটা শাৰি আছে য’ত লিখা হৈছে,” এটা ৭/৮ প্ৰাবল্যৰ ভূমিকম্পই শুকুৰবাৰে পুৱা পুৱা ৮বাজি ২১মিনিটত অসমক কঁপাই যোৱা ৭০ শতাংশ সম্ভাৱনা আছে।” ২৮এপ্ৰিলত ৬.৪ প্ৰাবল্যৰ এটা ভূইকঁপে অসম কঁপাই যোৱাৰ পিছত স্বাভাৱিকতে এই ভাইৰেল স্ক্ৰিনশ্বটটোৱে ৰাইজক বহুলভাৱে […]

Continue Reading

FACT CHECK: আৰক্ষীৰ লোকজন কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা নাই, এয়া এটা মক ড্ৰিলহে!

যিমানে দেশত কৰ’ণা ভাইৰাছৰ আতংক বাঢ়ি গৈছে, সিমানেই ছোচিয়েল মিডিয়াৰ কৰ’ণা ভাইৰাছ সম্পৰ্কীয় বহু ভূৱা খবৰ ,ভূৱা পোষ্ট ভাইৰেল হৈ পৰিছে।  অসমৰ ছোচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে,য’ত দেখা গৈছে এজন আৰক্ষীৰ লোকে খোজ কাঢ়িব নোৱাৰি মাটিত ঢলি পৰিছে। তেওঁ অতিমাত্ৰা কাঁহ মৰা আৰু হাঁচিওৱা দেখা গৈছে।তেওঁ সহকৰ্মী আৰক্ষীৰ লোকে তেওঁক  উদ্ধাৰ কৰিবলৈ আহিছে […]

Continue Reading

FACT CHECK: চাৰ্জিকেল মাস্কত ক’লা কীট নাথাকে!

দেশত কৰ’ণাভাইৰাছৰ দ্বিতীয় স্তৰে বিধ্বংসী ৰূপ ধাৰণ কৰিছে আৰু একে সময়তে কৰ’ণাভাইৰাছ সম্পৰ্কীয় ভূৱা বাতৰিয়েও যেন দ্বিতীয় স্তৰহে লাভ কৰিছে। বৰ্তমান ছোচিয়েল মিডিয়াত,বিশেষকৈ অসমৰ ফেচবুকত চাৰ্জিকেল মাস্ক সম্পৰ্কীয় এটা বাতৰি ভাইৰেল হৈ পৰিছে। আমি জানো দেশৰ সৰ্বদাধাৰণ জনতাই কৰ’ণাভাইৰাছৰ ক্ষেত্ৰত নিৰাপদ হ’বলৈ সৰহ সংখ্যকেই চাৰ্জিকেল মাস্ক পৰিধান কৰে। এটা দাবী ভাইৰেল হৈ পৰিছে যে এই […]

Continue Reading

FACT CHECK: এই উক্তিটোৰ সৈতে সুন্দৰ পিছাইৰ নাম মিছাতে সাঙোৰা হৈছে।

গুগলৰ চিইও সুন্দৰ পিছাইৰ নামটো ভুৱা বাতৰিৰ জগতখনৰ বাবে নতুন নহয়। এইবাৰ ৰাজনীতি আৰু নিৰ্বাচন প্ৰসংগত এটা উক্তিৰ সৈতে পিছাইৰ নাম সাঙুৰি অসমৰ ছোচিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰ কৰা হৈ আছে।  সুন্দৰ পিছাইৰ ফেচবুক পেজৰ পৰা অক্টোবৰৰ ১৩ তাৰিখে সন্ধিয়া ৬বাজি ৪৩মিনিটত সেই পোষ্টটো দিয়া ধৰণৰ এটা স্ক্ৰিণশ্বটত এই উক্তিটো লিখা হৈছে।  উক্তিটো এনেকুৱা ধৰণৰ:  “এজন […]

Continue Reading

FACT CHECK: গুৱাহাটী বিশ্ববিদ্যালয়ে ইয়াৰ স্নাতক পৰ্যায়ৰ পৰীক্ষা বাতিল কৰিছে বুলি ভুৱা জাননী ভাইৰেল হৈছে!

ৰাজ্যখনত কোভিড পৰিস্থিতিৰ অৱনতি ঘটাৰ লগে লগে বিভিন্ন শিক্ষানুস্থানে তেওঁলোকৰ বিভিন্ন পৰীক্ষাসমুহ বাতিল কৰিছে বা পিছুৱাই দিছে। শেহতীয়াভাৱে এখন জাননী ছ’চিয়েল মিডিয়াত, বিশেষকৈ হোৱাটছএপত ভাইৰেল হৈ পৰিছে, য’ত কোৱা হৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতক পৰ্যায়ৰ প্ৰথম, তৃতীয় আৰু পঞ্চম সান্মাসিক পৰীক্ষা বাতিল কৰিছে পৰৱৰ্তী জাননী নহালৈকে। এই জাননীখন ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিপুলভাৱে প্ৰচাৰ হৈছে আৰু ইয়াৰ […]

Continue Reading

FACT CHECK: এই ফটোখনত প্ৰধানমন্ত্ৰী মোডীয়ে ৮০লাখ টকা খৰচ কৰি মেক আপ আৰ্টিষ্ট ব্যৱহাৰ কৰি থকা নাই!

প্ৰধানমন্ত্ৰী মোডীয়ে ৮০লাখ টকা খৰচ কৰি এগৰাকী মেক আপ আৰ্টিষ্ট লোৱা বুলি এখন বিশেষ ফটো বা স্ক্ৰিনশ্বট আপলোড কৰি অসমৰ বহুতেই ফেচবুকত পোষ্ট শ্বেয়াৰ কৰা দেখা গৈছে যি ক্ৰমাত ভাইৰেল হৈ পৰিছে। পোষ্টকেইটাত এখন ফটো লগোৱা হৈছে, য’ত এগৰাকী মহিলাই মোডীৰ মুখত মেক আপ সানি থকাৰ দৰে দেখা গৈছে আৰু তাত লিখা হৈছে যে মোডীয়ে […]

Continue Reading

FACT CHECK: এমাজ’নে কোনোধৰণৰ বিনামূলীয়া উপহাৰৰ ব্যৱস্থা কৰা নাই, হোৱাটছএপ মেছেজটো ভুৱা!

হোৱাটছএপৰ যোগেদি বহুল ভাৱে প্ৰচাৰ হোৱা এটা লিংকত দাবী কৰা হৈছে যে বৃহৎ ই-কমাৰ্ছ প্ৰতিস্থান এমাজ’নৰ ৩০সংখ্যক বাৰ্ষিকীত যিকোনো ১০০গৰাকী  গ্ৰাহকক বিনামূলীয়া উপহাৰ প্ৰদান কৰা হব।   উললেখযোগ্য যে উক্ত ভাইৰেল লিংকটোত যেতিয়া এগৰাকী ব্যক্তিয়ে ক্লিক কৰে, তেতিয়া তেওঁ এমাজ’নৰ ৱেবপেজৰ দৰে পেজ খোলা দেখিব, য’ত দাবী কৰা হৈছে যে এটা সমীক্ষাত অংশ লোৱা ১০০গৰাকী যিকোনো […]

Continue Reading

FACT CHECK: এই ভাইৰেল ফটোখন বৰ্তমান আতংকৰ সৃষ্টি কৰি থকা কৰ’ণা ভাইৰাছ মহামাৰীৰ সময়ৰ নহয়!

ভাৰতত কোভিড ১৯ৰ সংখ্যা বৃদ্ধিৰ কথাটোৱে ছোচিয়েল মিডিয়াত শেহতীয়াভাৱে তোলপাৰ লগাই আছে। কৰ’ণা ভাইৰাছৰ পুনৰুত্থানৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজ্যই কঠোৰ স্থিতি গ্ৰহন কৰি, সামাজিক দূৰত্ব অৱলম্বন কৰাৰ পৰা মাস্ক ব্যৱহাৰ কৰালৈকে সাৱধানতামূলক পদক্ষেপ আদি গ্ৰহন কৰা কথাবোৰ ছোচিয়েল মিডিয়াত ব্যাপক আলোচনা হৈছে। ইয়াৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল আৰু তেওঁৰ সহকৰ্মী মনিষ চিচোদিয়াৰ উন্মুক্ত মুখমণ্ডল সহিতে […]

Continue Reading

FACT CHECK: এই ভাইৰেল ভিডিঅ’টো এইবাৰৰ অসম বিধানসভা নিৰ্বাচনৰ সময়ৰ নহয়!

শেহতীয়াকৈ অসমত ছ’চিয়েল মিডিয়াৰ যোগেদি এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । বিভিন্নজনে উক্ত ভিডিঅ’টো ফেচবুকত আপলোড কৰি দাবী কৰিছে যে এই ভিডিঅ’টো অসমৰ হয় বা আন কিছু লোকে উক্ত ভিডিঅ’টো অসমৰ হয় নেকি বুলি প্ৰশ্ন কৰিছে । উক্ত ভিডিঅ’টো অসমত হোৱাটছএপৰ যোগেদিও বহুল ভাৱে প্ৰচাৰ হৈছে আছে আৰু আমাৰ ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০লৈ ইয়াৰ সত্যতা […]

Continue Reading

FACT CHECK: আইমী বৰুৱায়ে ‘কা’ নমনা লোকক অসম তথা ভাৰতৰ পৰা খেদি পঠিওৱা হব বুলি কোৱা নাছিল!

শেহতীয়াকৈ অসমত ছ’চিয়েল মিডিয়াৰ যোগেদি এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । বিভিন্নজনে উক্ত ভিডিঅ’টো ফেচবুকত আপলোড কৰি দাবী কৰিছে যে অসমৰ বিজেপি মন্ত্ৰী পিযুষ হাজৰিকাৰ পত্নী আইমী বৰুৱায়ে এক ভাষণত ‘কা’ বা নাগৰিকত্ব সংশোধনী আইন নমনা লোক সকলক অসম তথা ভাৰতৰ পৰা খেদি পঠিওৱা হব বুলি কৈছে ।  Original Link- Facebook | Archived Link […]

Continue Reading